অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

আহোম স্বৰ্গদেউসকলৰ নাম তালিকা

কাৰ্যকাল অনুসৰি আহোম ৰজা বা স্বৰ্গদেউসকলৰ নাম তালিকা। উল্লেখযোগ্য যে, বুৰঞ্জীবিদ কাসিনাথ তামুলি ফুকনৰ আসাম বুৰঞ্জী পুথি অনুসৰি কেইবাজনো ৰজাৰ সিংহাসন আৰোহণৰ সময় বেলেগ।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

কাৰ্যকাল অনুসৰি আহোম ৰজা বা স্বৰ্গদেউসকলৰ নাম তালিকা।১

আহোম নামঅসমীয়া ৱিকিউৎসত ব্যৱহৃত নামপ্ৰসংগ পুথি অনুসৰি নামৰ বানানসিংহাসনত আৰোহণৰ বৰ্ষশাসনৰ সময়
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜀𑜠 𑜇𑜡চ্যু-কা-ফাচাও চ্যুকাফা১২২৯ চন৩৯ বছৰ ৪ মাহ ১৫ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜧 𑜇𑜡চুতেওফাচাও চুতেউফা১২৬৮ চন১৩ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡চুবিণ্‌ফাচাও চুবিনফা১২৮১ চন১২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡চুখাংফাচাও ত্যাওচুখাংফা১২৯৩ চন৩৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡চুখাংফাচাও চুখাংফা১৩৩২ চন৩২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜥 𑜇𑜡চুতুফাচাও চুতুফা১৩৬৪ চন১২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣ত্যাও খাম্‌টিচাও ত্যাওখামথি১৩৮০ চন৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡চুডাংফাচাও চুডাংফা১৩৮৯ চন১৮ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡চুজাংফাচাও চুজাঙ্গফা১৪১৬ চন৬ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜇𑜨𑜀𑜫 𑜇𑜡চুফক্‌ফাচাও চুফকফা১৪২২ চন১৭ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡চুচেনফাচাও চুচেনফা১৪৩৯ চন৫৯ বছৰ ০ মাহ ০ দিন
চুহেনফাচাও চুহেনফা১৪৮৮ চন৫ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡চুপিম্‌ফাচাও চুপিমফা১৪৯৩ চন৪ বছৰ ০ মাহ ০ দিন
চুহুন্মুংচাও চুহুংমুং (দিহিঙ্গীয়া ৰজা)১৪৯৭ চন৪২ বছৰ ০ মাহ ০ দিন
চুক্লেণমুংচাও চুক্লেনমুঙ্গ (গড়গঞা ৰজা)১৫৩৯ চন১৩ বছৰ ০ মাহ ০ দিন
চুখাম্‌ফাচাও চুখামফা (খোৰা ৰজা)১৫৫৯ চন৫৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜂𑜫 𑜇𑜡চুচেংফাচাও চুচেঙ্গফা (প্ৰতাপ সিংহ)১৬১১ চন৩৮ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜧 𑜇𑜡চুৰাম্‌ফাচাও চুৰমফা (ভগা ৰজা)১৬৪৯ চন৩ বছৰ ০ মাহ ০ দিন
চুত্যিণ্‌ফাচাও চুত্যিঙ্গফা (নৰিয়া ৰজা)১৬৫২ চন২ বছৰ ০ মাহ ০ দিন
চুতাম্লাচাও চুতাম্লা (জয়ধ্বজ সিংহ)১৬৫৪ চন৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫পমুঙ্গচাও পমুঙ্গ (চক্ৰধ্বজ সিংহ)১৬৬৩ চন৭ বছৰ ০ মাহ ০ দিন
চ্যু-ন্যৎ-ফাচাও চুন্যতফা (উদয়াদিত্য সিংহ)১৬৭০ চন২ বছৰ ০ মাহ ০ দিন
চ্যু-ক্লম-ফাচাও চুক্লনফা (ৰামধ্বজ সিংহ)১৬৭২ চন২ বছৰ ০ মাহ ০ দিন
চ্যু-হুং-ফাচাও চুহুঙ্গ মৰাণ গোহাঁই১৬৭৪ চন০ বছৰ ১ মাহ
গোবৰ ৰজাচাও গোবৰ ৰজা১৬৭৪ চন০ বছৰ ০ মাহ ২০ দিন
𑜋𑜧𑜨𑜇𑜡 𑜏𑜢𑜤𑜰𑜫𑜊𑜢𑜃𑜫𑜇𑜡চুজিন্‌ফা (সুৰ সিংহ)চাও চুজিনফা (শূৰ সিংহ)১৬৭৪ চন০ বছৰ ৯ মাহ ২৫ দিন
চ্যু-দৈ-ফা (তেজ সিংহ)চাও চুদৈফা১৬৭৭ চন২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡চ্যু-লিক-ফা (ৰত্নধ্বজ সিংহ)চাও চুলিকফা (ল’ৰা ৰজা)১৬৭৯ চন২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡চ্যু-পাত-ফাচাও চ্যু-পাত-ফা (গদাধৰ সিংহ)১৬৮১ চন১৪ বছৰ ১০ মাহ ০ দিন
𑜋𑜧𑜨 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜁𑜪𑜤 𑜂𑜫 𑜇𑜡চুখ্ৰংফাচাও চুখ্ৰুঙ্গফা (ৰুদ্ৰসিংহ)১৬৯৫ চন১৮ বছৰ ৬ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜄𑜨𑜃𑜫 𑜇𑜡চুতণফাচাও তনফা (শিৱসিংহ)১৭১৪ চন৩০ বছৰ ৩ মাহ ১১ দিন
চুণেণফাচাও চুনেফা (প্ৰমত্ত সিংহ)১৭৪৪ চন৬ বছৰ ১০ মাহ ৫ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜧 𑜇𑜡চুৰেম্‌ফাচাও চুৰেমফা (ৰাজেশ্বৰ সিংহ)১৭৫১ চন১৭ বছৰ ৭ মাহ ২১ দিন
চুণ্যেউফাচাও চুন্যেউফা (লক্ষ্মী সিংহ)১৭৬৯ চন১১ বছৰ ৬ মাহ ২০ দিন
চুহিত্পংফাচাও চুহিপংফা (গৌৰীনাথ সিংহ)১৭৮০ চন১৪ বছৰ ৭ মাহ ২২ দিন
চুক্লিংফাচাও চুক্লিংফা (কমলেশ্বৰ সিংহ)১৭৯৫ চন১৫ বছৰ ৫ মাহ ১০ দিন
চুদিংফাচাও চুডিনফা (চন্দ্ৰকান্ত সিংহ)১৮১০ চন৭ বছৰ ১ মাহ ৫ দিন
পুৰন্দৰ সিংহচাও পুৰন্দৰ সিংহ১৮১৭ চন১ বছৰ ০ মাহ ১৪ দিন
চুদিংফাচাও চুডিনফা (চন্দ্ৰকান্ত সিংহ) (দ্বিতীয় বাৰ)১৮১৮ চন২ বছৰ ৮ মাহ ০ দিন
যোগেশ্বৰ সিংহচাও যোগেশ্বৰ সিংহ১৮২১ চন৩ বছৰ ১০ মাহ ১৯ দিন
চিনিয়ৰী জুনিয়ৰী এজেণ্ট মোতালক১৮২৪ চন২ বছৰ ৯ মাহ ০ দিন
পুৰন্দৰ সিংহচাও পুৰন্দৰ সিংহ (দ্বিতীয় বাৰ)১৮৩৩ চন৫ বছৰ ৯ মাহ ০ দিন
কন্দৰ্পেশ্বৰ সিংহচাও কন্দৰ্পেশ্বৰ সিংহইংৰাজৰ দিন..বছৰ ..মাহ ..দিন

উল্লেখযোগ্য যে, বুৰঞ্জীবিদ কাসিনাথ তামুলি ফুকনৰ আসাম বুৰঞ্জী পুথি অনুসৰি কেইবাজনো ৰজাৰ সিংহাসন আৰোহণৰ সময় বেলেগ।২

প্ৰসংগ পুথি

  1. আহোমৰ দিন,অসম প্ৰকাশন পৰিষদ - হিতেশ্বৰ বৰবৰুৱা
  2. বৃহৎ তাই জাতিৰ বুৰঞ্জী - ৰামেশ্বৰ বড়া
  3. ইতিহাসে সোঁৱৰা ছশটা বছৰ - সৰ্বানন্দ ৰাজকুমাৰ
  4. দেওধাই অসম বুৰঞ্জী (সম্পাদিত) - ড° সূৰ্য কুমাৰ ভূঞা
  5. তুংখুঙীয়া বুৰঞ্জী - ড° সূৰ্য কুমাৰ ভূঞা
  6. বেলি মাৰ গ’ল - ড° লীলা গগৈ
  7. টাই সংস্কৃতিৰ ৰূপৰেখা - ড° লীলা গগৈ
  8. লাচিত বৰফুকন - ড° সূৰ্য কুমাৰ ভূঞা
  9. স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ - ড° সূৰ্য কুমাৰ ভূঞা
  10. A History of Assam (অসম বুৰঞ্জী) - ই এ গেইট (অনুবাদ - চেনেহী বেগম)
  11. অসম বুৰঞ্জীৰ ৰূপৰেখা - বগেন গগৈ

তথ্যসূত্ৰ

  1. ↑ হিতেশ্বৰ বৰবৰুৱা. আহোমৰ দিন. পৃ. ৭৭১ৰপৰা ৭৮১লৈ
  2. ↑ as.wikisource.org/wiki/%E0%A6%86%E0%A6%B8%E0%A6%

সম্পৰ্কিত শ্ৰেণী

অসমঅসম সম্পৰ্কীয় তালিকাআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহোম স্বৰ্গদেউসকলৰ নাম তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৬৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।