অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া শিশু আলোচনীসমূহৰ তালিকা

"অসম ইয়াৰবুক ২০১৫", শৰাইঘাট প্ৰকাশন

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

প্ৰাক স্বাধীনতা কাল

ক্ৰমিক নংআলোচনীসম্পাদকপ্ৰথম প্ৰকাশ
১ল'ৰা বন্ধুকৰুণাভিৰাম বৰুৱা১৮৮৮
২অকণহেমচন্দ্ৰ গোস্বামী১৯১৬১
৩মইনাৰঘুনাথ চৌধাৰী১৯২৩১
৪অকণহেমকান্ত গোস্বামী১৯২৩
৫অৰুণমহাদেৱ শৰ্মা১৯২৬১
৬আমাৰ দেশতুলসী নাৰায়ণ শৰ্মা১৯৩১
৭পখিলাহৰেন্দ্ৰ নাথ শৰ্মা১৯৩৩
৮ন-জোননীলমণি ফুকন১৯৩৪
৯পাৰিজাতদীননাথ শৰ্মা১৯৪১

৫০-৭০ দশক

ক্ৰমিক নংআলোচনীসম্পাদকপ্ৰথম প্ৰকাশ
১অকণবিৰিঞ্চি কুমাৰ বৰুৱা১৯৪৮১
২বিহুৱানহলীৰাম ডেকা১৯৫০
২কাঁচি জোনএম ইব্ৰাহিম আলি১৯৫১
৩দীপকগৌৰীকান্ত তালুকদাৰ১৯৫৪
৪জোনবাইনৱকান্ত বৰুৱা১৯৬১১
৫বিজ্ঞান জেউতিমিনধৰ বৰঠাকুৰ১৯৬১
৬মইনাজাহিদ চৌধুৰী১৯৬২
৭ন-জেউতিহলধৰ শৰ্মা১৯৬৫
৮আমাৰ ঘৰজগত চেতিয়া১৯৬৫
৯নতুন বেলিজন্‌ছ মহলীয়া১৯৬৭
১০বাল্য জেউতিভূপেন্দ্ৰ নাৰায়ণ চৌধুৰী১৯৬৮
১১ভাইটী-ভনীটিদেবযানী চলিহা১৯৬৮
১২ৰ'দালীসুৰেশ চন্দ্ৰ ৰাজখোৱা১৯৬৮
১৩আকাশপ্ৰীতি বৰুৱা১৯৭১
১৪কাকলিৰুচিনাথ শৰ্মা, অশ্বিনী কুমাৰ শৰ্মা১৯৭২
১৫চান্দমামাবি. নাগি ৰেড্ডী১৯৭৬
১৬কিশোৰপৰেশ চন্দ্ৰ বৰুৱা১৯৭৬
১৭ৰূপবনদীপক দত্ত, বুবুল বৰদলৈ১৯৭৬
১৮সেউজীহেম বৰা১৯৭৭
১৯কণিকাঅৰুণ শৰ্মা১৯৭৭
২০সেউজীঅৰুণ শৰ্মা১৯৭৭
২১জোন-তৰানগেন বৰা১৯৭৭
২২চেমনীয়াবাণী ভূঞা১৯৭৭
২৩মইনাসূৰ্য্যকুমাৰ ভূঞা১৯৭৯
২৪ৰুণজুনবদন বৰুৱা১৯৭৯
২৫ফুলকপিৰহিমা হক১৯৭৯
২৬বৰ্ণালীজয়ন্ত ৰঞ্জন চেতিয়া১৯৭৯

৮০-৯০ দশক

ক্ৰমিক নংআলোচনীসম্পাদকপ্ৰথম প্ৰকাশ
১বৰ্ণালী১৯৮০
২অসমীমৃদুল কুমাৰ বৰা১৯৮০
৩বৰ্ণালীপুনাৰাম নেওগ১৯৮১
৪সঁফুৰাভবেন্দ্ৰ নাথ শইকীয়া১৯৮৩
৫লুইত কমিক্‌ছমানবেন্দ্ৰ কুমাৰ বৰুৱা১৯৮৩
৬মৌচাকশান্তনু তামূলী১৯৮৪
৭দৃষ্টিড॰ দীনেশ চন্দ্ৰ গোস্বামী১৯৮৪
৮টিংকলঅনন্ত পাই১৯৮৪
৯কণ কণৰঞ্জু হাজৰিকা১৯৮৫
১০ঐক্যনশান্তনু কৌশিক বৰুৱা১৯৮৭
১১অমৰ চিত্ৰ কথাঅনন্ত পাই১৯৮৭
১২মইনাভাগ্যলক্ষ্মী মহন্ত১৯৮৭
১৩মুকুতাকুমুদ গোস্বামী১৯৮৭
১৪ফুলনলিনীপ্ৰভা ডেকা১৯৮৭
১৫বিজ্ঞান সঁফুৰাকুল ৰঞ্জন ডেকা১৯৮৭
১৬ৰং বিৰংলাৱণ্য গোস্বামী১৯৮৮
১৭ত্ৰিনয়নৰমেন শইকীয়া১৯৮৮
১৮নতুন আৱিষ্কাৰশান্তনু তামূলী১৯৮৮
১৯সুৰুযগকুল বৰপূজাৰী১৯৮৯
২০চন্দ্ৰমাঊষা ডেকা১৯৮৯
২১জ্ঞানকোষকুমাৰ নিৰঞ্জন১৯৮৯
২২জ্ঞান-বিজ্ঞানদীনেশ বৈশ্য১৯৯০
২৩ৰ'দালিপূৰ্ণিমা কোঁৱৰ১৯৯০
২৪ফুলনিবুবুল চন্দ্ৰ ডেকা১৯৯০
২৫জ্ঞানোদয়শৰৎ ৰাজখোৱা১৯৯০
২৬মৌ-কোঁহবেদান্ত কুমাৰ বৰা১৯৯০
২৭কিশোৰহোমেন বৰগোহাঞি১৯৯০
২৮পখিলামৃণাল কটকী১৯৯১
২৯সন্ধানীদিগন্ত কুমাৰ বৰা১৯৯৩
৩০শিশুঅণিমা চুতীয়া১৯৯৪
৩১আজৰি পৰৰ ধেমালিভবেন কুমৰ বৰা১৯৯৪
৩২মইনাঅতুল বৰা১৯৯৪
৩৩ৰ'দালিদীপক নাথ১৯৯৪
৩৪অকণিৰ অগ্ৰদুতৰমেন শইকীয়া১৯৯৫
৩৫ময়ূৰঅংকুৰণ দত্ত, মুজাহিদ আলি, দীনেশ গোস্বামী১৯৯৫
৩৬আমাৰ সাৰথিনগেন বৰা১৯৯৬
৩৭জিজ্ঞাসকুলেন্দু পাঠক১৯৯৭(?)
৩৮জ্ঞানমদুলাল মিশ্ৰ১৯৯৮

২১ শতিকা

ক্ৰমিক নংআলোচনীসম্পাদকপ্ৰথম প্ৰকাশ
১সমন্বয়বিপুল কুমাৰ দিহিঙীয়া২০০১
২ছাত্ৰ সাৰথিশিৱনাথ বৰ্মন২০০২
৩ৰংমন২০০৫
৪জ্ঞানকোষদুলাল মিশ্ৰ২০০৭
৫অকণিৰ জেউতিবিপুল কুমাৰ দিহিঙীয়া২০১৩

তথ্য সংগ্ৰহ

  • "অসম ইয়াৰবুক ২০১৫", শৰাইঘাট প্ৰকাশন

তথ্যসূত্ৰ

  1. ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমৰ সম্বাদ-পত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকাঅসমীয়া আলোচনীঅসমীয়া শিশু আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া শিশু আলোচনীসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৭০৯৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।