৺ (স্বৰ্গীয়) এটা চিহ্ন১, যিটো চিহ্ন সাধাৰণতে হিন্দু ধৰ্মৰ ক্ষেত্ৰত মৃত ব্যক্তিৰ নামৰ আগত বা দেৱতাৰ নামৰ আগত ব্যৱহাৰ কৰা হয়। এই চিহ্নটো দেখাত ঁ (চন্দ্ৰবিন্দু)ৰ দৰে যদিও, দুয়োটাৰ মাজত পাৰ্থক্য আছে। ৺ (স্বৰ্গীয়) চিহ্নটো ঁ (চন্দ্ৰবিন্দু)তকৈ ডাঙৰ হয়। বাংলা ভাষাত এই চিহ্নটোক ভগৱান চিহ্ন বুলি কোৱা হয়।
তথ্যসূত্ৰ
- ↑ AG, Compart. Find all Unicode Characters from Hieroglyphs to Dingbats – Unicode Compart. www.compart.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৺” প্ৰবন্ধৰ সংশোধন ৫৪৬৪২৩ (৩১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।