যশস্বী লেখিকা প্ৰবীণা শইকীয়াৰ স্মৃতিত অসম লেখিকা সন্থাৰ উদ্যোগত আৰু প্ৰবীণা শইকীয়াৰ স্বামী চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সহযোগত মহিলা সাহিত্যিকক এই বঁটা প্ৰদান কৰা হৈছিল৷ ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত নগদ ১০,০০০ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এটা ফলক আগবঢ়োৱা হয়৷১২
প্ৰবীণা শইকীয়া বঁটা বিজয়ীসকল
| ক্ৰমিক নং | বৰ্ষ | বঁটাবিজয়ী |
|---|---|---|
| ১ | ১৯৯৯ | নীলিমা দত্ত |
| ২ | ২০০০ | নিৰুপমা বৰগোহাঞি |
| ৩ | ২০০১ | নিৰ্মলপ্ৰভা বৰদলৈ |
| ৪ | ২০০২ | শুচিব্ৰতা ৰায় চৌধুৰী |
| ৫ | ২০০৩ | চিত্ৰলতা ফুকন |
| ৬ | ২০০৪ | অণিমা দত্ত |
| ৭ | ২০০৫ | প্ৰীতি বৰুৱা |
| ৮ | ২০০৬ | পূৰবী বৰমুদৈ |
| ৯ | ২০০৭ | স্বৰ্ণ বৰা |
| ১০ | ২০০৮ | কেশদা মহন্ত |
| ১১ | ২০০৯ | লক্ষহীৰা দাস |
| ১২ | ২০১০ | গীতা উপাধ্যায় |
| ১৩ | ২০১১ | ড: মিনতি হাজৰিকা |
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (২০১২). সাহিত্যৰ জ্ঞানকোষ. ৰেখা প্ৰকাশন. পৃ. ২৮৮, ৪২১. ISBN 978-81-923142-9-7
- ↑ Awards, Titles & Honours in the field of literature, culture, sports. Assam Portal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰবীণা শইকীয়া বঁটা” প্ৰবন্ধৰ সংশোধন ৬১৭১৫২ (১৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।