অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গীতালি বৰা

গীতালি বৰা (Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।

হালনাগাদ: ১৭ মে’ ২০২৬ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গীতালি বৰা (Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।১

কৰ্ম জীৱন

সাহিত্য সম্পাদনাৰ সৈতে জড়িত গীতালি বৰা বৰ্তমান অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত প্ৰকাশ আলোচনীৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত। ২

সাহিত্যকৃতি

উপন্যাস

  1. বুদ্ধজায়া২
  2. অন্তৰতম
  3. বাসনাহীনা (আগষ্ট ২০২২)
  4. এটি জোনাকীৰ কথকতা(২০২৩)

গল্প সংকলন

  1. সম্ভৱতঃ২
  2. অৰ্গল খোলা প্ৰিয়ম্বদা
  3. এপল’ এপল’
  4. নিৰৱধি নৈৰাঞ্জনা
  5. সত্য-সূৰ্য
  6. গ'ডো আৰু গন্তব্যৰ গল্প
  7. বৈষম্যবাদ

অনুবাদ গ্ৰন্থ

  1. দ্য চাইল্ড হু নেভাৰ গ্ৰু

বঁটা/সন্মান

  1. ২০০৮ চনত গল্প সংকলন ‘সম্ভৱতঃ’ ৰ বাবে মুনীন বৰকটকী বঁটা৷ ২
  2. গল্প সংকলন নিৰৱধি নৈৰাঞ্জনাৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা৷
  3. উপন্যাস ‘বুদ্ধজায়া’ৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান৷

তথ্যসূত্ৰ

  1. ↑ AUTHOR: GEETALI BORAH
  2. ↑ (January 26, 2020). জনপ্ৰিয় লেখিকা গীতালি বৰাৰ সৈতে অন্তৰংগ সাক্ষাৎকাৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ঔপন্যাসিকঅসমীয়া গল্পকাৰমুনীন বৰকটকী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতালি বৰা” প্ৰবন্ধৰ সংশোধন ৬০৬৮৭১ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।