অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শিক্ষক দিৱস

শিক্ষক দিৱস (Teachers' Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শিক্ষক দিৱস (Teachers' Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন। প্ৰখ্যাত শিক্ষাবিদ আৰু পূৰ্বৰ ৰাষ্ট্ৰপতি ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত তেখেতৰ জন্মৰ তাৰিখ ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস পালন কৰা হয়।১ শিক্ষক দিৱস আৰু 'বিশ্ব শিক্ষক দিৱস' একে নহয়; UNESCO-ই আৰম্ভ কৰা পিছৰ দিৱসটো বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হয়।২

ইতিহাস

বিংশ শতিকাত বহু দেশত শিক্ষক দিৱস উদ্‌যাপন কৰাৰ ধাৰণা গঢ় লৈ উঠে; সাধাৰণতে স্থানীয় এজন শিক্ষাবিদৰ জীৱন বা শিক্ষা বিষয়ক গুৰুত্বপূৰ্ণ তাৰিখত এই দিন পালন কৰা হয় (যেনে- আৰ্জেণ্টিনা ১৯১৫ চনৰ পৰা ড'মিংগ' ফ'ষ্টিন' চাৰ্মিয়েণ্ট'ৰ মৃত্যুৰ দিন ১১ ছেপ্টেম্বৰত৩ আৰু ভাৰতত ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ৫ ছেপ্তেম্বৰত ১৯৬২ চনৰ পৰা শিক্ষক দিৱস পালন কৰা হয়৪)। বাকী আন্তঃৰাষ্ট্ৰীয় দিৱসবোৰৰ বিপৰীতে দেশভেদে শিক্ষক দিৱসৰ দিনটো বেলেগ হোৱাৰ প্ৰধান কাৰণ এইটোৱেই।

দেশ অনুসৰি শিক্ষক দিৱস

দেশশিক্ষক দিৱসৰ দিনটোকা
আফগানিস্তান৫ অক্টোবৰবিদ্যালয়সমূহত পাঠদান নহয়, কিন্তু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল লগ হৈ পৰম্পৰাগত খাদ্য, সংগীতৰ সোৱাদ লয়। শিক্ষকসকলক উপহাৰ দিয়া হয়।
আলবেনিয়া৭ মাৰ্চ১৮৮৭ চনৰ ৭ মাৰ্চত আলবানিয়ান ভাষাত পাঠদান হোৱা প্ৰথম বিদ্যালয়ৰ আৰম্ভণিৰ দিন উদ্‌যাপন কৰা হয়।
আলজেৰিয়া২৮ ফেব্ৰুৱাৰী
আৰ্জেণ্টিনা১১ ছেপ্তেম্বৰ১৮৮৮ চনত মৃত্যুবৰণ কৰা ড'মিংগ' ফ'ষ্টিন' চাৰ্মিয়েণ্ট'ৰ সন্মানাৰ্থে পালন কৰা হয়।
আৰ্মেনিয়া৫ অক্টোবৰপূৰ্বে আৰ্মেনিয়াত শিক্ষক দিৱস অক্টোবৰৰ প্ৰথম দেওবাৰে পালন কৰা হৈছিল। কিন্তু শেহতীয়াকৈ সংসদৰ এক সিদ্ধান্ত মতে এই দিৱসৰ দিন ৫ অক্টোবৰ ধাৰ্য কৰা হৈছে।৫
অষ্ট্ৰেলিয়াঅক্টোবৰৰ শেষ দেওবাৰঅষ্ট্ৰেলিয়াত বিশ শিক্ষক দিৱসত Australian Scholarships Group (ASG)-এ ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হয়।
আজেৰবাইজান৫ অক্টোবৰ১৯৬৫ চনৰ পৰা ১৯৯৪ চনলৈকে অক্টোবৰৰ প্ৰথম দেওবাৰ। ১৯৯৪ চনৰ পৰা ৫ অক্টোবৰত।
বাংলাদেশ৪ অক্টোবৰ
বেলাৰুছঅক্টোবৰৰ প্ৰথম দেওবাৰ
ব্ৰুণেই২৩ ছেপ্তেম্বৰব্ৰুনেইৰ ২৮-তম শাসক ওমৰ আলি ছাইফুদ্দিন তৃতীয়ৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা হয়। 'আধুনিক ব্ৰুনেইৰ নিৰ্মাতা' বুলি জনাজাত শাসকজনে প্ৰজাৰ শিক্ষাত গুৰুত্ব দি নামমাত্ৰ মাচুলৰ বিনিময়ত বিদ্যালয়ত শিক্ষাদানৰ পদ্ধতি আৰম্ভ কৰিছিল।
ভূটান২ মে'ভূটানত আধুনিক শিক্ষা আৰম্ভ কৰোৱা তৃতীয় ৰজা জিগমে দৰ্জি ৱাংচুকৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰ হয়।
বলিভিয়া৬ জুন
ব্ৰাজিল১৫ অক্টোবৰ১৯৬৩ চনত ১৫ অক্টোবৰৰ দিনটো আনুষ্ঠানিকভাৱে শিক্ষক দিৱস হিচাপে গ্ৰহণ কৰা হয়।
বুলগেৰিয়া৫ অক্টোবৰ২০০৬ চনৰ ২৯ ছেপ্তেম্বৰত ৫ অক্টোবৰৰ দিনটো চৰকাৰে শিক্ষক দিৱস হিচাপে গ্ৰহণ কৰে।৬
কেমেৰুন৫ অক্টোবৰকেমেৰুনৰ শিক্ষকসকলে ২০১০ চনৰ ৫ অক্টোবৰত তেওঁলোকৰ আন দেশৰ সহকৰ্মীসকলৰ লগত ১৭তম বিশ্ব শিক্ষক দিৱস পালন কৰে।
কানাডা৫ অক্টোবৰকানাডাত এই দিনত শিক্ষক সন্থাই শিক্ষকসকলৰ অৱদানক ৰাইজৰ আগত তুলি ধৰি সজাগতা অনুষ্ঠানৰ আয়োজন কৰে।
চিলি১৬ অক্টোবৰ১৯৬৭ চনত ১১ ছেপ্তেম্বৰক "Día del Maestro" ("শিক্ষক দিৱস") বাছনি কৰা হৈছিল। ১৯৪৫ চনত এই দিনত চিলিৰ কবি গেব্ৰিয়েলা মিষ্টেলে ন'বেল বঁটা পোৱা বাবে দিনটো ১০ ডিচেম্বৰ বাছনি কৰা হয়। ১৯৭৭ চনত চিলিৰ শিক্ষক সন্থাৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি ১৬ অক্টোবৰক "Día del Profesor" (পুনৰ "শিক্ষক দিৱস") হিচাপে মান্যতা দিয়া হয়।৭
কলম্বিয়া১৫ মে'এই দিনটোতে San Juan Bautista de la Salle-ক শিক্ষকসকলৰ পৃষ্ঠপোষক হিচাপে নিযুক্তি দিয়া হৈছিল।
কষ্টা ৰিকা২২ নৱেম্বৰ
চীন১০ ছেপ্তেম্বৰচৰকাৰে প্ৰথমতে ১৯৮৫ চনত শিক্ষক দিৱস ঘোষণা কৰিছিল, কিন্তু ১০ ছেপ্তেম্বৰ বাছনি কৰাক লৈ খেলিমেলি আছিল। কিছুমানে এই দিনটো কনফুচিয়াছৰ জন্মদিন ২৮ ছেপ্তেম্বৰলৈ সলনি কৰাৰ প্ৰস্তাৱ দিছিল। ২০১৩ চনৰ ৫ ছেপ্তেম্বৰত চৰকাৰে এই সলনিৰ খচৰা প্ৰস্তুত কৰে। টাইৱানত ১৯৫০ৰ দশকৰ পৰাই ২৮ ছেপ্তেম্বৰত শিক্ষক দিৱস পালন কৰা হৈ আহিছে।৮
চেক গণৰাজ্য২৮ মাৰ্চজন এম'ছ কমেনিয়াছৰ জন্মদিন।৯১০
ইকুৱেডৰ১৩ এপ্ৰিলডেকাসকলৰ মনত বিকাশৰ বীজ ৰোপণ কৰা শিক্ষক জুআন মণ্টাল্‌ভ'ৰ সন্মানাৰ্থে পালন কৰা হয়।
ইজিপ্ত২৮ ফেব্ৰুৱাৰী
এল্‌ চালভাদৰ২২ জুনৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে পালন কৰা হয়।১১১২
ইষ্ট'নিয়া৫ অক্টোবৰএই দিনত শেষ শ্ৰেণীৰ ছাত্ৰসকলে শিক্ষকসকলক ৰেহাই দি নিজে পাঠদান কৰে।
জাৰ্মানী৫ অক্টোবৰ
গ্ৰীচ৩০ জানুৱাৰীতিনি পবিত্ৰ যাজক (Three Holy Hierarchs) আৰু সৰ্বজনীন শিক্ষক বেছিল দা গ্ৰে'ট, গ্ৰেগৰী দা থিঅ'ল'জিয়ান আৰু জন ক্ৰাইছ'ষ্ট'মৰ স্মৃতিত এই দিৱস পালন কৰা হয়।
গুৱাটেমালা২৫ জুনচৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সংঘৰ্ষত মৃত্যু হোৱা শিক্ষক মাৰিয়া চিন্‌চিলাৰ স্মৃতিত পালন কৰা হয়।
হণ্ডুৰাছ১৭ ছেপ্টেম্বৰহ'জে ত্ৰিনিদাদ ৰেয়েছৰ স্মৃতিত পালন কৰা হয়।
হংকং১০ ছেপ্তেম্বৰB১৯৯৭ চনৰ আগতে শিক্ষক দিৱস ২৮ ছেপ্তেম্বৰত পালন কৰা হৈছিল। চীনৰ হাতত সাবভৌমত্ব সঁপি দিয়াৰ পাছত এই দিন ১০ ছেপ্টেম্বৰ কৰা হয়।
হাংগেৰীজুনৰ প্ৰথম দেওবাৰ
ভাৰত৫ ছেপ্তেম্বৰ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু শিক্ষক সৰ্বপল্লী ৰাধাকৃষ্ণণৰ স্মৃতিত ১৯৬২ চনৰে পৰা পালন কৰা হয়। বিদ্যালয়ত ছাত্ৰ আৰু শিক্ষকসকল লগ লাগি পাঠদনৰ সলনি আন কাৰ্যকলাপৰে এই দিৱস উদ্‌যাপন কৰে। ভাৰতীয় বৰ্ষপঞ্জী মতে গুৰু পূৰ্ণিমাৰ দিনা পৰম্পৰাগত আৰু বৈদিক শিক্ষক দিৱস পালন কৰা হয়। বৌদ্ধধৰ্মী, জৈন, ভাৰত আৰু নেপালৰ হিন্দুসকলে এই দিনত গুৰুসকলক সন্মান যাচি কৃতজ্ঞতা প্ৰকাশ কৰে।
ইণ্ডোনেছিয়া২৫ নৱেম্বৰইণ্ডোনেছিয়াৰ শিক্ষক সন্থা গঠনৰ দিনটোতে শিক্ষক দিৱস পালন কৰা হয়।
ইৰান২ মে'১৯৭৯ চনৰ ১ মে'ত মৃত্যুবৰণ কৰা মৰ্টাজা মটাহাৰীৰ লগত সংগতি ৰাখি পালন কৰা হয়।
ইজৰাইল২৩ কিস্লেভ
জামাইকা৬ মে'৬ মে' বা মে'ৰ প্ৰথম বুধবাৰে পালন কৰা হয়।১৩ এই দিনত ছাত্ৰ আৰু অভিভাৱকসকলে প্ৰায়েই শিক্ষকক উপহাৰ প্ৰদান কৰে। বেছিভাগ বিদ্যালয়ত অৰ্ধ-ছুটী হয়।
জৰ্দান২৮ ফেব্ৰুৱাৰী
লাউচ৭ অক্টোবৰ
লাটভিয়াঅক্টোবৰৰ প্ৰথম দেওবাৰ
লেবানন৯ মাৰ্চ
লিবিয়া২৮ ফেব্ৰুৱাৰী
লিথুৱেনিয়া৫ অক্টোবৰ১৯৬৫ চনৰ পৰা ১১৯৯৪ চনলৈকে অক্টোবৰৰ প্ৰথম দেওবাৰে পালন কৰা হৈছিল। ১৯৯৪ চনৰ পৰা বিশ্ব শিক্ষক দিৱসৰ লগত ৫ অক্টোবৰত পালন কৰা হয়।
মেচিদনিয়া৫ অক্টোবৰ
মালয়েছিয়া১৬ মে'১৯৫৬ চনৰ এই দিনটোতে মালয়েছিয়া ফেডাৰেচনৰ Federal Legislative Council-এ ৰাজাক প্ৰতিবেদনত অনুমোদন জনাইছিল। সেই সময়ৰ শিক্ষা মন্ত্ৰী টুন আব্দুল ৰাজাকৰ নামত ৰখা এই প্ৰতিবেদনেই বৰ্তমান মালয়েছিয়াৰ শিক্ষাৰ ভিত্তি।
মালদিভ্‌ছ৫ অক্টোবৰ
মৰিছাছ৫ অক্টোবৰ
মেসিক'১৫ মে'১৫ মে'ত (Dia Del Maestro বুলি জনাজাত) মেসিক'ৰ বিদ্যালয়সমূহত পাঠদানৰ সলনি সমাজত শিক্ষকৰ ভূমিকাক উদগণি জগোৱা সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়। ১৯১৮ চনৰ ১৫ মে'ত প্ৰথমবাৰ এই দিৱস পালন কৰা হৈছিল। ১৯১৮ চনৰ ১৫ মে’ত প্ৰথম শিক্ষক দিৱস উদযাপন কৰা হৈছিল। ১৯১৭ চনৰ ২৭ ছেপ্তেম্বৰত মেক্সিকান কংগ্ৰেছত ১৫ মে’ৰ তাৰিখ প্ৰস্তাৱ কৰা হৈছিল, ১৯১৭ চনৰ ২৯ অক্টোবৰত অনুমোদন জনোৱা হৈছিল আৰু ১৯১৭ চনৰ ৫ ডিচেম্বৰত প্ৰকাশ কৰা হৈছিল। বাছনি কৰাৰ বাবে কেইবাটাও সম্ভাৱ্য উৎপত্তি আছে এই তাৰিখটো। প্ৰথমটোত উল্লেখ কৰা হৈছে যে ছান লুইছ প’ট’ছি চহৰত প্ৰতি ১৫ মে’ত ছাত্ৰ-ছাত্ৰীৰ এটা দলে তেওঁলোকৰ পুৰণি শিক্ষক ইছিড’ৰৰ জন্মদিন উদযাপন কৰিবলৈ সমবেত হৈছিল। এই শিক্ষকজনৰ নামকৰণ কৰা হৈছিল চেন্ট Isidore the Laborer ৰ নামেৰে, মেক্সিকান পৰম্পৰা অনুসৰণ কৰি শিশুসকলৰ নামকৰণৰ পৰম্পৰা অনুসৰি সন্তসকলে তেওঁলোকৰ জন্মৰ দিনটো উদযাপন কৰিছিল। দ্বিতীয় উৎপত্তিটোৱে ১৮৬৭ চনৰ ১৫ মে’ত কুৱেৰেটাৰো চহৰত এক ঐতিহাসিক পৰিঘটনা উদযাপন কৰাটো বিবেচনা কৰে।১৪
মল্‌দ'ভা গণৰাজ্য৫ অক্টোবৰ
মংগোলিয়াফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ শেষত
মৰক্কো২৮ ফেব্ৰুৱাৰী
নেপালনেপালী মাহ আশ্বাদৰ পূৰ্ণিমাৰ দিনাপূৰ্ণিমাৰ দিনটোক ‘আশাদ শুক্ল পূৰ্ণিমা’ বুলিও কোৱা হয় আৰু এই দিনটো সাধাৰণতে জুলাই মাহৰ মাজভাগত পৰে। শিক্ষক দিৱসক নেপালী ভাষাত "গুৰু পূৰ্ণিমা" বোলা হয়, য'ত "গুৰু" মানে শিক্ষক আৰু "পূৰ্ণিমা" মানে "পূৰ্ণ শশী"। "গুৰু পূৰ্ণিমা" উদযাপন কৰাটো অতি পুৰণি পৰম্পৰা আৰু ইয়াৰ সৈতে প্ৰাচীন হিন্দু পৰম্পৰা সম্পৰ্ক আছে। উচ্চ বৰ্ণৰ হিন্দুসকলৰ মাজত "ব্ৰতবন্ধ অনুষ্ঠান"ৰ সময়ত "মন্ত্ৰ" শিকোৱা ব্যক্তিজনক প্ৰকৃত "গুৰু" হিচাপে গণ্য কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি খাদ্য আৰু ফুল আগবঢ়াই শিক্ষকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। "গুৰুদেৱ ভৱ" এটা সংস্কৃত বাক্যাংশ যাৰ অৰ্থ "যাৰ বাবে গুৰুজন ঈশ্বৰ হওক" আজিও বহুলভাৱে গ্ৰহণ কৰা হৈছে। শিক্ষকসকলক সৰ্বোচ্চ সন্মান দিয়া হয়।
নেদাৰলেণ্ড্‌ছOctober 5১৫
নিউ জিলেণ্ড২৯ অক্টোবৰIn 2010 teachers were encouraged to march against recent cuts in government funding by marching in Auckland on Sunday 31st.
অ'মান২৮ ফেব্ৰুৱাৰী
পাকিস্তান৫ অক্টোবৰIt recognizes the importance of teachers and attributes progress to the quality of teachers in Pakistan's Educational System.
পানামা১ ডিচেম্বৰTo commemorate the birth date of Manuel José Hurtado, who is known as the father of Panamanian education due to his promotion of modern universal education through the establishment of the first public schools and teachers' colleges in what is now known as Panama— then part of Colombia - aiming to break the vicious cycle of ignorance and poverty that afflicted the vast majority of the population. He went on to be named Director-General of Public Instruction of the State of the Isthmus.১৬
পাৰাগুৱে৩০ এপ্ৰিল
পেৰু৬ জুলাইDuring the independence of Peru, libertador don José de San Martín founded the first Normal School for Men by means of a resolution passed by Marquis of Torre-Tagle on July 6, 1822. Many years later, on 1953, the then president Manuel A. Odría decided that Teachers' Day would be commemorated on the 6th of July.১৭
ফিলিপাইন্‌ছ৫ অক্টোবৰBy Presidential Proclamation No. 479১৮ to honour more than 500,000 teachers nationwide. However, in the ফিলিপাইন Teachers' Day is actually celebrated in schools between the months of September and October (mainly elementary and secondary levels). Teachers are presented with orchid corsages by students. Groups of students representing various grade levels perform short skits or song and dance numbers, or read poetry for their teachers in front of fellow schoolmates in school-wide activities. These activities are planned by senior students in the Student Council who coordinate the activities well in advance. For Filipino-Chinese schools, a program is usually organized by students for teachers on September 27, while September 28, considered as the actual Teachers' Day, is a school holiday where both teachers and students are allowed to rest. September 28 was chosen because it is known as the birthdate of famous Chinese philosopher Confucius.১৯
পোলেণ্ড১৪ অক্টোবৰThis day is the anniversary of the creation of the Commission of National Education, created in 1773 through the initiative of King Stanisław August Poniatowski. Normally flowers and sweets will be given to teachers by kids. School play and activities can be also scheduled by student body.
কুৱেইট৫ অক্টোবৰ
কাটাৰ৫ অক্টোবৰ
ৰোমানিয়া৫ জুন
ৰাছিয়া৫ অক্টোবৰBetween 1965 and 1994, the first Sunday of October. Since 1994, on October 5, coincides with the World Teachers' Day (est. 1994 by ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা).
চৌদি আৰৱ২৮ ফেব্ৰুৱাৰী
চাৰ্বিয়া৫ অক্টোবৰ
ছিংগাপোৰছেপ্তেম্বৰৰ প্ৰথম শুকুৰবাৰAn official school holiday. Celebrations are normally conducted the day before, where students usually get half a day off. In some schools, students will put on performances to entertain and honour their teachers.
শ্লোভাকিয়া২৮ মাৰ্চCommemorates the birthdate of John Amos Comenius.
দক্ষিণ কোৰিয়াচিউলত ১৯৬৩ চনৰ পৰা আৰু চুঞ্জু নগৰত ১৯৬৪ চনৰ পৰা ১৫ মে'তOriginally it was started by a group of Red Cross youth team members who visited their sick ex-teachers in hospitals. At start its date was May 26. But from 1965, the date has changed to May 15, dated after Sejong the Great's birthday.২০ The national celebration ceremony was stopped between 1973 and 1982 but it resumed after that. On the day, teachers are usually presented with carnations by their students. Ex-students pay their respects to their former teachers by visiting them and giving them a carnation. Many schools now close on Teachers' Day because of the rampant bribery implicit in the expensive gifts often given to teachers. Schools can use the day to have an outing for the teachers.
শ্ৰীলংকা৬ অক্টোবৰIts Officially the Teachers' Day in Sri Lanka on 6 October, every school celebrate the special day. the teachers are Given with surprised gifts on that day by their students.
স্পেইন২৯ জানুৱাৰী
ছিৰিয়া১৮ মাৰ্চ
টাইৱান২৮ ছেপ্তেম্বৰTaiwan uses this day to honor teachers' virtues, struggles, and contributions not only to their own students but also to society in general. People often make use of the day to express their gratitude to their teachers, such as paying them a visit or sending them a card. This date was chosen to commemorate the birth of Confucius, believed to be the model master educator in Ancient China. In 1939, the Ministry of Education established the national holiday as August 27, the attributed birthday of Confucius. In 1952, the Executive Yuan changed it to September, stating that it was calculated to be the precise date in the গ্ৰেগৰিয়ান বৰ্ষপঞ্জী. The festival celebration occurs in the temples of Confucius around the island, known as the "Grand Ceremony Dedicated to Confucius" (祭孔大典). The ceremony begins at 6am with Drum beats. 54 musicians are dressed in robes with blue belts, and 36 (or 64) dancers dressed in yellow with green belts. They are led by Confucius's chief descendant (currently Kung Tsui-chang) and followed by ceremonial officers. Three animals—the cow, the goat, and the pig—are sacrificed. The hairs plucked from these sacrificed animals are called the Hairs of Wisdom. In addition, local education institutes and civil offices award certain teachers for their excellence and positive influence.
থাইলেণ্ড১৬ জানুৱাৰীAdopted as Teachers' Day in থাইলেণ্ড by a resolution of the government on November 21, 1956. The first Teachers' Day was held in 1957. January 16 marks the enactment of the Teachers Act, Buddhist Era 2488 (1945), which was published in the Government Gazette on January 16, 1945, and came into force 60 days later. Most Thai schools close for the day to give their teachers a break during the long second term. Many international schools do not, although they may hold celebrations to honor their teaching staff. There are very few public or official commemorations.
টিউনিছিয়া২৮ ফেব্ৰুৱাৰী
তুৰস্ক২৪ নৱেম্বৰMustafa Kemal Atatürk thought and stated that "The new generation will be created by teachers." . Atatürk was also considered as the Prime Teacher (Başöğretmen), because he adopted a new alphabet for the newly founded Turkish Republic in 1923.
ইউক্ৰেইনঅক্টোবৰৰ প্ৰথম দেওবাৰAt schools across the country, Teacher's Day is celebrated the Friday before the holiday with "concerts" and gatherings, while students usually give their teachers gifts such as flowers and chocolate. On the holiday itself, many teachers celebrate with their families and friends at home or at restaurants or cafes.
সংযুক্ত আৰৱ আমিৰাত২৮ ফেব্ৰুৱাৰী
যুক্তৰাজ্য৫ অক্টোবৰ
আমেৰিকা যুক্তৰাষ্ট্ৰNational Teacher Day is on Tuesday during Teacher Appreciation Week, which takes place in the first full week of May (May 6, 2014)Students often show appreciation for their teachers with gifts or writing thank you cards. The National Education Association describes National Teacher Day as "a day for honoring teachers and recognizing the lasting contributions they make to our lives".২১ The NEA gives a history of National Teacher Day:২১ The origins of Teacher Day are murky. Around 1944 Wisconsin teacher Ryan Krug began corresponding with political and education leaders about the need for a national day to honor teachers. Woodbridge wrote to Eleanor Roosevelt who in 1953 persuaded the 81st Congress to proclaim a National Teacher Day. NEA along with its Kansas and Indiana state affiliates and the Dodge City (Kan. ) local lobbied Congress to create a national day celebrating teachers. Congress declared March 7, 1980, as National Teacher Day for that year only. NEA and its affiliates continued to observe Teacher Day on the first Tuesday in March until 1985, when the National PTA established Teacher Appreciation Week as the first full week of May. The NEA Representative Assembly then voted to make the Tuesday of that week National Teacher Day. As of September 7, 1976, September 11 was also adopted as Teachers' Day in the U.S. state of Massachusetts. Currently, Massachusetts sets the first Sunday of June as its own Teachers' Day, annually.
উজবেকিস্তান১ অক্টোবৰ
ভিয়েটনাম২০ নৱেম্বৰThis holiday allows students to express their respect to their teacher. Students begin preparing a week in advance, and many classes usually prepare literature and art to welcome Teachers' Day, while other students prepare foods and flowers for the parties held at their schools. Students usually visit their teachers at their homes to offer flowers and small gifts, or organize trips with their teachers and classmates. Former students also pay respect to their former teachers on this day. The holiday has its origins in a meeting between educators in Communist bloc nations in Warsaw in 1957. It was first celebrated in 1958 as the Day of the International Manifest of Educators; in 1982 the day was renamed Vietnamese Educators' Day.
ভেনেজুৱেলা১৫ জানুৱাৰীOn this day there are no classes and during the week all the teachers are honoured for their support in building the country.
য়েমেন২৮ ফেব্ৰুৱাৰী

19 countries celebrate a common Teachers' Day on October 5: Azerbaijan, Bulgaria, Canada, Estonia, Germany, Lithuania, Macedonia, Maldives, Mauritius, Republic of Moldova, Netherlands, Pakistan, Philippines, Kuwait, Qatar, Romania, Russia, Serbia, and United Kingdom.

11 countries celebrate a common Teachers' Day on February 28: Morocco, Algeria, Tunisia, Libya, Egypt, Jordan, Saudi Arabia, Yemen, Bahrain, UAE, and Oman.

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Teachers' Day – Honouring Teachers. Times of India
  2. ↑ World Teachers’ Day, October 2. Unesco.org
  3. ↑ Historia. Jardindeinfantesdfs.com.ar
  4. ↑ Teachers day, Teachers Day in India - Presidents abdul speech. Indianchild.com
  5. ↑ (1903-02-04). October 5 World Teacher's Day. Armenian News
  6. ↑ Анонимен. (2006-09-29). 5 октомври е определен за Ден на учителя - Actualno.com. Education.actualno.com
  7. ↑ (September 19, 2010). Días Nacionales en Chile
  8. ↑ (September 6, 2013). China mulls changing Teachers' Day to birthday of Confucius. Xinhua News Agency
  9. ↑ Zlatý Ámos — anketa o nejoblíbenějšího učitele České republiky. Zlatý Ámos
  10. ↑ (October 4, 2006). Mezinárodní den učitelů a Zlatý Ámos. adam.cz
  11. ↑ Nueva Alejandría — Secciones — Maestros Americanos — El Salvador
  12. ↑ TEACHER APPRECIATION: teacher appreciation poem — Teachers Day — El Salvador
  13. ↑ Gleaner gives teachers a break!
  14. ↑ Luis Tinajero Portes. (1 January 1994). Días conmemorativos en la historia de México. UASLP. পৃ. 90. ISBN 978-968-6194-65-4
  15. ↑ Welkom - Dag van de leraar. Dagvandeleraar.nl
  16. ↑ (2009-10-07). Biografía de Manuel José Hurtado - Educa Panamá, Mi Portal Educativo (Spanish). Educapanama.edu.pa
  17. ↑ Portal Educativo del Perú - Día del Maestro (Spanish) See item: Una fecha con Historia
  18. ↑ OPS: National Teachers' Day
  19. ↑ Birthday of Confucius (551-479 B.C.E.) (Perpetual Multicultural Calendar Software)
  20. ↑ 스승의날: 지식백과. terms.naver.com
  21. ↑ National Teacher Day. NEA

সম্পৰ্কিত শ্ৰেণী

শিক্ষাদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিক্ষক দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৫৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।