অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২৫ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।১UNESCO ই মুঠ অসমৰ তিনিখন ( ৩ খন) ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰ(World Heritage site)বুলি স্বীকৃতি দিছে। সেইঠাই‌ তিনিখন হ'ল-‌‌-

i) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ii) মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু

iii)চৰাইদেউ মৈদাম।

re-edited by Fahim২

ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল

প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে:৩

+ৰাষ্ট্ৰসংঘৰ সঞ্চালক
দেশনামকাৰ্য্যকালমন্তব্য
ইৰিণা ব'কোভা২০০৯ - বৰ্তমান
ক'ইচিৰ' মাতছুৰা১৯৯৯ - ২০০৯
ফেডেৰিক' মেয়ৰ জাৰাগ'জা১৯৮৭ - ১৯৯৯
আমাদৌ-মাহতাৰ এম'বো১৯৭৪ - ১৯৮৭
ৰেণে মাহেউ১৯৬১ - ১৯৭৪১৯৬১ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
ভিত্তোৰিনো ভেৰোনেছে১৯৫৮ - ১৯৬১
লুথাৰ ইভান্স (Luther Evans)১৯৫৩ - ১৯৫৮
জন উইলকিন্সন টেইলৰ (John Wilkinson Taylor)১৯৫২ - ১৯৫৩১৯৫২ - ৫৩ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
জেইম ট'ৰেছ ব'দেত১৯৪৮ - ১৯৫২
জুলিয়ান হাক্সলে১৯৪৬ - ১৯৪৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ইউনেস্কো কাৰ্যালয়ৰ ৱেবচাইট
  2. ↑ Fahim
  3. ↑ UNESCO official site: Directors-General

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থাৰাষ্ট্ৰসংঘ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা” প্ৰবন্ধৰ সংশোধন ৫৬১৪৮১ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।