অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পোলেণ্ড

পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত।

হালনাগাদ: ২৭ জুন ২০২৬ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ।১ এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। পোলেণ্ড ২০০৪ চনৰ ১মে' তাৰিখে ইউৰোপিয়ান ইউনিয়নৰ সদস্য হয়।

প্ৰায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে পোলেণ্ড সৰ্বপ্ৰথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক পোলেণ্ডৰ স্বৰ্ণযুগ আখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত পোলেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ আৰু প্ৰভাৱশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।

তথ্যসূত্ৰ

  1. ↑ Johnson, Lonnie R. (1996). Central Europe: enemies, neighbors, friends. Oxford University Press

সম্পৰ্কিত শ্ৰেণী

পোলেণ্ডইউৰোপৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহপোখালি (দেশ)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোলেণ্ড” প্ৰবন্ধৰ সংশোধন ৬১৪৬৪৯ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।