অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চৌদি আৰৱ

চৌদি আৰৱ (العربية السعودية, আল-আআৰাবিইয়া আচ-চাউউদিইয়াহ, চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত) মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।

হালনাগাদ: ৭ জুলাই ২০২৫ ৩৯ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

চৌদি আৰৱ (العربية السعودية, আল-আআৰাবিইয়া আচ-চাউউদিইয়াহ, চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত) মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৌদি আৰৱ” প্ৰবন্ধৰ সংশোধন ৫২২৬১৮ (৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।