অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতৰ বেংকৰ তালিকা

এইখন হৈছে আৰ বি আই আইন, ১৯৩৪ৰ দ্বিতীয় সূচী অনুসৰি অনুসূচীত বেংক (ভাৰত) হিচাপে তালিকাভুক্ত হোৱা বেংকৰ তালিকা।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৪৮৬ শব্দ · ৩ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

এইখন হৈছে আৰ বি আই আইন, ১৯৩৪ৰ দ্বিতীয় সূচী অনুসৰি অনুসূচীত বেংক (ভাৰত) হিচাপে তালিকাভুক্ত হোৱা বেংকৰ তালিকা।

বাণিজ্যিক বেংক

ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি)

মূল প্ৰবন্ধ: ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক

২০২৩ চনৰ ১ মাৰ্চলৈকে ১২টা ৰাজহুৱা খণ্ডৰ বেংক আছে

বেংকৰ নামস্থাপিতমুখ্য কাৰ্যালয়চৰকাৰৰ অংশশাখাৰ সংখ্যা
বেংক অৱ বৰোদা১৯০৮বডোদৰা, গুজৰাট৬৩.৯৭%৮,৩১০
বেংক অৱ ইণ্ডিয়া১৯০৬মুম্বাই, মহাৰাষ্ট্ৰ৮১.৪১%৫,০৮৪
বেংক অৱ মহাৰাষ্ট্ৰ১৯৩৫পুনে, মহাৰাষ্ট্ৰ৯০.৯৭%২,০২২
কানাড়া বেংক১৯০৬বেংগালুৰু, কৰ্ণাটক৬২.৯৩%১০,৪১৬
চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া১৯১১মুম্বাই, মহাৰাষ্ট্ৰ৯৩.০৮%৪,৬০৮
ইণ্ডিয়ান বেংক১৯০৭চেন্নাই, তামিলনাডু৭৯.৯০%৫,৭৪৪
ইণ্ডিয়ান অভাৰচিজ বেংক১৯৩৭চেন্নাই, তামিলনাডু৯৬.৩৮%৩,২১৭
পঞ্জাৱ এণ্ড সিন্ধ বেংক১৯০৮নতুন দিল্লী, দিল্লী৯৭.০৭%১,৫২৭
পঞ্জাৱ নেচনেল বেংক১৮৯৪নতুন দিল্লী, দিল্লী৭৩.১৫%১০,৭৬৯
ভাৰতীয় ষ্টেট বেংক১৯৫৫মুম্বাই, মহাৰাষ্ট্ৰ৫৭.৬২%২২,২১৯
ইউকো বেংক১৯৪৩কলিকতা, পশ্চিমবংগ৯৫.৩৯%৩,০৮৭
ইউনিয়ন বেংক অফ ইণ্ডিয়া১৯১৯মুম্বাই, মহাৰাষ্ট্ৰ৮৩.৪৯%৯,৩১৫

ব্যক্তিগত খণ্ডৰ বেংক

বৰ্তমান ভাৰতত ২১টা ব্যক্তিগত বেংক আছে, ২০২৩ চনৰ ১ মাৰ্চলৈকে:

বেংকৰ নামস্থাপিতমূখ্য কাৰ্যালয়শাখাৰ সংখ্যামুঠ সম্পত্তিৰাজহউদ্ধৃতি
এক্সিস বেংক১৯৯৩মুম্বাই, মহাৰাষ্ট্ৰ4,594১
বন্ধন বেংক২০১৫কলিকতা, পশ্চিমবংগ1,147২
চিএছবি বেংক১৯২০Thrissur, কেৰালা512৩
চিটি ইউনিয়ন বেংক১৯০৪Kumbakonam, তামিলনাডু702৪৫
ডিচিবি বেংক১৯৩০মুম্বাই, মহাৰাষ্ট্ৰ352৬
ধনলক্ষ্মী বেংক১৯২৭Thrissur, কেৰালা245৭
ফেডাৰেল বেংক১৯৩১কোচি, কেৰালা1,272৮
এইচডিএফচি বেংক১৯৯৪মুম্বাই, মহাৰাষ্ট্ৰ5,608৯
আইচিআইচিআই বেংক১৯৯৪মুম্বাই, মহাৰাষ্ট্ৰ5,266১০১১
আইডিবিআই বেংক1৯৬৪মুম্বাই, মহাৰাষ্ট্ৰ1,884১২১৩
আইডিএফচি ফাৰ্ষ্ট বেংক২০১৫মুম্বাই, মহাৰাষ্ট্ৰ707১৪
ইণ্ডুচিণ্ড বেংক১৯৯৪মুম্বাই, মহাৰাষ্ট্ৰ2,015১৫
জম্মু আৰু কাশ্মীৰ বেংক১৯৩৮Srinagar, Jammu and Kashmir957১৬
কৰ্ণাটক বেংক১৯২৪Mangaluru, কৰ্ণাটক905১৭
কাৰুৰ ব্যাস্যা বেংক১৯১৬Karur, তামিলনাডু811১৮
কোটক মহিন্দ্ৰা বেংক২০০৩মুম্বাই, মহাৰাষ্ট্ৰ1,604১৯
নাইনিতাল বেংক১৯২২Nainital, উত্তৰাখণ্ড160২০
আৰবিএল বেংক১৯৪৩মুম্বাই, মহাৰাষ্ট্ৰ435২১
চাউথ ইণ্ডিয়ান বেংক১৯২৯Thrissur, তিতা কেৰেলা৯৩৫২২
তামিলনাড মাৰ্চেন্টাইল বেংক১৯২১Thoothukkudi, তামিলনাডু৫০৯২৩
ইয়েছ বেংক২০০৪মুম্বাই, মহাৰাষ্ট্ৰ১,০৭০২৪২৫

আঞ্চলিক গ্ৰাম্য বেংক

১ এপ্ৰিল ২০২০ লৈকে ভাৰতত ৪৩ টা আঞ্চলিক গ্ৰাম্য বেংক আছে। সেইকেইটা হ'ল:

অন্ধ্ৰ প্ৰদেশ

  • অন্ধ্ৰ প্ৰগতি গ্ৰামীনা বেংক
  • চৈতন্য গোদাবৰী গ্ৰামীন বেংক
  • সপ্তগিৰি গ্ৰামীন বেংক

অৰুণাচল প্ৰদেশ

  • অৰুণাচল প্ৰদেশ ৰুৰেল বেংক

অসম

  • অসম গ্ৰামীণ বিকাশ বেংক

বিহাৰ

  • দক্ষিণ বিহাৰ গ্ৰামীন বেংক
  • উত্তৰ বিহাৰ গ্ৰামীন বেংক

ছত্তীশগড়

  • ছত্তীশগড় ৰাজ্য গ্ৰামীন বেংক

গুজৰাট

  • বৰোদা গুজৰাট গ্ৰামীন বেংক
  • সৌৰাষ্ট্ৰ গ্ৰামীন বেংক

হাৰিয়ানা

  • সৰ্ব হাৰিয়ানা গ্ৰামীন বেংক

হিমাচল প্ৰদেশ

  • হিমাচল প্ৰদেশ গ্ৰামীন বেংক

জম্মু-কাশ্মীৰ

  • জে এণ্ড কে গ্ৰামীন বেংক
  • এলাকুই দেহাতি বেংক

ঝাৰখণ্ড

  • ঝাৰখণ্ড ৰাজ্য গ্ৰামীন বেংক

কৰ্ণাটক

  • কৰ্ণাটক গ্ৰামীন বেংক
  • কৰ্ণাটক বিকাশ গ্ৰামীনা বেংক

কেৰালা

  • কেৰেলা গ্ৰামীন বেংক

মধ্য প্ৰদেশ

  • মধ্যাঞ্চল গ্ৰামীন বেংক
  • মধ্য প্ৰদেশ গ্ৰামীন বেংক

মহাৰাষ্ট্ৰ

  • মহাৰাষ্ট্ৰ গ্ৰামীন বেংক
  • বিদৰ্ভা কোংকন গ্ৰামীন বেংক

মণিপুৰ

  • মণিপুৰ ৰুৰেল বেংক

মেঘালয়

  • মেঘালয় ৰুৰেল বেংক

মিজোৰাম

  • মিজোৰাম ৰুৰেল বেংক

নাগালেণ্ড

  • নাগালেণ্ড ৰুৰেল বেংক

উৰিষ্যা

  • ওড়িশা গ্ৰাম্য বেংক
  • উৎকাল গ্ৰামীণ বেংক

পুডুচেৰী

  • পুডুবাই ভৰতীয়াৰ গ্ৰামা বেংক

পঞ্জাৱ

  • পঞ্জাৱ গ্ৰামীন বেংক

ৰাজস্থান

  • বৰোদা ৰাজস্থান ক্ষেত্ৰীয় গ্ৰামীন বেংক
  • ৰাজস্থান মৰুধৰা গ্ৰামীন বেংক

তামিলনাডু

  • তামিলনাডু গ্ৰামা বেংক

তেলেংগানা

  • তেলেংগানা গ্ৰামীনা বেংক

অন্ধ্ৰ প্ৰদেশ

  • অন্ধ্ৰ প্ৰদেশ গ্ৰামীণা বিকাশ বেংক

ত্ৰিপুৰা

  • ত্ৰিপুৰা গ্ৰামীন বেংক

উত্তৰ প্ৰদেশ

  • আৰ্যৱৰ্ত বেংক
  • প্ৰথমা ইউ পি গ্ৰামীন বেংক
  • বৰোদা ইউ পি বেংক

উত্তৰাখণ্ড

  • উত্তৰাখণ্ড গ্ৰামীন বেংক

পশ্চিম বংগ

  • পশ্চিম বংগ গ্ৰামীন বেংক
  • বঙ্গীয় গ্ৰামীণ বিকাশ বেংক
  • উত্তৰবংগ ক্ষেত্ৰীয় গ্ৰামীন বেংক

বিদেশী বেংক

১৪ জুলাই, ২০২০ তাৰিখে ভাৰতত বিদেশী বেংক - আৰ বি আই অনুসৰি উপস্থিতিৰ শাখা/ডব্লিউ অ’ এছ/প্ৰতিনিধি প্ৰকাৰ:২৬

ভাৰতত সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান হিচাপে কাম কৰা বিদেশী বেংক

ভাৰতৰ বাহিৰত নিগমিত আৰু ভাৰতত সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী চলাই থকা উল্লেখযোগ্য বেংকসমূহৰ তালিকা:

ভাৰতত শাখা থকা বিদেশী বেংক

ভাৰতৰ বাহিৰত নিগমিত আৰু ভাৰতত শাখা পৰিচালনা কৰা উল্লেখযোগ্য বেংকসমূহৰ তালিকা:

    • অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড বেংকিং গ্ৰুপ
    • ৱেষ্টপেক
    • বেংক অৱ বাহৰেইন আৰু কুৱেইট
    • এবি বেংক
    • সোণালী বেংক
    • বেংক অৱ নোভা স্কটিয়া
    • চিটিবিচি বেংক
    • চীনৰ বেংক
    • ইণ্ডাষ্ট্ৰীয়েল এণ্ড কমাৰ্চিয়েল বেংক অৱ চাইনা
    • বাৰ্কলেজ
    • এইচ এছ বি চি বেংক ইণ্ডিয়া
    • ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক
    • বিএনপি পাৰিবাছ
    • ছ'চাইটি জেনেৰেল
    • ক্ৰেডিট এগ্ৰিক'ল কৰ্পৰেট আৰু ইনবেষ্টমেন্ট বেংক
    • ডয়চে বেংক
    • মিজুহো কৰ্পৰেট বেংক
    • এম ইউ এফ জি বেংক
    • সুমিটোমো মিটছুই বেংকিং কৰ্প'ৰেচন
    • দোহা বেংক
    • কাটাৰ নেছনেল বেংক
    • এচবেৰবেংক
    • নেটৱেষ্ট গ্ৰুপ
    • ইউনাইটেড অভাৰচিজ বেংক
    • ফাষ্টৰেণ্ড বেংক
    • ইণ্ডাষ্ট্ৰীয়েল বেংক অৱ কোৰিয়া
    • কেব হানা বেংক
    • কুকমিন বেংক
    • শ্বিনহান বেংক
    • ৱুৰি বেংক
    • বেংক অৱ চিলন
    • ক্ৰেডিট ছুইছ
    • ক্ৰুং থাই বেংক
    • আবুধাবি বাণিজ্যিক বেংক
    • এমিৰেটছ এনবিডি
    • ফাষ্ট আবুধাবি বেংক
    • আমেৰিকান এক্সপ্ৰেছ
    • বেংক অৱ আমেৰিকা
    • চিটিবেংক ইণ্ডিয়া
    • জেপিমৰ্গান চেজ

প্ৰতিনিধি কাৰ্যালয় থকা বিদেশী বেংক

ভাৰতত প্ৰতিনিধি কাৰ্যালয় থকা উল্লেখযোগ্য বিদেশী বেংকৰ তালিকা:

স্মল ফাইনেন্স বেংক

মূল প্ৰবন্ধ: স্মল ফাইনেন্স বেংক

বেংকৰ নামস্থাপিতমূখ্য কাৰ্যালয়শাখাৰ সংখ্যাউদ্ধৃতি
উজ্জীৱন স্মল ফাইনেন্স বেংক২০১৭বেংগালুৰু, কৰ্ণাটক৪৬৪
জনা স্মল ফাইনেন্স বেংক২০১৮বেংগালুৰু, কৰ্ণাটক৭১৮২৭
ইকুইটাছ স্মল ফাইনেন্স বেংক২০১৬চেন্নাই, তামিলনাডু৪১২
এউ স্মল ফাইনেন্স বেংক২০১৭জয়পুৰ, ৰাজস্থান৩৯৬
কেপিটেল স্মল ফাইনেন্স বেংক২০১৬জলন্ধৰ, পঞ্জাৱ৪৭২৮
ফিনকেয়াৰ স্মল ফাইনেন্স বেংক২০১৭বেংগালুৰু, কৰ্ণাটক৯১৯২৯
ইএএসএফ স্মল ফাইনেন্স বেংক২০১৭ত্ৰিশুৰ, তিতা কেৰেলা৫৭৫৩০
নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক২০১৭গুৱাহাটী, অসম৩১
সূৰ্যোদয় স্মল ফাইনেন্স বেংক২০১৭মুম্বাই, মহাৰাষ্ট্ৰ৪৭৭৩২
উৎকৰ্ষ স্মল ফাইনেন্স বেংক২০১৮বাৰাণসী, উত্তৰ প্ৰদেশ৩৩
শিৱালিক স্মল ফাইনেন্স বেংক২০২১চাহাৰানপুৰ, উত্তৰ প্ৰদেশ৪৬৩৪
ইউনিটি স্মল ফাইনেন্স বেংক২০২১৩৫

পেমেন্টছ বেংক

মূল প্ৰবন্ধ: পে'মেণ্টছ বেংক

স্থানীয় এলেকা বেংক

স্থানীয় এলেকা বেংক (LAB) হৈছে ভাৰতৰ এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে স্থানীয় বা আঞ্চলিক পৰ্যায়ত কাম কৰি, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ লোকসকলক বেংকিং সেৱা প্ৰদান কৰে। এই বেংকসমূহৰ গঠন আৰু পৰিচালনাৰ ক্ষেত্ৰত আঞ্চলিক গ্ৰাম্য বেংক (আৰ আৰ বি)ৰ সৈতে মিল আছে যদিও মূলতঃ চহৰ আৰু অৰ্ধনগৰীয়া অঞ্চলসমূহক সেৱা আগবঢ়োৱাত এনে গুৰুত্ব আৰোপ কৰে।

স্থানীয় এলেকাৰ বেংকৰ তালিকা:

  • উপকূলীয় স্থানীয় এলেকা বেংক লিমিটেড
  • কৃষ্ণ ভীম সমৰুদ্ধি এলএবি লিমিটেড

তথ্যসূত্ৰ

  1. ↑ Axis Bank Consolidated Profit & Loss account, Axis Bank Financial Statement & Accounts. www.moneycontrol.com
  2. ↑ Bandhan Bank Profit & Loss account, Bandhan Bank Financial Statement & Accounts. www.moneycontrol.com
  3. ↑ CSB Bank Balance Sheet, CSB Bank Financial Statement & Accounts. www.moneycontrol.com
  4. ↑ City Union Bank Profit & Loss account, City Union Bank Financial Statement & Accounts. www.moneycontrol.com
  5. ↑ City Union Bank Balance Sheet, City Union Bank Financial Statement & Accounts. www.moneycontrol.com
  6. ↑ DCB Bank Profit & Loss account, DCB Bank Financial Statement & Accounts. www.moneycontrol.com
  7. ↑ Dhanlaxmi Bank Balance Sheet, Dhanlaxmi Bank Financial Statement & Accounts. www.moneycontrol.com
  8. ↑ Federal Bank Consolidated Balance Sheet, Federal Bank Financial Statement & Accounts. www.moneycontrol.com
  9. ↑ HDFC Bank Balance Sheet, HDFC Bank Financial Statement & Accounts. www.moneycontrol.com
  10. ↑ ICICI Bank- About Us. ICICI Bank
  11. ↑ ICICI Bank Balance Sheet, ICICI Bank Financial Statement & Accounts. www.moneycontrol.com
  12. ↑ Re-categorization of IDBI Bank Ltd. as a Private Sector Bank: www.idbibank.in/idbi-bank-history.asp
  13. ↑ IDBI Bank Consolidated Balance Sheet, IDBI Bank Financial Statement & Accounts. www.moneycontrol.com
  14. ↑ IDFC First Bank Consolidated Balance Sheet, IDFC First Bank Financial Statement & Accounts. https://www.idfcfirstbank.com/
  15. ↑ IndusInd Bank Share Price, IndusInd Bank Stock Price, IndusInd Bank Ltd. Stock Price, Share Price, Live BSE/NSE, IndusInd Bank Ltd. Bids Offers. Buy/Sell IndusInd Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes. www.moneycontrol.com
  16. ↑ About Jammu and Kashmir J & K Bank. www.jkbank.com
  17. ↑ Karnataka Bank Share Price, Karnataka Bank Stock Price, Karnataka Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Karnataka Bank Ltd. Bids Offers. Buy/Sell Karnataka Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes. www.moneycontrol.com
  18. ↑ Karur Vysya Share Price, Karur Vysya Stock Price, Karur Vysya Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Karur Vysya Bank Ltd. Bids Offers. Buy/Sell Karur Vysya Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes. www.moneycontrol.com
  19. ↑ Com, Moneycontrol. Kotak Mahindra Share Price, Kotak Mahindra Stock Price, Kotak Mahindra Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Kotak Mahindra Bank Ltd. Bids Offers. Buy/Sell Kotak Mahindra Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes. www.moneycontrol.com
  20. ↑ (31 March 2021). Nainital bank Financial Highlights. Nainital Bank
  21. ↑ RBL Bank Share Price, RBL Bank Stock Price, RBL Bank Ltd. Stock Price, Share Price, Live BSE/NSE, RBL Bank Ltd. Bids Offers. Buy/Sell RBL Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes. www.moneycontrol.com
  22. ↑ South Ind Bk Share Price, South Ind Bk Stock Price, South Indian Bank Ltd. Stock Price, Share Price, Live BSE/NSE, South Indian Bank Ltd. Bids Offers. Buy/Sell South Indian Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes. www.moneycontrol.com
  23. ↑ audited-balance-sheet · Tamilnad Mercantile Bank. www.tmb.in
  24. ↑ Yes Bank Q1 2020–21
  25. ↑ Yes Bank Share Price, Yes Bank Stock Price, Yes Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Yes Bank Ltd. Bids Offers. Buy/Sell Yes Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes. www.moneycontrol.com
  26. ↑ (১৪ জুলাই ২০২০). ১৪ জুলাই, ২০২০ তাৰিখৰ হিচাপত ভাৰতত বিদেশী বেংক - শাখা/ডব্লিউ অ' এছ উপস্থিতিৰ ৰূপ
  27. ↑ (2 April 2018). Jana Small Finance Bank commences operations to continue its focus on financial inclusion. The Times of India
  28. ↑ (27 April 2016). Capital Small Finance Bank Ltd. commences Operations. Reserve Bank of India
  29. ↑ (26 July 2017). Fincare Small Finance Bank commences banking operations, ready to usher an era of 'Rurban' banking. BW Education
  30. ↑ (4 August 2017). ESAF SFB fulfils banking dreams of commom man. Passline Business Magazine
  31. ↑ (17 October 2017). North East Small Finance Bank starts operations: RBI. The Economic Times
  32. ↑ (23 January 2017). Suryoday, Utkarsh small finance banks commence operations. Business Standard India
  33. ↑ (4 August 2018). Utkarsh start's operations. business-standard
  34. ↑ (26 April 2021). Shivalik Small Finance Bank commences operations. the-hindu
  35. ↑ (2021-10-13). Centrum, BharatPe get licence to set up Small Finance Bank. The Indian Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ বেংকৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৮৫ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।