বেংক অৱ মহাৰাষ্ট্ৰ ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত। ১৯৩৫ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ৮৫ বছৰতকৈও অধিক সময় ধৰি কাম কৰি আহিছে।১
তথ্যসূত্ৰ
- ↑ The beginning, Bank of Maharashtra. bankofmaharashtra.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেংক অৱ মহাৰাষ্ট্ৰ” প্ৰবন্ধৰ সংশোধন ৬০২৫৪৯ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।