অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পঞ্জাৱ এণ্ড সিন্ধ বেংক

পঞ্জাৱ এণ্ড সিন্ধ বেংক (Punjab And Sindh Bank) চমুকৈ PSB, ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ১৯০৮ চনত পঞ্জাৱৰ অমৃতসৰত স্থাপন কৰা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হয়, সমগ্ৰ দেশতে ১৪০০ৰো অধিক শাখা আৰু ১০০০টা এটিএমৰ নেটৱৰ্ক আছে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

পঞ্জাৱ এণ্ড সিন্ধ বেংক (Punjab And Sindh Bank) চমুকৈ PSB, ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ১৯০৮ চনত পঞ্জাৱৰ অমৃতসৰত স্থাপন কৰা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হয়, সমগ্ৰ দেশতে ১৪০০ৰো অধিক শাখা আৰু ১০০০টা এটিএমৰ নেটৱৰ্ক আছে।১

তথ্যসূত্ৰ

  1. ↑ About us, Punjab And Sindh Bank. psbindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিত্তীয় প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্জাৱ এণ্ড সিন্ধ বেংক” প্ৰবন্ধৰ সংশোধন ৩৮৫৩১২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।