চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া (Central Bank of India) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯১১ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে এই বেংকটোৰ ৪ হাজাৰৰো অধিক শাখা আৰু ৫ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।১
তথ্যসূত্ৰ
- ↑ Profile। Central Bank of India. centralbankofindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪৬১১৮৪ (২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।