অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত

২০২৪ চনৰ ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈকে পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত দেশখনে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল আৰু ১৯৮৪ চনৰ পৰা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি আহিছে।

হালনাগাদ: ১৩ জুন ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

২০২৪ চনৰ ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈকে পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত দেশখনে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল আৰু ১৯৮৪ চনৰ পৰা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি আহিছে।১

ইয়াৰ পূৰ্বে ভাৰতে পেৰালিম্পিক গেমছত যোগদান কৰি সৰ্বমুঠ ৩১টা পদক অৰ্জন কৰিছে। ভাৰতৰ বাবে সকলোতকৈ সফল পেৰালিম্পিক অভিযান আছিল ২০২০ চনত টকিঅ’ত অনুষ্ঠিত পেৰালিম্পিক গেমছত। এই প্ৰতিযোগিতাত ভাৰতে ৫টা স্বৰ্ণ, আঠটা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ১৯টা পদক লাভ কৰিছিল।

২০২৪ চনৰ পেৰালিম্পিক গেমছলৈ ভাৰতে ১২খন খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৮৪জন খেলুৱৈৰে গঠিত এটা দল প্ৰেৰণ কৰে।২ ভাৰতৰ হৈ উন্মোচনী অনুষ্ঠানৰ পতাকা বহন কৰে ভাগ্যশ্ৰী জাধৱ আৰু সুমিত আন্তিলে।৩ আনহাতেদি, প্ৰীতি পাল আৰু হৰবিন্দৰ সিং আছিল সামৰণি অনুষ্ঠানৰ পতাকা বাহক।

পেৰালিম্পিকৰ এই পেৰিছৰ সংস্কৰণটো এতিয়ালৈকে দেশৰ বাবে আটাইতকৈ সফল সংস্কৰণ হিচাপে পৰিগণিত হৈছে। এই সফলতাৰ ভিতৰত আছে ৭টা সোণ, ৯টা ৰূপ, আৰু ১৩টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৯টা পদক। এয়া ভাৰতৰ পেৰালিম্পিক গেমছত বৰ্তমানলৈ সৰ্বাধিক পদকৰ পৰিসংখ্যা আছিল যিয়ে টকিঅ’ ২০২০ টেলিৰ ১৯টা পদকক অতিক্ৰম কৰিবলৈ সক্ষম হয়।

পদক তালিকা

+পদকবিজয়ীসকল৪
পদকনামখেলশাখাতাৰিখ
স্বৰ্ণ পদকঅৱনী লেখাৰাশ্বুটিংমহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১৩০ আগষ্ট
স্বৰ্ণ পদকনিতেশ কুমাৰবেডমিণ্টনপুৰুষৰ একক এছএল৩২ ছেপ্তেম্বৰ
স্বৰ্ণ পদকসুমিত আন্তিলএথলেটিক্সপুৰুষৰ যাঠী দলিওৱা এফ৬৪
স্বৰ্ণ পদকহৰবিন্দৰ সিংআৰ্চাৰিপুৰুষৰ একক ৰেকাৰ্ভ অপেন৪ ছেপ্তেম্বৰ
স্বৰ্ণ পদকধৰ্মবীৰ নৈনএথলেটিক্সক্লাৱ থ্ৰ' এফ৫১৪ ছেপ্টেম্বৰ
স্বৰ্ণ পদকপ্ৰবীণ কুমাৰওখ জাপ টি৬৪৬ ছেপ্টেম্বৰ
স্বৰ্ণ পদকনৱদীপ সিংপুৰুষৰ যাঠী দলিওৱা এফ৪১৭ ছেপ্টেম্বৰ
ৰূপৰ পদকমনীষ নাৰৱালশ্বুটিংপুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১৩০ আগষ্ট
ৰূপৰ পদকনিশাদ কুমাৰএথলেটিক্সপুৰুষৰ ওখ জাপ টি৪৭১ ছেপ্তেম্বৰ
ৰূপৰ পদকযোগেশ কাথুনিয়াপুৰুষৰ কাঁ‌হী দলিওৱা এফ৫৬২ ছেপ্তেম্বৰ
ৰূপৰ পদকতুলসীমতি মুৰুগেছানবেডমিণ্টনমহিলাৰ একক এছইউ৫
ৰূপৰ পদকসুহাস ললিনাকেৰী য়াথিৰাজবেডমিণ্টনপুৰুষৰ একক এছএল৪
ৰূপৰ পদকঅজিত সিং যাদৱএথলেটিক্সপুৰুষৰ যাঠী দলিওৱা এফ৪৬৩ ছেপ্তেম্বৰ
ৰূপৰ পদকশাৰদ কুমাৰপুৰুষৰ ওখ জাপ টি৬৩
ৰূপৰ পদকশচীন চাৰ্জেৰাও খিলাৰীপুৰুষৰ গধূৰবস্তু দলিওৱা এফ৪৬৪ ছেপ্তেম্বৰ
ৰূপৰ পদকপ্ৰণৱ চুৰমাক্লাৱ থ্ৰ' এফ৫১
ব্ৰঞ্জৰ পদকমোনা আগৰৱালশ্বুটিংমহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১৩০ আগষ্ট
ব্ৰঞ্জৰ পদকপ্ৰীতি পালএথলেটিক্সমহিলাৰ ১০০ মিটাৰ টি৩৫৩০ আগষ্ট
ব্ৰঞ্জৰ পদকৰুবিনা ফ্ৰান্সিছশ্বুটিংমহিলাৰ পি২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১৩১ আগষ্ট
ব্ৰঞ্জৰ পদকপ্ৰীতি পালএথলেটিক্সমহিলাৰ ২০০ মিটাৰ টি৩৫১ ছেপ্তেম্বৰ
ব্ৰঞ্জৰ পদকমণিষা ৰামাদাসবেডমিণ্টনমহিলাৰ একক এছইউ৫২ ছেপ্তেম্বৰ
ব্ৰঞ্জৰ পদকশীতল দেৱী, ৰাকেশ কুমাৰআৰ্চাৰিমিশ্ৰিত দল কম্পাউণ্ড
ব্ৰঞ্জৰ পদকনিত্যা শিৱনবেডমিণ্টনমহিলাৰ একক এছএইচ৬
ব্ৰঞ্জৰ পদকদীপ্তি জীৱনজীএথলেটিক্সমহিলাৰ ৪০০ মিটাৰ টি২০৩ ছেপ্তেম্বৰ
ব্ৰঞ্জৰ পদকমাৰীয়াপ্পান থানগাভেলুপুৰুষৰ ওখ জাপ টি৬৩
ব্ৰঞ্জৰ পদকসুন্দৰ সিং গুৰ্জাৰপুৰুষৰ যাঠী দলিওৱা এফ৪৬
ব্ৰঞ্জৰ পদককপিল পৰমাৰজুডোপুৰুষৰ জে১ -৬০কেজি৫ ছেপ্তেম্বৰ
ব্ৰঞ্জৰ পদকহোকাটো হোটোঝে ছেমাএথলেটিক্সপুৰুষৰ গধূৰবস্তু দলিওৱা এফ ৫৭৬ ছেপ্তেম্বৰ
ব্ৰঞ্জৰ পদকচিমৰন শৰ্মামহিলাৰ ২০০ মিটাৰ টি১২৭ ছেপ্তেম্বৰ
+খেল অনুসৰি পদক
খেলসোণৰূপব্ৰঞ্জমুঠ
শ্বুটিং১১২৪
Badminton pictogram (Paralympics).svgবেডমিণ্টন১২২৫
Athletics pictogram (Paralympics).svgএথলেটিক্স৪৬৭১৭
Archery pictogram (Paralympics).svgআৰ্চাৰী১০১২
মুঠ৭৯১৩২৯
দিন অনুসৰি পদক
দিনতাৰিখসোণৰূপব্ৰঞ্জমুঠ
১২৯ আগষ্ট০০০০
২৩০ আগষ্ট১১২৪
৩৩১ আগষ্ট০০১১
৪১ ছেপ্তেম্বৰ০১১২
৫২ ছেপ্তেম্বৰ২৩৩৮
৬৩ ছেপ্তেম্বৰ০২৩৫
৭৪ ছেপ্তেম্বৰ২২০৪
৮৫ ছেপ্তেম্বৰ০০১১
৯৬ ছেপ্তেম্বৰ১০১২
১০৭ ছেপ্তেম্বৰ১০১২
১১৮ ছেপ্তেম্বৰ০০০০
মুঠ৭৯১৩২৯
+লিংগ অনুসৰি পদক
লিংগসোণৰূপব্ৰঞ্জমুঠ
পুৰুষ৬৮৪১৮
মহিলা১১৮১০
মিশ্ৰিত০০১১
মুঠ৭৯১৩২৯
+একাধিক পদকবিজয়ী
নামশাখামুঠ
প্ৰীতি পালএথলেটিক্স০০২২

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (19 December 2020). India at the Paralympics: A brief history. Olympics.com
  2. ↑ (16 August 2024). All Indian athletes qualified for Paris 2024 Paralympics. Olympics.com
  3. ↑ (29 August 2024). Paralympic Games: Indian contingent led out by Sumit Antil, Bhagyashri Jadhav at opening ceremony. The Hindu
  4. ↑ Paris 2024 Paralympics medal tally: India’s results, medal table - full list and table. Olympics.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত” প্ৰবন্ধৰ সংশোধন ৫১৭৫৪৭ (১৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।