অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কপিল পৰমাৰ

কপিল পৰমাৰ (জন্ম ২০০০) এজন ভাৰতীয় পেৰা-জুডো খেলুৱৈ। ২০২৪ চনৰ পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে জুডোত ভাৰতৰ প্ৰথমটো পেৰালিম্পিক পদক লাভ কৰি ইতিহাস ৰচনা কৰে।

হালনাগাদ: ৩১ আগষ্ট ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কপিল পৰমাৰ (জন্ম ২০০০) এজন ভাৰতীয় পেৰা-জুডো খেলুৱৈ। ১ ২০২৪ চনৰ পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে জুডোত ভাৰতৰ প্ৰথমটো পেৰালিম্পিক পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ২ ইয়াৰোপৰি পৰমাৰে ২০১৯ চনৰ কমনৱেলথ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক, ২০২৩ চনৰ গ্ৰেণ্ড প্ৰিস্কত স্বৰ্ণ, ২০২৩ চনৰ আই বি এছ এ বিশ্ব গেমছত ব্ৰঞ্জ আৰু ২০২২ চনৰ এছিয়ান পেৰা গেমছত ৰূপৰ পদক লাভ কৰিছে। ৩

ব্যক্তিগত জীৱন

পৰমাৰ ভূপালৰ যদিও তেওঁ লক্ষ্ণৌৰ ইণ্ডিয়ান পেৰা জুডো একাডেমীত প্ৰশিক্ষক মুনাৱাৰ আঞ্জাৰ আলী ছিদ্দিকিৰ অধীনত প্ৰশিক্ষণ লৈ আছে। ৪

কেৰিয়াৰ

এছিয়ান পেৰা গেমছত পৰমাৰে ৰূপৰ পদক লাভ কৰে। ৫ ২০২৩ চনত আলেকজেণ্ড্ৰিয়াত অনুষ্ঠিত হোৱা আই বি এছ এ জুডো গ্ৰেণ্ড প্ৰিস্কত তেওঁ সোণৰ পদক লাভ কৰে। ৬ ইয়াৰ পিছত ব্ৰিটেইনৰ বাৰ্মিংহামত অনুষ্ঠিত আই বি এছ এ বিশ্ব গেমছত ব্ৰঞ্জৰ পদক লাভ কৰে। ৭ ৮ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছতো তেওঁ সোণৰ পদক লাভ কৰে। ৮ ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। ৯

তথ্যসূত্ৰ

  1. ↑ (2023-10-23). Para Asian Games: Kokila, Kapil capture silver, bronze in Judo. www.aninews.in
  2. ↑ Kavthale, Sumeet; News, India TV. (2024-09-05). Kapil Parmar wins historic Bronze in men's judo; India's medal tally at Paris Paralympics 2024 reach 25. www.indiatvnews.com
  3. ↑ Paris 2024 Paralympics: Judoka Kapil Parmar wins bronze medal in men’s -60kg J1 category. The Hindu
  4. ↑ (2023-08-28). Lucknow judoka gets bronze in IBSA Games. The Times of India
  5. ↑ Parkar, Ubaid. (2023-10-28). Asian Para Games 2023 medal tally: Indian winners - full list. www.olympics.com
  6. ↑ Figueiredo, Pedro. (2023-03-13). Judo: India made history in Egypt. IBSA International Blind Sports Federation
  7. ↑ (2023-08-28). https://timesofindia.indiatimes.com/city/lucknow/lucknow-judoka-gets-bronze-in-ibsa-games/articleshow/103117234.cms
  8. ↑ (2023-10-11). Meet Para Judo player Kapil Parmar gold medallist. Paralympic Committee of India
  9. ↑ (2024-09-05). Kapil Parmar scripts history, wins India's first-ever Paralympic medal in judo. India Today

সম্পৰ্কিত শ্ৰেণী

মধ্য প্ৰদেশৰ ব্যক্তিভাৰতীয় পেৰালিম্পিক প্ৰতিযোগীপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কপিল পৰমাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৬৪৪২ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।