নৱদীপ সিং ( Navdeep Singh, জন্ম ১১ নৱেম্বৰ ২০০০) এজন ভাৰতীয় পেৰা-এথলীট আৰু জেভেলিন থ্ৰ'ৱাৰ। ১ ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ স্বৰ্ণ পদক লাভ কৰে ২ আৰু ইয়াৰ পূৰ্বে তেওঁ বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক বিজয়ী হৈ আহিছে। ৩
কেৰিয়াৰ
২০১৭ চনত ডুবাইৰ এছিয়ান ইউথ পেৰা গেমছত পুৰুষৰ জেভেলিন এফ৪১ ইভেণ্টত সিঙে ভাৰতৰ হৈ সোণৰ পদক লাভ কৰে। ৪ ডুবাইত অনুষ্ঠিত হোৱা বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিস্ক ২০২১তো তেওঁ সোণৰ পদক লাভ কৰিছিল। ৫ ৬
২০২০ চনৰ টকিঅ' পেৰালিম্পিকত জেভেলিন থ্ৰ' এফ৪১ত চতুৰ্থ স্থান দখল কৰে পদক অৰ্জনৰ পৰা বিৰত হ'ব লগা হয়। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ দ্বিতীয় স্থানত থাকে যদিও, প্ৰথম স্থানৰ খেলুৱৈজন পদক অৰ্জনৰ পৰা বাহিৰ হ'ব লগা হোৱাত সিঙে স্বৰ্ণ পদক লাভ কৰে। ৭
তথ্যসূত্ৰ
- ↑ (2021-09-04). Tokyo Paralympics: Javelin thrower Navdeep finishes fourth in F41 event. sportstar.thehindu.com
- ↑ Sportstar, Team. (2024-09-07). Paris 2024 Paralympics: Navdeep’s silver medal upgraded after gold medallist Sadegh Beit Sayah of Iran gets disqualified. sportstar.thehindu.com
- ↑ (2024-09-07). Who is Navdeep? India's 1st Paralympic medallist in F41 category. India Today
- ↑ World Para Athletics: Navdeep, Arvind win 2 quotas, India win 4 gold. IMDb
- ↑ (2021-02-13). Navdeep, Arvind win gold to secure quotas for Tokyo Paralympic Games. The Indian Express
- ↑ World Para Athletics: Navdeep, Arvind win 2 quotas, India win 4 gold. MorungExpress
- ↑ (2024-09-08). Once taunted for his height, javelin thrower Navdeep Singh wins India’s seventh gold. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱদীপ সিং (খেলুৱৈ)” প্ৰবন্ধৰ সংশোধন ৪৬৪৬০৯ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।