অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমত দেখা পোৱা মাছৰ তালিকা

মাছ মাছৰ পৰিভ্ৰমণ অসমৰ মাছ ইলীহ মাছ কাটলফিছ কাৱৈ মাছ খলিহনা মাছ গেদগেদী মাছ গৰৈ মাছ চেঙেলী মাছ চেলকণা মাছ জাপানীজ ৰাইচ ফিছ ডঁৰিকনা পাভ মাছ পুঠি মাছ বাহু মাছ শ’ল মাছ হাংগৰ http://assamagribusiness.nic.in/2ndoct/fishspeciesofAssam.pdf অজিত দেৱশৰ্মা. (২০১৩). সৰু সৰু মাছ, জীয়া জীয়া মাছ. প্ৰান্তিক.

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ
অসমীয়া নামছবিইংৰাজী নামবৈজ্ঞানিক নাম
মিৰিকাMrigal/white carpCirrhinus cirrhosus
বৰালিWallagoAttuDay.jpgFreshwater sharkWallago attu
ককিলাKokila Fish found in Assam.jpgfreshwater garfishXenentodon cancila
কাজলি পাভ / বাঁহপাতী / কাজুলিAilia coila Day.jpgGangetic ailiaAilia coila
তোৰা বা টোৰাতুৰা টোৰা মাছ.jpgOne-striped spiny eelMacrognathus aral
বাহু / ভকুৱাCatla catla.JPGCatlaCatla catla
বটীয়াNemac fasci 080519 9380 ckoep.jpgLoachNeonoemacheilus assamensis
কুঢ়িLabeo gonius.jpgKuria labeoLabeo gonius
ভাঙনBlack Line Shark (Labeo bata).JPGBata labeoLabeo bata
চিতলHumped featherbackChitala chitala
চেনীপুঠিOlive barbPuntius sarana sarana
নেৰীয়াGarua bachchaClupisoma garua
নাদনীNandee labeoLabeo nandina
মালিBlack rohuLabeo calbasu
শিঙৰাStriped dwarf catfishMystus vittatus
চন্দাElongate glassy perchletChanda nama
মোৱাMola / Indian carpletAmblypharyngodon mola
কান্ধুলিFeatherbackNotopterus notopterus
পাটীমূতুৰাTank gobyGlossogobius giuris
শিঙিStinging catfishHeteropneustes fossilis
মাগুৰMagur / Walking catfishClarias batrachus
কুচিয়াGangetic mud eelAmphipnous cuchia
বিগহেডBighead carpHypophthalmichthys nobilis
গ্ৰাছ কাৰ্পGrass carpCtenopharyngodon idella
ৰৌRohuLabeo rohita
কমন কাৰ্পCommon carpCyprinus carpio
বামীSpiny eelMastacembelus armatus
কাৱৈClimbing perchAnabas testudineus

আৰু চাওক

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

মাছঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত দেখা পোৱা মাছৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৩৭৫৪ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।