অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চেলকণা মাছ

চেলকণা (Boopis razorbelly minnow, বৈজ্ঞানিক নাম: Salmostoma boopis) Salmostoma গণৰ অন্তৰ্গত এবিধ সৰু মাছ। ভাৰতৰ বিভিন্ন প্ৰান্তত এই মাছবিধ পোৱা যায়। নদীসমূহৰ অগভীৰ অঞ্চল এই মাছবিধৰ বিচৰণ ক্ষেত্ৰ। ৰূপালী বৰণৰ মাছবিধৰ দৈৰ্ঘ্য ১২ ছেমি পৰ্যন্ত হ'ব পাৰে।

হালনাগাদ: ১০ আগষ্ট ২০২৫ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চেলকণা (Boopis razorbelly minnow, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Salmostoma boopis) Salmostoma গণৰ অন্তৰ্গত এবিধ সৰু মাছ। ভাৰতৰ বিভিন্ন প্ৰান্তত এই মাছবিধ পোৱা যায়। নদীসমূহৰ অগভীৰ অঞ্চল এই মাছবিধৰ বিচৰণ ক্ষেত্ৰ। ৰূপালী বৰণৰ মাছবিধৰ দৈৰ্ঘ্য ১২ ছেমি পৰ্যন্ত হ'ব পাৰে।১

তথ্যসূত্ৰ

  1. ↑ Salmostoma boopis (Day, 1874) Boopis razorbelly minnow. fishbase.mnhn.fr

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেলকণা মাছ” প্ৰবন্ধৰ সংশোধন ৫৩১৩৩৪ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।