অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডঁৰিকনা

ডঁ‌ৰিকনা (Indian flying barb, বৈজ্ঞানিক নাম: Esomus danrica) এবিধ ক্ষুদ্ৰকায় মাছৰ প্ৰজাতি। ১৮২২ চনত হেমিল্টনে ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াক একুৱাৰিয়ামত খুব কমেই দেখা যায়। ইয়াক ম্যানমাৰ, নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু ভাৰতত পোৱা যায়।

হালনাগাদ: ১২ জুলাই ২০২৪ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ডঁ‌ৰিকনা (Indian flying barb, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Esomus danrica) এবিধ ক্ষুদ্ৰকায় মাছৰ প্ৰজাতি। ১৮২২ চনত হেমিল্টনে ইয়াক আৱিষ্কাৰ কৰিছিল। ইয়াক একুৱাৰিয়ামত খুব কমেই দেখা যায়। ইয়াক ম্যানমাৰ, নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু ভাৰতত পোৱা যায়।

বিৱৰণ

ডঁ‌ৰিকনা মাছৰ দৈৰ্ঘ্য ৬ ইঞ্চি (১৫ ছেঃমিঃ) পৰ্যন্ত হয়। ইয়াৰ ৰং ৰুপোৱালি আৰু দেহত দীঘল ৰঙা ৰেখা আৰু সোণালী ৰঙৰ ফিছা থাকে।

আচৰণ

এই মাছবিধৰ জঁ‌পিওৱাৰ এক ব্যতিক্ৰমী ক্ষমতা আছে। সেয়েহে ইয়াক indian flying barb নামেৰে জনা যায়। ইয়াৰ জীৱনকাল সাধাৰণতে তিনিৰ পৰা পাঁ‌চ বছৰ।

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডঁৰিকনা” প্ৰবন্ধৰ সংশোধন ৪২৫৬৯৫ (১২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।