ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
সুৰেখা চিক্ৰি
সুৰেখা চিক্ৰি ( Surekha Sikri; ১৯ এপ্ৰিল, ১৯৪৫ - ১৬ জুলাই, ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মঞ্চ নাটকৰ সমান্তৰালকৈ দূৰদৰ্শনৰ ধাৰাবাহিক আৰু চিনেমাতো অভিনয় কৰিছিল।
-
সৌন্দৰ্যা
কে এছ সৌম্যা (K. S. Sowmya; (১৮ জুলাই ১৯৭২ – ১৭ এপ্ৰিল ২০০৪), তেওঁ ২০০২ চনত কন্নড় চলচ্চিত্ৰ “দ্বিপা”ৰ প্ৰযোজকৰ শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
হুমা কুৰেছি
হুমা ছালিম কুৰেছি (Huma Saleem Qureshi) (; জন্ম ২৮ জুলাই ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ হুমাই সাধাৰণতে হিন্দী ভাষাৰ কথাছবিত অভিনয় কৰে৷ এতিয়ালৈকে অভিনেত্ৰী হুমাই তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লাভ…
-
হৰনাজ সান্ধু
হৰনাজ কৌৰ সান্ধু (Harnaaz Sandhu) (জন্ম ৩ মাৰ্চ ২০০০) হৈছে এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যাক মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট পিন্ধোৱা হৈছিল।
-
ৰাকুল প্ৰীত সিং
ৰাকুল প্ৰীত সিং (Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।
-
ৰাশী খান্না
ৰাশী খান্না (Raashi Khanna; জন্ম ৩০ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে মূলত তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ হিন্দী চলচ্চিত্ৰ 'মাদ্ৰাজ কেফ' (২০১৩) ৰ যোগেদি অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁ একেদৰে তেলুগু চলচ্চিত্ৰ 'অহালু গুচাগুচালাদে' (২০১৪), তামিল…
-
অনুপমা পৰমেশ্বৰন
অনুপমা পৰমেশ্বৰন (Anupama Parameswaran, জন্ম: ১৮ ফেব্ৰুৱাৰী, ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে তেলেগু, মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰি আহিছে।
-
আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)
আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত। বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।
-
আয়েশা জুল্কা
আয়েশা জুল্কা (Ayesha Jhulka জন্ম: ২৮ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে৷ তেওঁ ওড়িয়া, কন্নড়, আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷
-
আয়েশা শৰ্মা
আয়েশা শৰ্মা (Aisha Sharma; জন্ম: ২৫ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। অভিনেতা আয়ুষ্মান খুৰানাৰ ইক ৱাৰী নামৰ এটি সংগীত ভিডিঅʼত তেওঁক প্ৰথমবাৰ দেখা গৈছিল।
-
আৰুষী শৰ্মা
আৰুষী শৰ্মা (Arushi Sharma; জন্ম: ১৮ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ছবি তামাচা (২০১৫)ত সৰু চৰিত্ৰ এটিত অভিনয় কৰি চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।
-
ঋত্বিকা সেন
ঋত্বিকা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ বাংলা আৰু তামিল ছবিত অভিনয় কৰে। কলিকতা টাইমছৰ ২০১৫ চনৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাত তেওঁৰ নাম আছিল।
-
কমলাবাঈ গোখলে
কমলাবাঈ গোখলে ভাৰতীয় বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী। তেওঁ আৰু তেওঁৰ মাতৃ দুৰ্গাবাঈ কামট ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী। ১৯১৩ চনত মুক্তি লাভ কৰা দাদাচাহেব ফাল্কেৰ দ্বিতীয়খন ছবি মোহিনী ভস্মাসুৰত কমলাবাঈয়ে মুখ্য চৰিত্ৰ মোহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
খুশী কাপুৰ
খুশী কাপুৰ (Khushi Kapoor; জন্ম: ৫ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। অভিনেত্ৰী শ্ৰীদেৱী আৰু প্ৰযোজক বনী কাপুৰৰ কন্যা খুশীয়ে নেটফ্লিক্সৰ মৌলিক ছবি দ্য আৰ্চিজ (২০২৩)ত বেটী কুপাৰৰ চৰিত্ৰত অভিনয়েৰে পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিষেক ঘটায়।
-
গায়ত্ৰী যোশী
গায়ত্ৰী যোশী (Gayatri Joshi, জন্ম ২০ মাৰ্চ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ ২০০৪ চনত মুক্তিপ্ৰাপ্ত 'স্বদেশ'।
-
গীতাঞ্জলি থাপা
গীতাঞ্জলি থাপা এগৰাকী ভাৰতীয় অভিনেত্ৰী। বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছিক্কিমৰ গীতাঞ্জলি থাপাৰ বোলছবি প্ৰদৰ্শিত হোৱাৰ লগতে তেওঁৰ অভিনয় বিশেষ ভাবে সমাদৃত হৈছে।
-
গুলাব বাই
গুলাব বাই (জন্ম ১৯২৬, মৃত্যু ১৯৯৬), জনপ্ৰিয় ভাবে গুলাব জান নামে বিখ্যাত, এগৰাকী ভাৰতীয় নৌটংকী অভিনেত্ৰী। নৌটংকী মূলতঃ উত্তৰ প্ৰদেশৰ লোক গীতিনাট্য। তেওঁ প্ৰচলিত লোক গীতিনাট্য নৌটংকীৰ প্ৰথম মহিলা শিল্পী। বহুতেই তেওঁক নৌটংকীৰ অগ্ৰণী খ্যাতিমান শিল্পী হিচাপে অভিহিত কৰে।
-
ছায়ানী গুপ্তা
ছায়ানী গুপ্তা (জন্ম ৯ অক্টোবৰ ১৯৮৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ছবিত অভিনয় কৰে৷ ছায়ানীয়ে ভাৰতীয় ছবি আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰিছে৷ ২০১২ চনত মুক্তিপ্ৰাপ্ত ছেকেণ্ড মেৰিজ ডট কম নামৰ ছবিখনৰ জৰিয়তে ছায়ানীয়ে ছবিজগতত পদাৰ্পণ কৰে৷ ইয়াৰ পিছত তেখেতে…
-
ছাৰা আলী খান
ছাৰা আলী খান(Sara Ali Khan,; জন্ম-১২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ বলিউদৰ পৰিচিত অভিনেতাদ্বয় অমৃতা সিং আৰু ছৈয়ফ আলী খানৰ দুহিতা ছাৰা বিখ্যাত পাটাউদী পৰিয়ালৰ জীয়ৰী৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী দখল কৰাৰ পাছত ছাৰাই অভিনয়ৰ…
-
জুমণি নেওগ
জুমণি নেওগ বা 'নন্দিনী জুমণি' বলিউডৰ এগৰাকী অসমীয়া মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল জন্ম বিশ্বনাথ চাৰিআলিৰ লেহু গাঁৱত। পুণা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নন্দিনী এগৰাকী IPS বিষয়া হোৱাৰ মন আছিল। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে তেওঁ গ্লেমাৰৰ জগতত নামি পৰে।
-
টিনা আম্বানী
টিনা আম্বানী (Tina Ambani; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৫৭) (বিবাহৰ পূৰ্বে মুনিম) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী। ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয় তেওঁ ৭০ আৰু ৮০ৰ দশকৰ শেষৰ ফালে হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী আচিল।
-
টুইংকল খান্না
টুইংকল খান্না (Twinkle Khanna; জন্ম-নাম: টিনা যতীন খান্না; জন্ম: ২৯ ডিচেম্বৰ, ১৯৭৩) এগৰাকী ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। ২০১৫ চনত, তেওঁৰ প্ৰথমখন নন-ফিকচন কিতাপ মিচেচ ফানিব’নচ্ প্ৰকাশ হয়।
-
দিৱ্যঙ্কা ত্ৰিপাঠী
দিৱ্যঙ্কা ত্ৰিপাঠী জন্ম হয় ১৯৮৪ চনৰ ১৪ ডিচেম্বৰত। তেওঁ এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী দূৰদৰ্শন উদ্যোগত কাম কৰে। তেখেতে জীটিভিৰ বনু মে তেৰি দুলহনত দৈত্বচৰিত্ৰত অভিনয় কৰি চৰ্চালৈ আহে।
-
দীপ্তি নাভাল
দীপ্তি নাভাল (Deepti Naval; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৫২) এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, পৰিচালক আৰু লেখিকা, তেওঁ প্ৰধানকৈ হিন্দী চিনেমাত সক্ৰিয়। আৰ্ট চিনেমাৰ ক্ষেত্ৰত তেওঁৰ প্ৰধান অৱদান, ভাৰতত নাৰীৰ পৰিৱৰ্তিত ভূমিকাক গুৰুত্ব দিয়া আৰু ‘জীৱনক চুই যোৱা’ স্পৰ্শকাতৰ চৰিত্ৰসমূহৰ বাবে তেওঁ সমালোচকৰ…
-
নন্দিতা স্বেতা
স্বেতা শেট্টী (Swetha Shetty; জন্ম: ৮ এপ্ৰিল ১৯৮৯) পেচাগতভাৱে নন্দিতা স্বেতা নামে পৰিচিত, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী গৰাকী মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত উপস্থিত হয়। 'নন্দ লাভচ্ নন্দিতা' নামৰ কান্নাডা চলচ্চিত্ৰৰ যোগেদি তেওঁ অভিনয়ৰ কৰ্মজীৱন আৰম্ভ কৰে।
-
নলিনী জয়ৱন্ত
নলিনী জয়ৱন্ত (Nalini Jaywant; জন্ম ১৮ ফেব্ৰুৱাৰী ১৯২৬) ১৯৪০ আৰু ১৯৫০ৰ দশকত হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ‘কালাপানী’ ছবিৰ বাবে ১৯৫৯ চনত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
-
নাজনীন
নাজনীন (Nazneen) এগৰাকী ভাৰতীয় বলীউড অভিনেত্ৰী। তেওঁ ১৯৭০ আৰু ১৯৮০ ৰ দশক জুৰি অভিনয় জগতত সক্ৰিয় হৈ আছিল। কলিকতাত ১৯৫৮ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰা নাজনীনে মাক-দেউতাকৰ সৈতে মুম্বাইলৈ যোৱাৰ আগতে লক্ষ্ণৌত পঢ়িছিল।
-
নিতাংশী গ’য়েল
নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ.
-
নিমিষা ছাজায়ন
নিমিষা ছাজায়ন (Nimisha Sajayan, জন্ম: ৪ জানুৱাৰী ১৯৯৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে প্ৰধানকৈ মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। দিলীশ পোথানৰ দ্বাৰা পৰিচালিত 'থোণ্ডিমুথালাম দ্ৰিক্ষাক্ষিয়াম'ৰ জৰিয়তে তেখেতে অভিষেক ঘটায়।
-
নিম্ৰত কৌৰ
নিম্ৰত কৌৰ (Nimrat Kaur; জন্ম: ১৩ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী। তেখেতে সাধাৰণতে হিন্দী চিনেমা আৰু আমেৰিকান টেলিভিচনৰ অনুষ্ঠানত কাম কৰিছে। ছপা মাধ্যমৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নিম্ৰত কৌৰে পৰৱৰ্তী সময়ত থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।