ৰাশী খান্না (Raashi Khanna; জন্ম ৩০ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে মূলত তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ হিন্দী চলচ্চিত্ৰ 'মাদ্ৰাজ কেফ' (২০১৩) ৰ যোগেদি অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁ একেদৰে তেলুগু চলচ্চিত্ৰ 'অহালু গুচাগুচালাদে' (২০১৪), তামিল চলচ্চিত্ৰ 'ইমাইক্কা নদিগাল' (২০১৮) আৰু মালায়লম ভাষাৰ 'ভিলেন' (২০১৭) ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।১২
তেওঁ 'বেঙ্গল টাইগাৰ' (২০১৫), 'চুপ্ৰীম' (২০১৬), 'জয় লব কুশ' (২০১৭), 'থোলি প্ৰেমা' (২০১৮), 'ইমাইক্কা নদিগাল' (২০১৮), 'ভেংকী মামা' (২০১৯), 'প্ৰতি ৰোজু পাণ্ডেজ' (২০১৯) ৰ দৰে বহুতো বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰত আছিল আৰু তেওঁ নিজকে তামিল আৰু তেলুগু চলচ্চিত্ৰৰ শীৰ্ষস্থানীয় অভিনেত্ৰী হিচাপে প্ৰতিস্থিত কৰিছে।
চলচ্চিত্ৰ 'জোড়ু' (২০১৪) ৰ যোগেদি গায়ক হিচাবে আত্মপ্ৰকাশ কৰা খান্নাই লগতে চলচ্চিত্ৰ 'ভিলেন' (২০১৭), 'বালাকৃষ্ণুডু' (২০১৭), 'জাৱান' (১০১৭) আৰু 'প্ৰতি ৰোজু পাণ্ডেজ' (২০১৯) আদিতো গীত গাইছে।
প্ৰাৰম্ভিক জীৱন
১৯৯০ চনৰ ৩০ নভেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা খান্নাই দিল্লীৰ 'এছ্টি. মাৰ্কচ্ চিনিয়ৰ ছেকেণ্ডাৰী পাব্লিক স্কুল'ত আৰু 'লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেন'ৰ পৰা ইংৰাজীত অনাৰচ্লৈ বিএ স্নাতক সম্পূৰ্ণ কৰে।
তেওঁৰ মতে, তেওঁ আছিল একাডেমিক টোপাৰ যিয়ে স্কুল আৰু কলেজৰ সময়ত খুব পঢ়া শুনা কৰিছিল। খান্না সৰু থাকোঁতে গায়িকা হ’ব বিচাৰিছিল আৰু ডাঙৰ হোৱাৰ লগে লগে তেওঁ পঢ়াশুনা আগ্ৰহী হয় আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন দেখে। খান্নাৰ মডেল বা অভিনেত্ৰী হোৱাৰ ইচ্ছা নাছিল যদিও তেওঁ নিয়তিৰ ফলত অভিনেত্ৰী হোৱা বুলি নিজকে দাবী কৰে। চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ আগতে খান্নাই বিভিন্ন বিজ্ঞাপনৰ অনুলিপি লেখিকা আছিল।৩
চলচ্চিত্ৰপুঞ্জী
| +টোকা | এতিয়াও মুক্তি লাভ কৰা নাই |

| Year | Title | Role(s) | Language(s) | Notes | Ref. |
|---|---|---|---|---|---|
| 2013 | Madras Cafe | Ruby Singh | Hindi | Hindi Debut | |
| 2014 | Manam | Prema | Telugu | Cameo appearance | |
| Oohalu Gusagusalade | Sri Sai Sirisha Prabhavati | Telugu Debut SIIMA Award for Best Debut Actress – Telugu | |||
| Joru | Annapoorna | ||||
| 2015 | Jil | Savithri | |||
| Shivam | Tanu | ||||
| Bengal Tiger | Shraddha | ||||
| 2016 | Supreme | Bellam Sridevi | |||
| Hyper | Bhanumathi | ||||
| 2017 | Jai Lava Kusa | Priya | |||
| Raja the Great | Special Appearance | ||||
| Villain | Harshita Chopra | Malayalam | Malayalam Debut | ||
| Oxygen | Shruti | Telugu | |||
| 2018 | Touch Chesi Chudu | Pushpa | |||
| Tholi Prema | Varsha | Zee Cine Awards Entertainer of the year | |||
| Srinivasa Kalyanam | Rudraraju Sridevi a.k.a. Sri | ||||
| Imaikkaa Nodigal | Krithika Rao | Tamil | Tamil Debut | ||
| Adanga Maru | Anita | ||||
| 2019 | Ayogya | Sindhu | Remake of 2015 Telugu film Temper | ||
| Sangathamizhan | Kamalini | ||||
| Venky Mama | Harika | Telugu | |||
| Prati Roju Pandage | "Angel" Aarna | ||||
| 2020 | World Famous Lover | Yamini | |||
| Aranmanai 3 | Tamil | Filming | |||
| Aruvaa | Pre-production | ৪ | |||
| Shaitan Ka Bachcha | Delayed |
ডিস্কোগ্ৰাফী
| Year | Film | Song | Music Drector | Language | Notes |
|---|---|---|---|---|---|
| 2014 | Joru | "Joru" | Bheems Ceciroleo | Telugu | Theme song |
| 2017 | Villain | "Villain Theme" | 4 Musics | Malayalam | |
| Balakrishnudu | "Raashi Thariraa" | Mani Sharma | Telugu | ||
| Jawaan | "Bangaru" | S. Thaman | |||
| 2019 | OoranthaAnukuntunnaru | "Kanna" | K.M.Radhakrishnan | Reprise Version | |
| Prati Roju Pandage | "You Are My High" | S. Thaman |
বঁটা আৰু মনোনয়ন
| Year | Award | Category | Film | Result | Ref. |
|---|---|---|---|---|---|
| 2014 | Producers Guild Film Awards | Best Debut Actress | Madras Cafe | ৫ | |
| Best Actress in a Supporting Role | ৫ | ||||
| 2015 | SIIMA Awards | Best Debut Actress | Oohalu Gusagusalade | ৬ | |
| 2015 | Cinemaa awards | Best Female Debut | |||
| 2016 | Apsara Awards | Most Glamorous Diva of the Year | ৭ | ||
| 2017 | TSR TV9 National film awards | Best Actress | Jai Lava Kusa | ৮ | |
| 2018 | Techofes Awards | Best Debut Actress | Imaikkaa Nodigal | ৯ | |
| 2019 | Mahila Ratna Awards | Jury's Choice Award for Best Actress | Tholi Prema | ১০ | |
| 2019 | Zee Cine Awards Telugu | Entertainer of the Year | ১১ |
তথ্যসূত্ৰ
- ↑ "Rashi about Oohalu Gusagusalade". Idle Brain. Retrieved 27 July 2014
- ↑ "'Language is not a barrier', says Rashi". The Times of India. Retrieved 27 July 2014
- ↑ Rashi Khanna Exclusive Interview · NTV Entertainment
- ↑ Raashi Khanna all set to romance Suriya in director Hari's upcoming film Aruvaa · PINKVILLA. www.pinkvilla.com
- ↑ (16 January 2014). 9th Renault Star Guild Awards releases list of nominees. India Today
- ↑ (11 August 2015). SIIMA Awards 2015: 'Manam' Tops Telugu Winners List, Beating 'Race Gurram', '1: Nenokkadine'. International Business Times
- ↑ Raashi Khanna · Most Glamorous Diva Of the Year · Apsara Awards 2016 · Zee Cinemalu
- ↑ YouTube. www.youtube.com
- ↑ Raashi’s Instagram video: ““You are never too old to set another goal or to dream a new dream.” C.S.Lewis And this marks a new journey into the Tamil film industry.…”. Instagram
- ↑ Raashi on Instagram: “Thankyou Mahila Ratna awards for honouring me with the Jury’s choice award for best actress for #tholiprema ❤️❤️ So grateful 😇”. Instagram
- ↑ Raashi Khanna · Entertainer of the Year · ZEE Cine Awards Telugu 2018 · ZCAT · Tholiprema
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাশী খান্না” প্ৰবন্ধৰ সংশোধন ৩৮৬১১২ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।