অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঋত্বিকা সেন

ঋত্বিকা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ বাংলা আৰু তামিল ছবিত অভিনয় কৰে। কলিকতা টাইমছৰ ২০১৫ চনৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাত তেওঁৰ নাম আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ঋত্বিকা সেন এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ বাংলা আৰু তামিল ছবিত অভিনয় কৰে।১২৩ কলিকতা টাইমছৰ ২০১৫ চনৰ আটাইতকৈ বাঞ্ছনীয় মহিলাৰ তালিকাত তেওঁৰ নাম আছিল।৪

কৰ্মজীৱন

২০১২ চনত শ্ব’বিজ উদ্যোগত ১০০% লাভ চিনেমাখনৰ জৰিয়তে ঋত্বিকা সেনে ছবিজগতৰ যাত্ৰা আৰম্ভ কৰিছিল। চিনেমাখনত জিৎ আৰু কোয়েল মল্লিকৰ সৈতে তেওঁ শিশু অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। একে বছৰতে দেব আৰু পূজা বসুৰ অভিনীত চেলেঞ্জ ২ চিনেমাত অভিনয় কৰে ঋত্বিকাই। ২০১৪ চনত ৰাজ চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত বৰবাদ শীৰ্ষক ছবিখনত মূলসুঁতিৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই বছৰতে ঋত্বিকাই মাছুম চিনেমাত অভিনয় কৰিছিল।

চলচ্চিত্ৰপঞ্জী

এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰসমূহক বুজায়

সকলো ছবি বাংলা ভাষাত, ভাষাটো অন্যথা উল্লেখ কৰা হৈছে।

বছৰচলচ্চিত্ৰভূমিকাসন্দৰ্ভ
২০১২১০০% লাভছোনিয়া৫
চেলেঞ্জ ২লিজা৬
২০১৪মাছুমটুইংকল৭
বৰবাদনন্দিনী৮৯
২০১৫আসছে বছৰ আবাৰ হবেপিউ৫
আৰ্শীনগৰজুলেখা খান১০
২০১৬তুই যে আমাৰ
২০১৭জিও পাগলাশশী১১
২০১৮ৰাজা ৰাণী ৰাজীঈশ্বা১২
ভিলেনস্নেহা
বাঘ বন্দি খেলাঅদিতি ৰায়
২০১৯শ্বাহজাহান ৰিজেন্সিসুপ্ৰিতা
ভূতচক্ৰ প্ৰাইভেট লিমিটেডখুশী
অ' বন্ধু আমাৰ
২০২০ডাগালটিমাল্লীতামিল চলচ্চিত্ৰ১৩
লাভ ষ্ট'ৰীৰঞ্জা
নাংগা ৰোম্বা বিজিমীৰাতামিল টেলিভিছনৰ চলচ্চিত্ৰ
২০২১মিছ কল
আমাৰ চেলেঞ্জ
২০২২প্ৰথম বাৰেৰ প্ৰথম দেখাবাংলা চলচ্চিত্ৰ
২০২৩নাগমতী
কোথায় তুমি

বঁটা আৰু দূৰদৰ্শন

  • ২০১৬ চনত "আৰ্শীনগৰ" ছবিৰ বাবে ৰাইজিং ষ্টাৰ চিনেমাৰ টেলি চিনে বঁটাৰে সন্মানিত হয়
  • বৌ কথা কও মিলি হিচাপে (পিছলৈ তাৰ ঠাইত দৰ্শনা বণিকক নিযুক্তি দিয়া হয়) (২০০৯)
  • পৰী ৰাণীৰ চৰিত্ৰত বেদেৰ মেয়ে জ্যোৎস্না (২০১৯)

তথ্যসূত্ৰ

  1. ↑ A different future. Telegraphindia.com
  2. ↑ Aparna Sen speaks on Arshinagar - The Hindu. Thehindu.com
  3. ↑ Ruman Ganguly. (February 2014). Dev's Juliet would avoid him!. The Times of India
  4. ↑ (April 2016). Presenting, Calcutta Times Most Desirable Women 2015. The Times of India
  5. ↑ (11 January 2017). Arjun Chakrabarty starrer Asche Bochor Abar Hobe set to release this July. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (6 May 2018). 'Raja Rani Raji' is all set for its world TV premiere. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ Madhusree Ghosh. (20 March 2014). MASOOM MOVIE REVIEW. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ Shoma A. Chatterji. (5 September 2014). Borbaad (Bengali) Good action, weak performances. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  9. ↑ Madhusree Ghosh. (10 May 2016). BORBAAD MOVIE REVIEW. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  10. ↑ Anindita Acharya. (22 December 2015). Arshinagar trailer: Watch Aparna Sen's Romeo and Juliet adaptation. হিন্দুস্তান টাইমছ
  11. ↑ (12 October 2018). Celebs galore at Jio Pagla music launch. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ (14 March 2018). 'Raja Rani Raji' new song sets the tune to get into the mood. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  13. ↑ DAGAALTY. British Board of Film Classification

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিপশ্চিমবঙ্গৰ ব্যক্তিবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋত্বিকা সেন” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৬৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।