অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিতাংশী গ’য়েল

নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ.

হালনাগাদ: ১২ জানুৱাৰী ২০২৬ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ. ধোনী: দ্য আনট'ল্ড ষ্ট'ৰী (২০১৬), ইন্দু চৰকাৰ (২০১৭), ইনছাইড এজ (২০১৭), পোছাম পা (২০১৯), আৰু ময়দান (২০২৪) আদি উল্লেখযোগ্য। কমেডী-ড্ৰামা ছবি লাপতা লেডীজ (২০২৪)ত মুখ্য চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ অভিনেত্ৰী ৰূপে নজৰলৈ আহে॥১

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

২০০৭ চনৰ ১২ জুনত ভাৰতৰ উত্তৰ প্ৰদেশৰ নয়দাত গ’য়েলৰ জন্ম হৈছিল।২ পিতৃ নীতিন গ’য়েল আৰু মাতৃ ৰাশি গ’য়েলৰ সৈতে তেওঁ এক মধ্যবিত্তীয় হিন্দু পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।৩ এটি সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ অভিনয়ৰ সপোনক সাকাৰ কৰিবলৈ তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ কেৰিয়াৰ ত্যাগ কৰিছিল।৪৫

কৰ্মজীৱন

২০১৫ চনত গ’য়েলে মিছ পেণ্টালুনছ জুনিয়ৰ ফেশ্বন আইকনৰ খিতাপ লাভ কৰে।৬

তেওঁ এম.এছ. ধোনী: দ্য আনট'ল্ড ষ্ট'ৰী, ইন্দু চৰকাৰ, থাপকি প্যাৰ কি, কৰ্মফল দাতা শনি, আৰু পেশ্বৱা বাজিৰাওকে ধৰি অসংখ্য ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছে।

২০২৪ চনত আমিৰ খান প্ৰডাকচনছৰ প্ৰযোজনাত নিৰ্মিত ছবি লাপতা লেডীজত মুখ্য চৰিত্ৰত অভিনয়েৰে তেওঁ বলীউডত অভিষেক ঘটায়। ছবিখনৰ আন চৰিত্ৰসমূহত অভিনয় কৰিছে প্ৰতিভা ৰান্তা, স্পৰ্শ শ্ৰীবাস্তৱ, ছায়া কদম আৰু ৰবি কিষাণে।৭

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামভূমিকাতথ্য.
২০১২ভিকি ড'নাৰনামহীন৮
২০১৬এম.এছ. ধোনী: দ্য আনট'ল্ড ষ্ট'ৰীনামহীন৯
২০১৭ইন্দু চৰকাৰতৰুণী ইন্দু৯
২০১৯পোছাম পাৰেঘাৰ জীয়েক৯
২০২২হুৰদাংতৰুণী ঝুলন
মাছুম ছৱালনিয়তী
২০২৪লাপতা লেডীজফুল কুমাৰী১০১১
ময়দানসীৰত১২

দূৰদৰ্শন

বৰ্ষশিৰোনামভূমিকাতথ্য.
২০১৬ইছকবাজতৰুণী অনিকা৮৯
২০১৬–২০১৭নাগাৰ্জুন – এক যোদ্ধাচুটকী
২০১৭থাপকি প্যাৰ কিতৰুণী বাণী পাণ্ডে
কৰ্মফল দাতা শনিভদ্ৰা
পেশ্বৱা বাজিৰাওতৰুণী কাশীবাঈ
২০১৯ডায়নৰিম্পী ভাছিন১৩

ৱেব ধাৰাবাহিক

বৰ্ষশিৰোনামভূমিকাতথ্য.
২০১৯লাভ স্লীপ ৰিপীটতৰুণী শৈলজা
ইনছাইড এজতৰুণী ৰোহিনী১৪

বঁটা আৰু মনোনয়ন

বৰ্ষপুৰস্কাৰশিতানকৰ্মফলাফলতথ্য.
২০২১আইকনিক গোল্ড এৱাৰ্ডছবৰ্ষশ্ৰেষ্ঠ কিশোৰী অভিনেত্ৰী—
২০২৪আইএমডিবি ষ্টাৰমিটাৰ বঁটাআইএমডিবি ব্ৰেকআউট ষ্টাৰলাপতা লেডীজ১৫
মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ অভিনেত্ৰী১৬

তথ্যসূত্ৰ

  1. ↑ (May 14, 2024). Laapataa Ladies' Phool AKA Nitanshi Goel Reveals Mom's No-Dating Rule: I Am Allowed To Talk To Boys, BUT..- EXCL. Times Now
  2. ↑ (June 13, 2024). Laapataa Ladies' Nitanshi Goel celebrates 17th birthday with a beauti-phool photoshoot. hindustantimes
  3. ↑ Nitanshi Goel Biography: Know Everything About The Laapataa Ladies Leading Lady, Age, Career, Education, And More. Jagran tv
  4. ↑ (June 11, 2024). Laapataa Ladies actor Nitanshi Goel reveals her parents sacrificed careers for her acting dream. Times of India
  5. ↑ (June 11, 2024). Laapataa Ladies actor Nitanshi Goel reveals dad gave up family business, mom quit government job to support her: 'Just because I wanted to be an actor'. Indian Express
  6. ↑ (May 26, 2015). PANTAlOONS JUNIOR FASHION ICON ANNOUNCES WINNERS. Daily Pioneer
  7. ↑ (April 29, 2024). Meet The Talented Star Cast Of Laapataa Ladies Who Uplifted A Great Story With Their Stellar Performances. India Times
  8. ↑ (2016-07-06). This Noida girl is TV's small wonder. The Times of India
  9. ↑ (2024-06-10). Did you know Nitanshi Goel was in Class 9 when she shot for 'Laapataa Ladies'?. India Today
  10. ↑ (May 8, 2024). So 'beautyphool'! 'Laapataa Ladies' actress spotted in a sari at Met Gala, but there's a catch. The Times of India
  11. ↑ (May 15, 2024). Nitanshi Goel recalls filming climax scene of Laapataa Ladies: Injured my foot severely. WION
  12. ↑ Maidaan Box Office Collection Day 8: Ajay Devgn's Film Records A Drop. NDTV.com
  13. ↑ Nitanshi Goel Biography: Know Everything About The Laapataa Ladies Leading Lady, Age, Career, Education, And More. jagrantv
  14. ↑ (2024-06-10). Laapataa Ladies' Nitanshi Goel says Amitabh Bachchan sat on his knees, read lines with her: 'Dadaji, nanaji jaise lag rahe the'. The Indian Express
  15. ↑ (May 15, 2024). Laapataa Ladies actress Nitanshi Goel becomes youngest IMDb Breakout Star at 16. Telegraph India
  16. ↑ (July 15, 2024). 'Laapataa Ladies' fame Nitanshi Goel nominated for Best Actress at Indian Film Festival in Melbourne. CNBC TV18

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী টেলিভিছনৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিতাংশী গ’য়েল” প্ৰবন্ধৰ সংশোধন ৫৬৯২৬১ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।