অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আয়েশা শৰ্মা

আয়েশা শৰ্মা (Aisha Sharma; জন্ম: ২৫ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। অভিনেতা আয়ুষ্মান খুৰানাৰ ইক ৱাৰী নামৰ এটি সংগীত ভিডিঅʼত তেওঁক প্ৰথমবাৰ দেখা গৈছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

আয়েশা শৰ্মা (Aisha Sharma; জন্ম: ২৫ জানুৱাৰী ১৯৯২)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। অভিনেতা আয়ুষ্মান খুৰানাৰ ইক ৱাৰী নামৰ এটি সংগীত ভিডিঅʼত তেওঁক প্ৰথমবাৰ দেখা গৈছিল।২ ইয়াৰ পিছত শৰ্মাই অভিনেতাজন আব্ৰাহাম আৰু মনোজ বাজপেয়ীৰ বিপৰীতে হিন্দী একচন থ্ৰিলাৰধৰ্মী ছবি সত্যমেৱ জয়তে (২০১৮)ত অভিনয়েৰে সকলোৰে নজৰলৈ আহে।৩৪

প্ৰাৰম্ভিক জীৱন

শৰ্মাই এগৰাকী মডেল হিচাপে নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল আৰু লেকমী, পেপচি, কেম্পাছ জোতাকে ধৰি কেইবাটাও জনপ্ৰিয় ব্ৰেণ্ডৰ বিশিষ্ট মুখলৈ পৰিণত হৈছিল।৫ ২০১৬ চনত, তেওঁ কিংফিচাৰ কেলেণ্ডাৰ গাৰ্লছৰ এগৰাকী হিচাপে প্ৰদৰ্শিত হৈছিল।৬

চলচ্চিত্ৰপুঞ্জী

বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকাতথ্যসূত্ৰ
২০১৮সত্যমেৱ জয়তেশিখাহিন্দীবলীউডত আত্মপ্ৰকাশ

ৱেব ধাৰাবাহিক

বৰ্ষশিৰোনামচৰিত্ৰপ্লেটফৰ্মতথ্যসূত্ৰ
২০২২শ্বাইনিং উইথ দ্য শৰ্মাছনিজেইছচিয়েল স্বেগ৭

সংগীত ভিডিঅʼ

বৰ্ষগীতকণ্ঠশিল্পীতথ্যসূত্ৰ
২০১৬ইক ৱাৰীআয়ুষ্মান খুৰানা৮
২০২২কুড়িয়াঁ লাহোৰ দিয়াঁহাৰ্ডী সান্ধু৯
২০২২ৰংৰেজঅৰ্জুন কানুনগো১০
২০২৩তেৰা হোকে নাচদা ফিৰাষ্টেবিন বেন১১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (May 31, 2023). Aisha Sharma’s Pics From A Latest Photoshoot Go Viral All Over Social Media. outlook
  2. ↑ Watch: 'Ik Vaari' song featuring Ayushmann Khurrana and Aisha Sharma has an unexpected twist!. DNA India
  3. ↑ 'Satyamev Jayate': Debutante Aisha Sharma probably didn't seek John Abraham's help to prep for her role - Times of India. The Times of India
  4. ↑ (2018-08-14). Satyameva Jayate actress Aisha Sharma on her character Shikha: Not just a pretty face; she's a social crusader. Firstpost
  5. ↑ Campus shoes announces Aisha Sharma as their brand ambassador. PardaPhash
  6. ↑ (12 January 2016). The Kingfisher Calendar 2016 is here. GQ India
  7. ↑ (2022-05-27). Shining With The Sharmas: Neha Sharma, Sister Aisha Set To Debut In Kardashians-style Series. News18
  8. ↑ IK Vaari video song feat Ayushmann Khurrana and Aisha Sharma · Entertainment - Times of India Videos. timesofindia.indiatimes.com
  9. ↑ (2022-03-31). Harrdy Sandhu's new single 'Kudiyan Lahore Diyan' is out!. Mid-day
  10. ↑ Arjun kanungos latest track rangrez is about boundless passion of unconditional love. Lokmattimes
  11. ↑ ‘Tera Hoke Nachda Phira’ first look promises scorching chemistry between Aayush and Aisha

সম্পৰ্কিত শ্ৰেণী

বিহাৰৰ ব্যক্তিভাৰতীয় অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়েশা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৬৯ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।