আয়েশা জুল্কা (Ayesha Jhulka জন্ম: ২৮ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে৷ তেওঁ ওড়িয়া, কন্নড়, আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷১
কৰ্মজীৱন

তেওঁ অভিনয় কৰা চলচ্চিত্ৰবোৰ হৈছে- কুৰবান (১৯৯১), জো জীতা বহী চিকান্দাৰ (১৯৯২), খিলাড়ী (১৯৯২), মেহেৰবান (১৯৯৩), দালাল (১৯৯৩), বালমা (১৯৯৩), ৱাক্ট হমাৰা হে (১৯৯৩), ৰং (১৯৯৩), সংগ্ৰাম (১৯৯৩), জয় কিসান (১৯৯), আৰু মাচুম (১৯৯৬)৷
ব্যক্তিগত জীৱন
তেওঁ ভাৰতীয় বায়ু সেনাৰ অভিচাৰ উইং কামাণ্ডা ইন্দৰ কুমাৰ জুল্কাৰ জীয়ৰী৷ তেওঁ সমীৰ বাসীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
চলচ্চিত্ৰপুঞ্জী
| চন | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ১৯৯০ | নীতি সিদ্ধাৰ্থ | বাসন্তী | তেলেগু | |
| ১৯৯১ | কুৰবান | চন্দ্ৰা সিং | হিন্দী | |
| মীট মেৰা মন কে (Meet Mere Man Ke) | হিন্দী | |||
| হে মেৰী জান | নীলাম | হিন্দী | ||
| ১৯৯২ | মাচুক | নিশা ৰাই | হিন্দী | |
| খিলাড়ী | নীলাম চৌধুৰী | হিন্দী | ||
| জো জীতা বহী চিকান্দাৰ | অঞ্জলি | হিন্দী | ||
| অনাম | মেঘনা | হিন্দী | ||
| ১৯৯৩ | কহৰা | নিশা | হিন্দী | |
| কেইসে কেইসে ৰিস্তা | হিন্দী | |||
| বলমা | মধু | হিন্দী | ||
| মেহেৰবান | চন্দ্ৰা | হিন্দী | ||
| সংগ্ৰাম | পল্লৱী কে. সিং | হিন্দী | ||
| দালাল | ৰূপালী | হিন্দী | ||
| ৰং | পূজা মালহোত্ৰা | হিন্দী | ||
| ৱাক্ট হমাৰা হে | আয়েশা | হিন্দী | ||
| দিল কী বাজাৰ | আৰতি | হিন্দী | ||
| ওলাড কে দুশ্মন | চালু কুমাৰ | হিন্দী | ||
| ১৯৯৪ | ব্ৰহ্মা | আশা | হিন্দী | |
| এক ৰাজা ৰাণী | বৰ্ষা | হিন্দী | ||
| জয় কীসেন | আশা | হিন্দী | ||
| মহা শক্তিশালী | হিন্দী | |||
| ১৯৯৫ | আকেলে হম আকেলে তুম | এৱাৰ্ড প্ৰেজেণ্টাৰ | হিন্দী | ফ্ৰেইণ্ডলী এপিয়াৰেঞ্চ |
| আশিকী মষ্টানী (Aashique Mastaane) | মালতী | |||
| ১৯৯৬ | মাচুম | চন্দ্ৰা | হিন্দী | |
| মুকাদ্দাৰ | মীনা | হিন্দী | ||
| আপনে দম পৰ | নিজে | হিন্দী | বিশেষ ভূমিকা (আইটেম নম্বৰ) | |
| ১৯৯৭ | চাসী ৪২০ | ৰত্ন | হিন্দী | বিশেষ ভূমিকা |
| বিশ্ববিধাতা | ৰাধা খান্না | হিন্দী | ||
| জাজ মজৰীম | নৃত্যশিল্পী/কণ্ঠশিল্পী | হিন্দী | বিশেষ ভূমিকা | |
| সুৰজ | ৰামকলী | হিন্দী/উৰ্দু | ||
| ঘুংঘাট (Ghunghat) | ||||
| ১৯৯৮ | দন্দ নায়ক | নেইনা | হিন্দী | |
| কানাচালু নেনে মানাচালু নেনে (Kanasalu Neene Manasalu Neene) | কন্নড় | |||
| বাৰুদ | নৃত্যশিল্পী | হিন্দী | গেষ্ট এপিয়াৰেঞ্চ | |
| হিম্মতৱালা | ৰাধা | হিন্দী | ||
| ১৯৯৯ | পুৰুষ | নিজে | হিন্দী | “কাহানী কিসমত কী” গীতত বিশেষ ভূমিকা |
| ফুল ঔৰ আগ | হিন্দী | “মে গাঁৱ দিল গায়ে” গীতত বিশেষ ভূমিকা | ||
| হোতে হোতে প্যাৰ হো গয়া | সভা | হিন্দী | ||
| কোহৰাম: দ্য এক্সপ’শ্যন | চুইটী | হিন্দী | ||
| কাহানী কিসমত কী | হিন্দী | |||
| ২০০০ | খালচা মেৰো ৰূপ হে খাচ (Khalsa Mero Roop Hai Khaas) | চান্নী (Channi) | ||
| চিকাৰ | অঞ্জু গুপ্তা | |||
| ২০০১ | হাধ | হিন্দী | ||
| চিঞ্চৰ | শশীলা | হিন্দী | ||
| ২০০২ | আম্মা | ৰূপা | হিন্দী | |
| ২০০৩ | আন্চ | দেৱাংগী গম. ঠাকুৰ | হিন্দী, আৱাধী (Awadhi) | |
| ২০০৪ | ৰাণ | শিৱানী | হিন্দী | |
| জয় | জীয়াৰ মাক | তেলেগু | ||
| ২০০৫ | চসা না থা | বীৰেনৰ খুলশালী | হিন্দী | |
| ডাবল ক্ৰচ: এক ধোকা | চনিয়া | |||
| ২০০৬ | জেকপট | কন্নড় | ||
| উম্ৰাও জান | খুৰশীদ | হিন্দী | ||
| জননী | উৰ্মিলা | |||
| ৰাকতে লেখিছি না (Rakate Lekhichi Naa) | অৰিয়া | |||
| ২০০৯ | কেশ্যগ (Keshyog) | |||
| ২০১০ | আডা... এ ৱে অৱ লাইফ | হিন্দী | ||
| ২০১৮ | জিনিয়াচ | নন্দিনীৰ মাক | হিন্দী |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়েশা জুল্কা” প্ৰবন্ধৰ সংশোধন ৫০৭৩১৯ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।