ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
ৰুক্মিনী বিজয়াকুমাৰ
ৰুক্মিনী বিজয়াকুমাৰ (Rukmini Vijayakumar) হৈছে এগৰাকী ভাৰতীয় নৃত্য পৰিচালক, ভাৰতনাট্যমৰ নৃত্যশিল্পী আৰু ভাৰতীয় বোলছবিৰ অভিনেত্ৰী।মঞ্চৰ যোগেদি আগবঢ়াই থকা নৃত্যানুষ্ঠানৰ লগতে তেখেতে কেইবাখনো দক্ষিণ ভাৰতীয় ছবি যেনে: 'বোম্মালাট্টুম' (২০০৮), 'আনন্দ তাণ্ডৱাম' (২০০৯), 'বজৰংগী'( ২০১৩),…
-
ৰুচা ইনামদাৰ
ৰুচা ইনামদাৰ (ইংৰাজী: Rucha Inamdar; জন্ম: ...) — এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছে। তেওঁৰ চলচ্চিত্ৰ জীৱন হিন্দী কাহিনীচিত্ৰ চিলড্ৰেন অৱ ৱাৰ (২০১৪) আৰু আণ্ডাৰ দা চেম চান (২০১৫)ৰ জৰিয়তে আৰম্ভ হৈছিল।
-
ৰুচা গুজৰাটী
ৰুচা গুজৰাটী (জন্ম: ১৯৮২/১৯৮৩
-
ৰুহি সিং
ৰুহি দিলীপ সিং (ইংৰাজী: Ruhi Dilip Singh; জন্ম: ১২ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিশ্যনত অভিনয় কৰে।
-
ৰেখা ৰাণা
ৰেখা ৰাণা (ইংৰাজী: Rekha Rana) এগৰাকী বলীউডৰ অভিনেত্ৰী, নাট্য শিল্পী আৰু ২০০৭ চনৰ মিছ দিল্লী, ফটোজেনিক ফেচ তথা বিউটিফুল স্মাইল খিতাপ বিজয়ী। তেওঁ দক্ষিণ আফ্ৰিকাৰ 'ষ্টাৰ এনজিঅ নামৰ এটা বেচৰকাৰী সংস্থা আৰু 'ছেভ আৱাৰ ৱমেন' অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ।
-
ৰোজলিন খান
ৰোজলিন খান এগৰাকী মুম্বাইৰ অভিনেত্ৰী আৰু পেটা মডেল। তেওঁ স্তন কেন্সাৰ সজাগতামূলক কাৰ্য্যকলাপৰ বাবে পৰিচিত।
-
ৰোশ্নি চোপ্ৰা
ৰোশ্নি চোপ্ৰা (ইংৰাজী: Roshni Chopra) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন ঘোষিকা আৰু এনডিটিভি ইমাজিনৰ ৰিয়েলিটী শ্ব’ দিল জীতেগী দেশী গাৰ্লৰ বিজয়ী। তেওঁ জী টিভিৰ ধাৰাবাহিক কচম চেৰ তিনিগৰাকী মুখ্য মহিলা চৰিত্ৰৰ অন্যতম 'পিয়া'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও পৰিচিত।