ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে বিত্তীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া। ভাৰতীয় টকাৰ কাগজী মুদ্ৰাসমূহত তেখেতৰ হস্তাক্ষৰ থাকে। সাধাৰণতে গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ। এই তালিকাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত গভৰ্ণৰসকলৰ তথ্য দিয়া হৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ
| নং. | নাম | কাৰ্যকাল আৰম্ভ | কাৰ্যকাল সমাপ্তি | কাৰ্যকাল | পূৰ্বৰ পদবী |
|---|---|---|---|---|---|
| ১ | অচবৰ্ণ স্মিথ১ | ১ এপ্ৰিল ১৯৩৫ | ৩০ জুন ১৯৩৭ | দিন | বেংকৰ বিষয়া |
| ২ | জেমচ্ ব্ৰেইদ টেইলৰ২ | ১ জুলাই ১৯৩৭ | ১৭ ফেব্ৰুৱাৰী ১৯৪৩ | দিন | প্ৰশাসনিক বিষয়া |
| ৩ | চি ডি দেশমুখ | ১১ আগষ্ট ১৯৪৩ | ৩০ মে ১৯৪৯ | দিন | প্ৰশাসনিক বিষয়া |
| ৪ | বেনেগাল ৰামা ৰাও | ১ জুলাই ১৯৪৯ | ১৪ জানুৱাৰী ১৯৫৭ | দিন | প্ৰশাসনিক বিষয়া |
| ৫ | কে জি আম্বেগোৱেংকাৰ | ১৪ জানুৱাৰী ১৯৫৭ | ২৮ ফেব্ৰুৱাৰী ১৯৫৭ | দিন | প্ৰশাসনিক বিষয়া |
| ৬ | এইচ ভি আৰ আয়েংগাৰ | ১ মাৰ্চ ১৯৫৭ | ২৮ ফেব্ৰুৱাৰী ১৯৬২ | দিন | প্ৰশাসনিক বিষয়া |
| ৭ | পি চি ভট্টাচাৰ্য | ১ মাৰ্চ ১৯৬২ | ৩০ জুন ১৯৬৭ | দিন | প্ৰশাসনিক বিষয়া |
| ৮ | লক্ষ্মী কান্ত ঝা | ১ জুলাই ১৯৬৭ | ৩ মে ১৯৭০ | দিন | প্ৰশাসনিক বিষয়া |
| ৯ | বি এন আদাৰকাৰ | ৪ মে ১৯৭০ | ১৫ জুন ১৯৭০ | দিন | অৰ্থনীতিবিদ |
| ১০ | চৰুক্কাই জগন্নাথন | ১৬ জুন ১৯৭০ | ১৯ মে ১৯৭৫ | দিন | প্ৰশাসনিক বিষয়া |
| ১১ | এন চি সেনগুপ্তা | ১৯ মে ১৯৭৫ | ১৯ আগষ্ট ১৯৭৫ | দিন | প্ৰশাসনিক বিষয়া |
| ১২ | কে আৰ পুৰী | ২০ আগষ্ট ১৯৭৫ | ২ মে ১৯৭৭ | দিন | - |
| ১৩ | এম নৰসিংহ | ৩ মে ১৯৭৭ | ৩০ নৱেম্বৰ ১৯৭৭ | দিন | ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিষয়া |
| ১৪ | আই জি পেটেল | ১ ডিচেম্বৰ ১৯৭৭ | ১৫ ছেপ্তেম্বৰ ১৯৮২ | দিন | অৰ্থনীতিবিদ |
| ১৫ | মনমোহন সিং | ১৬ ছেপ্তেম্বৰ ১৯৮২ | ১৪ জানুৱাৰী ১৯৮৫ | দিন | অৰ্থনীতিবিদ |
| ১৬ | অমিতাভ ঘোষ | ১৫ জানুৱাৰী ১৯৮৫ | ৪ ফেব্ৰুৱাৰী ১৯৮৫ | দিন | বেংকৰ বিষয়া |
| ১৭ | আৰ এন মলহোট্ৰা | ৪ ফেব্ৰুৱাৰী ১৯৮৫ | ২২ ডিচেম্বৰ ১৯৯০ | দিন | প্ৰশাসনিক বিষয়া |
| ১৮ | এচ ভেংকটৰমন | ২২ ডিচেম্বৰ ১৯৯০ | ২১ ডিচেম্বৰ ১৯৯২ | দিন | প্ৰশাসনিক বিষয়া |
| ১৯ | চি ৰংগৰঞ্জন | ২২ ডিচেম্বৰ ১৯৯২ | ২১ নৱেম্বৰ ১৯৯৭ | দিন | অৰ্থনীতিবিদ |
| ২০ | বিমল জালান | ২২ নৱেম্বৰ ১৯৯৭ | ৬ ছেপ্তেম্বৰ ২০০৩ | দিন | অৰ্থনীতিবিদ |
| ২১ | ৱাই বেণুগোপাল ৰেড্ডী | ৬ ছেপ্তেম্বৰ ২০০৩ | ৫ ছেপ্তেম্বৰ ২০০৮ | দিন | প্ৰশাসনিক বিষয়া |
| ২২ | ডি চুব্বাৰাও | ৫ ছেপ্তেম্বৰ ২০০৮ | ৪ ছেপ্তেম্বৰ ২০১৩ | দিন | প্ৰশাসনিক বিষয়া |
| ২৩ | ৰঘূৰাম ৰাজন | ৪ ছেপ্তেম্বৰ ২০১৩ | ৪ ছেপ্তেম্বৰ ২০১৬ | দিন | অৰ্থনীতিবিদ |
| ২৪ | উৰ্জিত পেটেল | ৪ ছেপ্তেম্বৰ ২০১৬ | ১০ ডিচেম্বৰ ২০১৮ | দিন | অৰ্থনীতিবিদ |
| ২৫ | শক্তিকান্ত দাস৩৪৫ | ১২ ডিচেম্বৰ ২০১৮ | ১১ ডিচেম্বৰ ২০২৪ | দিন | প্ৰশাসনিক বিষয়া |
| ২৬ | সঞ্জয় মালহোত্ৰা | ১১ ডিচেম্বৰ ২০২৪ | বৰ্তমান | দিন | প্ৰশাসনিক বিষয়া |
তথ্যসূত্ৰ
- ↑ Dadabhoy, Bakhtiar K. (18 Sep 2013). Barons of Banking - Glimpses of Indian Banking History. Random House India. পৃ. 20. ISBN 9788184004762
- ↑ Saha, Siddhartha Sankar. (2013). Indian financial systems and markets. McGraw-Hill. পৃ. 67. ISBN 1259005003
- ↑ Prasad, Gireesh Chandra; Ghosh, Shayan; Gopakumar, Gopika. (11 December 2018). Shaktikanta Das, who oversaw demonetization, is new RBI governor. Livemint. Vivek Khanna
- ↑ (11 December 2018). Shaktikanta Das Is New RBI Governor. BloombergQuint
- ↑ (11 December 2018). Shaktikanta Das: The man behind GST, note ban now heads RBI. The Economic Times. The Times Group
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৯৭৮৬ (২৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।