ভাৰতীয়
৪ প্ৰবন্ধ
-
ভাৰতীয়
ভাৰত (India) দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশৰ অধিবাসী সকলক ভাৰতীয় (Indian) বুলি কোৱা হয়। ভাৰতীয় বা ভাৰত সম্পৰ্কীয় বিভিন্ন পৃষ্ঠাসমূহ:↷ ভাৰতীয় ৰে’ল হ'ল ভাৰতৰ ৰে’ল কোম্পানীক একগোট কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ইয়াক "ভাৰতীয় ৰে’ল" নামকৰণ কৰা হয়।
-
ফতেহ সিং ৰাথোৰ
ফতেহ সিং ৰাথোৰ (Fateh Singh Rathore; ১০ আগষ্ট ১৯৩৮ - ১ মাৰ্চ ০১১) এগৰাকী ভাৰতীয় বাঘ সংৰক্ষণবিদ। ফতেহ সিঙে ১৯৬০ চনত ভাৰতীয় বন সেৱাত যোগদান কৰিছিল আৰু প্ৰথম প্ৰজেক্ট টাইগাৰ দলৰ অংশ আছিল। বাঘ সম্পৰ্কে তেওঁৰ অসাধাৰণ জ্ঞানৰ বাবে তেওঁক বাঘ গুৰু হিচাপে স্বীকৃতি দিয়া হৈছিল।
-
বাল্মিক থাপাৰ
বাল্মিক থাপাৰ (Valmik Thapar; ১৯৫২ – ৩১ মে' ২০২৫) এজন ভাৰতীয় প্ৰকৃতিবিদ, সংৰক্ষণবিদ আৰু লেখক। তেওঁ ১৪খন কিতাপ আৰু কেইবাটাও প্ৰবন্ধৰ লেখক আৰু টেলিভিছনৰ বাবে বিভিন্ন অনুষ্ঠানৰ প্ৰযোজক আছিল।
-
ৰোমুলাছ হুইটেকাৰ
ৰোমুলাছ আৰ্ল হুইটেকাৰ (Romulus Earl Whitaker; জন্ম: ২৩ মে' ১৯৪৩) আমেৰিকাত জন্মগ্ৰহণ কৰা এজন ভাৰতীয় হাৰ্পেট'লজিষ্ট, বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু মাদ্ৰাজ স্নেক পাৰ্ক, আন্দামান এণ্ড নিকোবাৰ পৰিৱেশ ট্ৰাষ্ট (ANET), আৰু মাদ্ৰাজ ক্ৰ'কডাইল বেংক ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক।