অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহ

অসমত প্ৰায় ১৬৪ বিধমান স্তন্যপায়ী প্ৰাণী দেখা পোৱা যায়। ইয়াৰে ৪৪ বিধ প্ৰজাতিক বিপদসংকুল (endangered) হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰে উল্লেখযোগ্য প্ৰজাতসমূহৰ ইংৰাজী তথা বৈজ্ঞানিক নামৰ সৈতে তলত এখন তালিকা দিয়া হৈছে-

হালনাগাদ: ৯ মাৰ্চ ২০২৬ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

অসমত প্ৰায় ১৬৪ বিধমান স্তন্যপায়ী প্ৰাণী দেখা পোৱা যায়১। ইয়াৰে ৪৪ বিধ প্ৰজাতিক বিপদসংকুল (endangered) হিচাপে স্বীকৃতি দিয়া হৈছে২। ইয়াৰে উল্লেখযোগ্য প্ৰজাতসমূহৰ ইংৰাজী তথা বৈজ্ঞানিক নামৰ সৈতে তলত এখন তালিকা দিয়া হৈছে-

অসমীয়া নামইংৰাজী নামবৈজ্ঞানিক নামচিত্ৰ
অসমীয়া বান্দৰAssamese macaque Macaca assamensis
এশিঙীয়া গঁড়Indian rhinoceros Rhinoceros unicornisOne horn Rhino in Kaziranga national park.jpg
টুপীমূৰীয়া বান্দৰCapped LangurTrachypithecus pileatusKalo Mukho Hanuman (4163511442).jpg
দল-হৰিণাBarasingha or Swamp deer Rucervus duvaucelii Swamp deer (Cervus duvaucelii branderi) male.jpg
নাহৰফুটুকী বাঘLeopard Panthera pardusLeopard africa.jpg
বন-ৰৌPangolin Manis pentadactylaPangolin borneo.jpg
মলুৱা বান্দৰRhesus Macaque Macaca mulattaMacaca mulatta in Guiyang.jpg
লাজুকী বান্দৰBengal slow loris Nycticebus bengalensis Captive N. bengalensis from Laos with 6-week baby.JPG
শিয়ালGolden JackalCanis aureusGolden wolf small.jpg
শৰপহুSambarRusa unicolor
খটীয়া পহুHog Deer Hyelaphus porcinus
সেন্দূৰী বান্দৰStump-tailed Macaque Macaca arctoides
সোণালী বান্দৰGolden langurTrachypithecus geei
হলৌ বান্দৰHoolock Gibbon Hoolock hoolock
কৃশাঙ্গী বান্দৰGray Slender Loris' Loris lydekkerianus | | |- |গাহৰি-নেজীয়া বান্দৰ | |Pig-tailed macaque | | Macaca leonina | | |- | |চশমা-চকুৱা বান্দৰ | | Phayre's leaf monkey | |Trachypithecus phayrei | | |- | |সুগৰী পহু | | Indian Muntjac or Barking Deer | |Muntiacus muntjak | | |- | |নল গাহৰি | |Pygmy hog | |Porcula salvania | | |- | |হাতী | |Asiatic elephant | |Elephas maximus | | |- | |ঢেঁকীয়াপতীয়া বাঘ | |Bengal tiger | |Panthera tigris tigris | | |- | |ৰাংকুকুৰ | |Dhole | |Cuon alpinus | | |- | |দেও ছাগলী | |Mainland Serow | |Capricornis milneedwardsii | | |- | |গৰাল | |Himalayan goral | |Naemorhedus goral | | |- | |বনৰীয়া ম’হ | |Asiatic Wild Buffalo | | Bubalus arnee | | |- | |মেঠোন | |Gaur | | Bos gaurus | | |- | |ৰঙা পাণ্ডা | |Red Panda | | Ailurus fulgens | | |- | |এছিয়াৰ ক'লা ভালুক | |Asiatic Black Bear | | Ursus thibetanus | | |- | |গছ ভালুক | |Sun Bear | | Helarctos malayanus | | |- | |ভালুক | |Sloth Bear | | Melursus ursinus | | |- | |নাহৰফুটুকী বাঘ | |Leopard | | Panthera pardus | | |- | |গোধাফুটুকী বাঘ | |Couded Leopard | | Neofelis nebulosa | | |- | |সোণালী মেকুৰী | |Asian Golden Cat | | Pardofelis temmincki | | |- | |হেপা | |Jungle Cat | | Felis chaus | | |- | |লতামাকৰি‍ বাঘ | |Leopard Cat | | Prionailurus bengalensis | | |- | |মেচেকা | |Fishing Cat | | Prionailurus viverrinus | | |- | |শহাপহু | |Indian Hare | | Lepus nigricollis | | |- | |উকমূক | |Short-tailed Mole | | Blarina brevicauda | | |- | |কেটেলাপহু | |Himalayan Crestless Porcupine | | Hystrix brachyura | | |- | |শিহু | | South Asian river dolphin | | Platanista gangetica ''
উদOtter
জহামালSmall Indian Civet
গেৰেলাLarge Indian Civet

তথ্য সংগ্ৰহ

•Vivek Menon,2003, A field Guide to Indian Mammals

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ asmenvis.nic.in/Database/Animal_Diversity_844.as

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহ” প্ৰবন্ধৰ সংশোধন ৫৮৬৩০০ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।