অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গংগাধৰ ৰাষ্ট্ৰীয় বঁটা

গংগাধৰ ৰাষ্ট্ৰীয় বঁটা হৈছে উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ে সাহিত্য, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা এটি সাহিত্য বঁটা। কবি গংগাধৰ মেহেৰৰ নামত এই বঁটা নামাকৰণ কৰা হৈছে। ১৯৯১ চনত আলি চৰ্দাৰ জাফ্ৰিক প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ১০ জানুৱাৰী ২০২৬ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

গংগাধৰ ৰাষ্ট্ৰীয় বঁটা হৈছে উৰিষ্যাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ে সাহিত্য, বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা এটি সাহিত্য বঁটা। কবি গংগাধৰ মেহেৰৰ নামত এই বঁটা নামাকৰণ কৰা হৈছে। ১৯৯১ চনত আলি চৰ্দাৰ জাফ্ৰিক প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। বৰ্তমানলৈকে বিভিন্ন ভাৰতীয় ভাষাৰ মুঠ ৩১জন কবিক এই বঁটাৰে সন্মানিত কৰা হৈছে।

ইতিহাস

১৯৯১ চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও বঁটা প্ৰদানৰ প্ৰক্ৰিয়াটো ১৯৮৯ চনতে আৰম্ভ হৈছিল।

পদ্ধতি

বঁটাৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াটোত প্ৰায় এবছৰ সময় লাগিছিল। যদি বঁটা বিজয়ীজন ২০১৯ চনত এই বঁটাৰ বাবে বিবেচিত হয়, তেন্তে তেওঁ ২০২১ চনতহে এই বঁটা লাভ কৰে। একেদৰে ২০১৭ চনৰ বিজয়ীজনক ২০১৯ চনত বঁটা প্ৰদান কৰা হয়। সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ দিনা এই বঁটা প্ৰদান কৰা হয়। প্ৰতিবছৰে জানুৱাৰী মাহত এই দিৱস উদযাপন কৰা হয়।

এই বঁটাৰ সৈতে ৫০,০০০ নগদ টকা, অংগবস্ত্ৰ, প্ৰমাণ-পত্ৰ, এটি স্মাৰক আৰু ইংৰাজীলৈ অনূদিত গংগাধৰ মেহেৰৰ গংগাধৰ মেহেৰ:চিলেক্টেড ৱৰ্কচ্‌ শীৰ্ষক এখন কবিতাৰ কিতাপ আগবঢ়োৱা হয়।১২

বিজয়ীসকল

বঁটা ঘোষণা কৰা বৰ্ষবিজয়ীৰ নাম (বঁটা প্ৰদান কৰা বৰ্ষৰ সৈতে)ভাষাপ্ৰতিষ্ঠা দিৱস
১৯৯১আলি চৰ্দাৰ জাফ্ৰি (১৯৯৩)উৰ্দু ভাষা২৬তম
১৯৯২নৱকান্ত বৰুৱা (১৯৯৪)অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)২৭তম
১৯৯৩শক্তি চট্টোপাধ্যায় (১৯৯৫)বঙালী ভাষা২৮তম
১৯৯৪জয়ন্ত মহাপাত্ৰ (১৯৯৬)ইংৰাজী ভাষা/ওড়িয়া২৯তম
১৯৯৫কেদাৰনাথ সিং (১৯৯৭)হিন্দী ভাষা৩০তম
১৯৯৬কে আয়াপ্পা পানিকাৰ (১৯৯৮)মালয়ালম ভাষা৩১তম
১৯৯৭সীতাকান্ত মহাপাত্ৰ (১৯৯৯)ওড়িয়া৩২তম
১৯৯৮নিৰুপমা কৌৰ (২০০০)পঞ্জাৱী৩৩তম
১৯৯৯Vinda Karandikar (২০০১)মাৰাঠী ভাষা৩৪তম
২০০০ৰমাকান্ত ৰাঠ (২০০২)ওড়িয়া৩৫তম
২০০১কে সচিদানন্দন (২০০৩)মালয়ালম ভাষা৩৬তম
২০০২শংখ ঘোষ (২০০৪)বঙালী ভাষা৩৭তম
২০০৩সীতাংশু য়শচন্দ্ৰ (২০০৫)গুজৰাটী ভাষা৩৮তম
২০০৪দিলীপ চিত্ৰে (২০০৬)মাৰাঠী ভাষা৩৯তম
২০০৫গুলজাৰ (২০০৭)উৰ্দু ভাষা৪০তম
২০০৬নীলমণি ফুকন (কনিষ্ঠ) (২০০৮)অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)৪১তম
২০০৭হৰপ্ৰসাদ দাস (২০০৯)ওড়িয়া৪২তম
২০০৮আখলাক মহম্মদ খান (২০১০)উৰ্দু ভাষা৪৩তম
২০০৯সুৰজিৎ পাটৰ (২০১১)পঞ্জাৱী৪৪তম
২০১০ৰাজেন্দ্ৰ কিশোৰ পাণ্ডা (২০১২)ওড়িয়া৪৫তম
২০১১বলৰাজ কোমল (২০১৩)উৰ্দু ভাষা৪৬তম
২০১২বাসদেৱ মহী (২০১৪)সিন্ধী৪৭তম৩
২০১৩সৌভাগ্য কুমাৰ মিশ্ৰ (২০১৫)ওড়িয়া৪৮তম
২০১৪সুবোধ চৰকাৰ (২০১৬)৪৫বঙালী ভাষা৪৯তম
২০১৫লীলাধৰ জাগুৰী (২০১৭)৬হিন্দী ভাষা৫০তম
২০১৬কে শিৱ ৰেড্ডী (২০১৮)তেলুগু ভাষা৫১তম
২০১৭চন্দ্ৰশেখৰা কাম্বৰা (২০১৯)৭কন্নড় ভাষা৫২তম
২০১৮বিশ্বনাথ প্ৰসাদ তিৱাৰী (২০২০)৮৯১০হিন্দী ভাষা১১১২৫৩তম১৩১৪
২০১৯Sheen Kaaf Nizam (২০২১)উৰ্দু ভাষা৫৪তম
২০২০কমল ভৰা (২০২২)১৫গুজৰাটী ভাষা৫৫তম
২০২১কে. জি. শংকৰ পিল্লাই (২০২৩)মালয়ালম ভাষা৫৬তম

তথ্যসূত্ৰ

  1. ↑ (2019-12-23). SELF STUDY REPORT FOR REACCREDITATION (Volume –I). পৃ. 202
  2. ↑ (2019-12-23). SELF STUDY REPORT FOR REACCREDITATION (Volume –I)
  3. ↑ Meet the author, Vasdev Mohi. sahitya-akademi.gov.in
  4. ↑ (2016-01-06). Subodh Sarkar conferred Gangadhar National Award for poetry. Business Standard India. Press Trust of India
  5. ↑ January 6, 2016. Subodh Sarkar conferred Gangadhar National Award for poetry. India Today
  6. ↑ (2016-12-04). Hindi poet Leeladhar Jagoori to get Gangadhar National Award. Business Standard India. Press Trust of India
  7. ↑ (January 1, 2019). Sambalpur University honour for poets. The Times of India
  8. ↑ Poet Viswanath Prasad Tiwari To Get Gangadhar National Award · OTV
  9. ↑ Hindi poet Tiwari to get Gangadhar National Award. The Pioneer
  10. ↑ (2019-12-09). Poet Viswanath Prasad Tiwari to get Gangadhar National Award. Business Standard India. Press Trust of India
  11. ↑ (2019-12-09). Eminent poet Viswanath Prasad Tiwari to be conferred with Gangadhar National Award - OrissaPOST. OrissaPost
  12. ↑ (2019-12-09). Hindi Poet Viswanath Prasad Tiwari To Receive Gangadhar National Award. Odisha Bytes
  13. ↑ (2019-12-09). Hindi poet Viswanath Prasad Tiwari to get 'Gangadhar National Award'. KalingaTV
  14. ↑ (2019-12-09). Viswanath Prasad Tiwariconferred Gangadhar National Award for poetry. Reporters Today
  15. ↑ (28 Jan 2022). Gujarati poet Kamal Vora gets Gangadhar Award. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

পুৰস্কাৰসাহিত্যৰ বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগাধৰ ৰাষ্ট্ৰীয় বঁটা” প্ৰবন্ধৰ সংশোধন ৫৬৮৮৭৭ (১০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।