অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শক্তি চট্টোপাধ্যায়

শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

হালনাগাদ: ২৩ জুন ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

শক্তি চট্টোপাধ্যায় বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেওঁৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

সাহিত্যকৃতি

  • হে প্ৰেম হে নৈঃশব্দ্য (১৯৬২)
  • ধৰ্মেও আছি জিৰাফেও আছি (১৯৬৭)
  • সোনাৰ মাছি খুন কৰেছি (১৯৬৮)
  • অন্ধকাৰ নক্ষত্ৰ মাঝে তুমি অন্ধকাৰ (১৯৬৮)
  • হেমন্তেৰ অৰণে আমি পোস্টম্যান (১৯৬৯)
  • মাটিৰ বাড়ি (১৯৭১)
  • চতুৰ্দশপদী কবিতাবলী (১৯৭০)
  • প্ৰভু নষ্ট হয়ে যাই (১৯৭২)
  • সুখে আছি (১৯৭৪)
  • ঈশ্বৰ থাকেন জলে (১৯৭৫)
  • অস্ত্ৰেৰ গৌৰবহীন একা (১৯৭৫)
  • জ্বলন্ত ৰুমাল (১৯৭৫)
  • ছিন্নবিচ্ছিন্ন (১৯৭৫)
  • সুন্দৰ এখানে নয় (১৯৭৬)
  • কবিতায় তুলো ওড়ে (১৯৭৬)
  • যেতে পাৰি কিন্তু কেন যাবো (১৯৮৩ [সাহিত্য অকাদেমি পুৰস্কাৰ]
  • ভাত নেই পাথৰ ৰয়েছে (১৯৭৯)
  • অঙ্গুৰি তোৰ হিৰণ্যজল (১৯৮০)
  • প্ৰচ্ছন্ন স্বদেশ (১৯৮১)
  • কক্সবাজাৰে সন্ধ্যা (১৯৮৫)

তথ্যসূত্ৰ

সম্পৰ্কিত শ্ৰেণী

হাংৰি আন্দোলনবঙালী সাহিত্যিকবঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীবঙালী কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তি চট্টোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৫২০২২২ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।