অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰ্বেশ্বৰ চক্ৰৱৰ্তী

সৰ্বেশ্বৰ চক্ৰৱৰ্তী (জন্ম: জুন ১৯১৭ – মৃত্যু: ১২ এপ্ৰিল ১৯৭২) এগৰাকী খ্যাতনামা অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক। তেওঁ কৈশোৰ কালৰে পৰা কামৰূপ নাট্য সমিতিৰ সৈতে জড়িত আছিল আৰু মঞ্চ, অনাঁতাৰ আৰু চলচ্চিত্ৰ – এই তিনিওটা মাধ্যমতে নাট্য চৰ্চা কৰিছিল।

হালনাগাদ: ২৪ জুলাই ২০২৫ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

সৰ্বেশ্বৰ চক্ৰৱৰ্তী (জন্ম: জুন ১৯১৭ – মৃত্যু: ১২ এপ্ৰিল ১৯৭২) এগৰাকী খ্যাতনামা অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক। তেওঁ কৈশোৰ কালৰে পৰা কামৰূপ নাট্য সমিতিৰ সৈতে জড়িত আছিল আৰু মঞ্চ, অনাঁতাৰ আৰু চলচ্চিত্ৰ – এই তিনিওটা মাধ্যমতে নাট্য চৰ্চা কৰিছিল।

জন্ম

তেওঁৰ জন্ম ১৯১৭ চনৰ জুন মাহত হৈছিল।

কৰ্মজীৱন

সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মণিৰাম দেৱান (১৯৫৪) চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। লগতে তেওঁ বহুতো চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহ হ'ল:

  • পাৰঘাট (১৯৪৯)
  • বদন বৰফুকন (১৯৪৭)
  • লাচিত বৰফুকন (১৯৬১)
  • মণিৰাম দেৱান (১৯৫৪)
  • ভক্ত প্ৰহ্লাদ (১৯৫৮)
  • নৰকাসুৰ (১৯৬২)

ৰচনাসমূহ

নাটক

  • অভিমান (১৯৫৮)
  • কংকন (১৯৫৬)
  • অধিকাৰ
  • নিশাৰ শেৱালি

মৃত্যু

নাট্যজগতৰ এইগৰাকী বিশিষ্ট ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৯৭২ চনৰ ১২ এপ্ৰিল তাৰিখে মৃত্যুবৰণ কৰে।

তথ্য উৎস

  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা ২৬৫, প্ৰথম প্ৰকাশ: ২০০৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া নাট্যকাৰঅসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বেশ্বৰ চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৫২৬৯৬৪ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।