অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Pragjyotishpur Medical College & Hospital) অসমৰ গুৱাহাটীত অৱস্থিত চতুৰ্দশ চৰকাৰী চিকিৎসা মহাবিদ্যালয়।২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসা মহাবিদ্যালয়খন বহিঃ বিভাগৰ আৰম্ভণিৰ দ্বাৰা কাৰ্যক্ষম হয়।মহাবিদ্যালয়খনে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা…

হালনাগাদ: ২৬ জুলাই ২০২৫ ৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Pragjyotishpur Medical College & Hospital) অসমৰ গুৱাহাটীত অৱস্থিত চতুৰ্দশ চৰকাৰী চিকিৎসা মহাবিদ্যালয়।১২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসা মহাবিদ্যালয়খন বহিঃ বিভাগৰ আৰম্ভণিৰ দ্বাৰা কাৰ্যক্ষম হয়।২৩মহাবিদ্যালয়খনে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ India Today Web Desk. (15 February 2022). Second Medical College to Come Up in Guwahati for Rs 1,000 Crore. India Today. Living Media India Limited
  2. ↑ Guwahati’s 2nd medical college & hosp becomes functional. The Times of India. Bennett, Coleman & Co. Ltd
  3. ↑ Parikalpita Gogoi. (2 February 2025). New Medical College & Hospital In Guwahati Becomes Operational. Prag News
  4. ↑ ৰাজ্যৰ প্ৰথমখন ডিজিটেল মেডিকেল কলেজ. Aamar Asom

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসালয়অসমৰ চিকিৎসা মহাবিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়” প্ৰবন্ধৰ সংশোধন ৫২৭৯৩০ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।