অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী (category II)ৰ সংৰক্ষিত বনাঞ্চল (protected area)। ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park), যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়।

হালনাগাদ: ৮ জুন ২০২৪ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী (category II)ৰ সংৰক্ষিত বনাঞ্চল (protected area)। ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park), যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। ১৯৭০ চনলৈকে ভাৰতত কেৱল পাঁচখনহে ৰাষ্ট্ৰীয় উদ্যান আছিল। ২০১২ চনৰ এপ্ৰিলমাহলৈ ইয়াৰ সংখ্যা ১০২খন হয়গৈ। সকলো ৰাষ্ট্ৰীয় উদ্যান মিলি প্ৰায় ৩৯৯১৯ বৰ্গ কিলোমিটাৰ মাটিকালি আৱৰি আছে। ই ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় ১.২১%।

বৰ্তমান ভাৰতত মুঠ ১৬৬খন ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছে। এই উদ্যানসমূহৰ নাম তথা ৰাজ্য, মাটিকালিৰে সৈতে প্ৰতিষ্ঠা কৰাৰ তাৰিখসহ তলত উল্লেখ কৰা হ'ল-

ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা

ক্ৰমিক নংনামৰাজ্যপ্ৰাতিষ্ঠামাটিকালি (বৰ্গকিলোমিটাৰত)
1আঞ্চি ৰাষ্ট্ৰীয় উদ্যানকৰ্ণাটক1987২৫০
2বালপাখৰাম (Balphakram)ৰাষ্ট্ৰীয় উদ্যানমেঘালয়1986২২০
3বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যানমধ্য প্ৰদেশ1982৪৪৮.৮৫
4বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানকৰ্ণাটক1974৮৭৪.২০
5বেন্নাৰঘট্টা ৰাষ্ট্ৰীয় উদ্যানকৰ্ণাটক1974১০৬.২৭
6ৱাঞ্চডা ৰাষ্ট্ৰীয় উদ্যানগুজৰাট1979২৩.৯৯
7বেটলা ৰাষ্ট্ৰীয় উদ্যানঝাৰখণ্ড1986২৩১.৬৭
8ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যানওড়িশা1988১৪৫
9ব্লেকবাক ৰাষ্ট্ৰীয় উদ্যানগুজৰাট1976৩৪.০৮
10বাক্সা ব্যাঘ্ৰ প্ৰকল্পপশ্চিমবংগ1992১১৭.১০
11কেম্পবেল বে ৰাষ্ট্ৰীয় উদ্যানআন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ1992৪২৬.২৩
12Chandoli ৰাষ্ট্ৰীয় উদ্যানমহাৰাষ্ট্ৰ2004317.67
13জিম কৰবেট (Jim Corbett) ৰাষ্ট্ৰীয় উদ্যানউত্তৰাখণ্ড19361318.5
14Dachigam ৰাষ্ট্ৰীয় উদ্যানজম্মু আৰু কাশ্মীৰ1981141
15Darrah ৰাষ্ট্ৰীয় উদ্যানৰাজস্থান2004250
16Desertৰাষ্ট্ৰীয় উদ্যানৰাজস্থান19803162
17ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানঅসম1999340
18Dudhwa ৰাষ্ট্ৰীয় উদ্যানউত্তৰ প্ৰদেশ1977490.29
19Eravikulam ৰাষ্ট্ৰীয় উদ্যানকেৰালা197897
20Mandla Plant Fossils ৰাষ্ট্ৰীয় উদ্যানমধ্য প্ৰদেশ19830.27
21Galathea National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ1992110
22Gangotri National Parkউত্তৰাখণ্ড19891552.73
23Gir Forest National Parkগুজৰাট1965258.71
24Gorumara National Parkপশ্চিমবংগ199479.45
25Govind Pashu Vihar Wildlife Sanctuaryউত্তৰাখণ্ড1990472.08
26গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানহিমাচল প্ৰদেশ1984754.40
27Gugamal National Parkমহাৰাষ্ট্ৰ1987361.28
28Guindy National Parkতামিলনাডু19762.82
29Marine National Park, Gulf of Kutchগুজৰাট1980162.89
30Gulf of Mannar Marine National Parkতামিলনাডু19806.23
31Hemis National Parkজম্মু আৰু কাশ্মীৰ19814400
32Harike WetlandPunjab198786
33Hazaribagh National Parkঝাৰখণ্ড1954183.89
34Indira Gandhi Wildlife Sanctuary and National Parkতামিলনাডু1989117.10
35Indravati National Parkছত্তীসগঢ়19811258.37
36জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানপশ্চিমবংগ2012216
37Ntangki National Parkনাগালেণ্ড1993202.02
38Kalesar National Parkহাৰিয়ানা2003100.88
39Kanha National Parkমধ্য প্ৰদেশ1955940
40Kanger Ghati National Parkছত্তীসগঢ়1982200
41Kasu Brahmananda Reddy National Parkঅন্ধ্ৰপ্ৰদেশ19941.42
42কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসম1905471.71
43Keibul Lamjao National Parkমণিপুৰ197740
44কেওলাদেও ৰাষ্ট্ৰীয় উদ্যানৰাজস্থান198128.73
45কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যানছিক্কিম19771784
46Kishtwar National Parkজম্মু আৰু কাশ্মীৰ1981400
47Kudremukh National Parkকৰ্ণাটক1987600.32
48Madhav National Parkমধ্য প্ৰদেশ1959375.22
49Mahatma Gandhi Marine National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ1983281.50
50Mahavir Harina Vanasthali National Parkঅন্ধ্ৰপ্ৰদেশ199414.59
51মানস ৰাষ্ট্ৰীয় উদ্যানঅসম1990500
52Mathikettan Shola National Parkকেৰালা200312.82
53Middle Button Island National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ19870.64
54Mollem National Parkগোৱা1978107
55Mouling National Parkঅৰুণাচল প্ৰদেশ1986483
56Mount Abu Wildlife Sanctuaryৰাজস্থান1960288.84
57Mount Harriet National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ46.62
58Mrugavani National Parkঅন্ধ্ৰপ্ৰদেশ3.5
59Mudumalai National Parkতামিলনাডু1940321.55
60Mukurthi National Parkতামিলনাডু200178.46
61Murlen National Parkমিজোৰাম200
62Namdapha National Parkঅৰুণাচল প্ৰদেশ19741985.24
63নামেৰি ৰাষ্ট্ৰীয় উদ্যানঅসম1978137.07
64Nanda Devi National Parkউত্তৰাখণ্ড1982630.33
65Nandankanan National Park (not verified)ওড়িশা
66Navegaon National Parkমহাৰাষ্ট্ৰ133.88
67নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানপশ্চিমবংগ198688
68Nokrek National Parkমেঘালয়47.48
69North Button Island National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ1979144
70ওৰাং ৰাষ্ট্ৰীয় উদ্যানঅসম199978.81
71Palani Hills National Parkতামিলনাডু736.87
72Panna National Parkমধ্য প্ৰদেশ1981542.67
73Pench National Parkমধ্য প্ৰদেশ1977758
74Periyar National Parkকেৰালা1982305
75Phawngpui Blue Mountain National Parkমিজোৰাম199250
76Pin Valley National Parkহিমাচল প্ৰদেশ1987807.36
77Rajaji National Parkউত্তৰাখণ্ড1983820
78নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যানকৰ্ণাটক1988643.39
79Rani Jhansi Marine National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ1996256.14
80Ranthambore National Parkৰাজস্থান1981392
81Saddle Peak National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ32.55
82Salim Ali National Parkজম্মু আৰু কাশ্মীৰ9.07
83Sanjay National Park²মধ্য প্ৰদেশ1981466.7
84Sanjay Gandhi National Parkমহাৰাষ্ট্ৰ1969104
85Sariska Tiger Reserveৰাজস্থান1955866
86Satpura National Parkমধ্য প্ৰদেশ1981524
87চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানকেৰালা1980237
88Sirohi National Parkমণিপুৰ198241.30
89Simlipal National Parkওড়িশা1980845.70
90Singalila National Parkপশ্চিমবংগ198678.60
91South Button Island National Parkআন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ5
92Sri Venkateswara National Parkঅন্ধ্ৰপ্ৰদেশ1989353
93Sultanpur National Parkহাৰিয়ানা19891.43
94সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানপশ্চিমবংগ19841330.12
95Tadoba National Parkমহাৰাষ্ট্ৰ1955625
96ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানউত্তৰাখণ্ড198287.50
97Valmiki National Parkবিহাৰ461.6
98Van Vihar National Parkমধ্য প্ৰদেশ19834.45
99Papikonda National Parkঅন্ধ্ৰপ্ৰদেশ20081012.85

প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান

  • Qazinag National Park
  • Dharmendra National Park
  • Nagari Nath National Park

Footnotes

1The মহাৰাষ্ট্ৰ and মধ্য প্ৰদেশ parts of the Pench National Park are administered separately.

2The ছত্তীসগঢ় and মধ্য প্ৰদেশ parts of the Sanjay National Park are administered separately.

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ভাৰত সম্পৰ্কীয় তালিকাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪২২৫৫২ (৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।