ৰাজনীতিবিদ
২৩২ প্ৰবন্ধ
-
পাবলো নেৰুদা
পাবলো নেৰুদা (Pablo Neruda;; জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ (Chilean) কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাটৰ (Neftali Ricardo Reyes Basoalto) ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক (Czech) কবি জান নেৰুদাৰ (Jan Neruda) নামৰ অনুকৰণত এই নাম লৈছিল।
-
বিশ্বজিৎ দৈমাৰী
বিশ্বজিৎ দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জন্ম লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা অসম বিধানসভা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২১ চনত অসম বিধানসভাত নিৰ্বাচনত পানেৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জয়লাভ কৰে।
-
মাৰ্কাছ টুলিয়াছ চিচেৰো
মাৰ্কাছ টুলিয়াছ চিচেৰো (খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী – ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত, দাৰ্শনিক আৰু বাগ্মী আছিল। ৰোমান সাম্ৰাজ্য স্থাপনৰ ৰাজনৈতিক সংকটৰ সময়ত তেওঁ সৰ্বোত্তম নীতিবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।
-
সোনম ৱাংচুক
সোনম ৱাংচুক, উচ্চাৰণ চোনম ৱাংচুক, (: Sonam Wangchuk; জন্ম: ১ ছেপ্টেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিযন্তা সমাজকৰ্মী, উদ্ভাৱক, শিক্ষা সংস্কাৰক আৰু পৰিৱেশবিদ।
-
ৰুহোল্লাহ খোমেইনী
ৰুহোল্লাহ খোমেইনী (Ruhollah Khomeini) ১৯৭৯ চনৰপৰা ১৯৮৯ চন অৰ্থাৎ মৃত্যুৰ আগলৈকে ইৰাণৰ এগৰাকী ছিয়া মুছলমান ধৰ্মগুৰু, বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল। খোমেইনী ইৰাণী বিপ্লৱৰ নেতা আছিল, যিয়ে মহম্মদ ৰেজা পাহলৱীক ওফৰাই পেহলৱী যুগৰ অন্ত পেলাই দেশখনক ইছলামিক গণৰাজ্যলৈ ৰূপান্তৰিত কৰিছিল।
-
ওমৰ
ওমৰ ইবনে আল খত্তব (عُمَر بْن ٱلْخَطَّاب; ), চমুকৈ ওমৰ বুলিও কোৱা হয়। ওমৰ ৬৩৪ চনৰ আগষ্টৰ পৰা ৬৪৪ চনত তেওঁক হত্যা কৰালৈকে শাসন কৰা দ্বিতীয় ৰাছিদুন খলিফা আছিল। তেওঁ আবু বকৰ (ৰাজ্য ৬৩২–৬৩৪)ৰ উত্তৰাধিকাৰী আৰু ইছলামিক পয়গম্বৰ হজৰত মুহাম্মদৰ জ্যেষ্ঠ সংগী আৰু শহুৰেক হিচাপে গণ্য কৰা হয়।
-
ছি জিনপিং
ছি জিনপিং হৈছে চীনা সাম্যবাদী দল (কমিউনিষ্ট পাৰ্টি অফ চাইনা)-ৰ সাধাৰণ সম্পাদক, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ। চীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে সামৰিক বাহিনী আৰু পাৰ্টিৰো মুখ্য নেতা হোৱাৰ বাবে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট লিডাৰ" বা "সৰ্বোচ্চ নেতা"…
-
জয়ভদ্ৰ হাগ্জেৰ
জয়ভদ্ৰ হাগজেৰ (Joy Bhadra Hagjer; 1914–1973) এজন ভাৰতীয় ৰাজনৈতিক নেতা আছিল। হাফলঙৰ ওচৰৰ নানাদিছা নামৰ সৰু গাঁও এখনত তেওঁৰ জন্ম হৈছিল। তেওঁ অসম বিধান সভাৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি গৈছে। ১৮ জুলাই ১৯৭৩-ত তেওঁৰ ৫৯ বছৰত তেওঁৰ মৃত্যু হয়।
-
নুৰুল হুদা
নুৰুল হুদা (ইংৰাজী: Noorul Huda; ১৩ মাৰ্চ, ১৯৩০ – ১৭ ডিচেম্বৰ, ২০১৫) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেতা, কৃষক আন্দোলনৰ কৰ্মী, অসমৰ সাংসদ (লোকসভা) আৰু বিধায়ক আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (CPI(M))ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আছিল।
-
পেমা খাণ্ডু
পেমা খাণ্ডু (জন্ম ২১ আগষ্ট ১৯৭৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী। তেওঁ অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ পুত্ৰ।
-
মৌচুমী চেটাৰ্জী
মৌচুমী চেটাৰ্জী বা (Moushumi Chatterjee; জন্ম ইন্দিৰা চট্টোপাধ্যায়) এগৰাকী প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ বলিউডৰ ছবিৰ উপৰিও বঙালী ভাষাৰ ছবিতো কাম কৰিছে।তেওঁ ৰাজেশ খান্না, শশী কাপুৰ, জীতেন্দ্ৰ, সঞ্জীৱ কুমাৰ, বিনোদ মেহৰা আৰু অমিতাভ বচ্চনৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছে।
-
লুৰীণজ্যোতি গগৈ
লুৰীণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (২০১৫-২০২০) তথা অসমৰ এগৰাকী প্ৰাক্তন ছাত্ৰনেতা।বৰ্তমান তেওঁ অসমৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (চমুকৈ অজাপ)ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।
-
শিৱৰাজ সিং চৌহান
শিৱৰাজ সিং চৌহান (জন্ম: ৫ মাৰ্চ ১৯৫৯) ভাৰতৰ কেন্দ্ৰীয় ৰাজ্য মধ্য প্ৰদেশৰ ১৮ সংখ্যক আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী। ২০০৫ চনৰ ২৯ নৱেম্বৰত বাবুলাল গৌৰৰ ঠাইত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।
-
হ' চি মিন
হ' চি মিন (; Vietnamese: [hò cǐ mīŋ̟] (listen), Saigon: [hò cǐ mɨ̄n] (শুনক); Chữ nôm: 胡志明; 19 May 1890 – 2 September 1969), জন্মত ঙুয়েন চিন কুন, ঙুয়েন টাট থান, ঙুয়েন আই চুৱ'ক, বাক হ বা বাক নামেৰেও জনাজাত, এগৰাকী ভিয়েটনামী সাম্যবাদী বিপলৱী নেতা যি ভিয়েটনাম শ্ৰমিক দলৰ সভাপতি আৰু প্ৰথম সচিব আছিল।
-
ৱাজেদ আলী চৌধুৰী
ৱাজেদ আলী চৌধুৰী (জন্ম ১ জুলাই ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু ব্যৱসায়। তেখেত ২০১৬ চনৰপৰা দক্ষিণ শালমাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰি অসম বিধানসভাৰ সদস্য হিচাপে, আৰু ১৯৯৬ চনৰপৰা ২০০৬ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে আৰু ২০০২ চনৰপৰা ২০০৬ চনলৈ প্ৰথম তৰুণ গগৈ মন্ত্ৰ্যালয়ত অসম চৰকাৰৰ…
-
অখিলেশ যাদৱ
অখিলেশ যাদৱ ভাৰতীয় ৰাজনীতিবিদ তথা সমাজবাদী পাৰ্টিৰ সভাপতি যিয়ে ২০১২ চনৰ পৰা ২০১৭ চনলৈ উত্তৰ প্ৰদেশৰ ২১ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১৫ মাৰ্চত ৩৮ বছৰ বয়সত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ এই পদত অধিষ্ঠিত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হয়।
-
এন চন্দ্ৰবাবু নাইডু
নৰ চন্দ্ৰবাবু নাইডু (Nara Chandrababu Naidu; জন্ম: ২০ এপ্ৰিল ১৯৫০) সাধাৰণতে চিবিএন নামেৰে জনাজাত এজন ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২৪ চনৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেলেগুভাষী ৰাজ্যসমূহৰ ৰাজনৈতিক ইতিহাসত সৰ্বাধিক দিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ তেওঁৰ দখলত আছে।
-
ছিৰিমাভো বন্দৰনাইকে
ছিৰিমা ৰাটৱাট্টে ডায়াছ বন্দৰনাইকে (সিংহল: සිරිමා රත්වත්තේ ඩයස් බණ්ඩාරනායක; তামিল: சிிிற மா ரத்வத்தே டயஸ் பண்டாரநாயக்கே; ිනිය), সাধাৰণভাৱে ছিৰিমাভো বন্দৰনাইকে হিচাপে পৰিচিত এগৰাকী শ্ৰীলংকাৰ ৰাজনীতিবিদ।
-
জৰ্জ ৱাশ্বিংটন
জৰ্জ ৱাশ্বিংটন (ইংৰাজী: George Washington; ২২ ফেব্ৰুৱাৰী, ১৭৩২—১৪ ডিচেম্বৰ, ১৭৯৯) আমেৰিকাৰ জাতিৰ পিতৃ হিচাপে জনা যায়। তেওঁ আমেৰিকাৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশেষ ভূমিকাৰ পালন কৰিছিল। ভাৰ্জিনিয়া কলনীত জন্মগ্ৰহণ কৰা ৱাশ্বিংটন ফৰাচী আৰু ভাৰতীয় যুদ্ধৰ সময়ত (১৭৫৪–১৭৬৩) ভাৰ্জিনিয়া ৰেজিমেণ্টৰ সেনাপতি হয়।
-
তাৱাক্কল কাৰমান
তাৱাক্কল আব্দেল-চালাম কাৰমান (জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৭৯) এগৰাকী য়েমেনৰ সাংবাদিক, ৰাজনীতিক আৰু য়েমেনৰ আল-ইছলাহ ৰাজনৈতিক দলৰ প্ৰবীণ সদস্য। তদুপৰি কাৰমান এগৰাকী মানবাধিকাৰ কৰ্মী হিচাপেও দীৰ্ঘদিন ধৰি কাম কাজ চলাই আছে। তেওঁ “ৱমেন জাৰ্ণালিষ্ট উইথআউট চেইন্স” নামৰ নাৰী সাংবাদিকদৰ এটি দলক নেতৃত্ব দিয়ে।
-
ফাতিমা জিন্নাহ
ফাতিমা জিন্নাহ (; জন্ম: ৩১ জুলাই ১৯৮৩ - মৃত্যু: ৯ জুলাই ১৯৬৭) আছিল এগৰাকী পাকিস্তানী দন্ত চিকিৎসক, জীৱনীকাৰ আৰু পাকিস্তান গঠনত বৰঙনি আগবঢ়োৱা ব্যক্তি সকলৰ মাজত অন্যতম। তেওঁ আছিল মহম্মদ আলি জিন্নাহৰ কনিষ্ঠ ভগ্নী।
-
বনিলী খ’ঙমেন
বনিলী খ’ঙমেন ( Bonily Khongmen; জন্ম: কাবন নেলি টুমুংপি; ২৫ জুন ১৯১২ – ১৭ মাৰ্চ ২০০৭)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিছিল[1] ১৯৫২ চনত অসমৰ স্বায়ত্তশাসিত জিলা সমষ্টিৰ পৰা সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
বান কি-মুন
বান কি-মুন (Ban Ki-moon) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী ৰাজনীতিবিদ তথা কূটনীতিবিদ। তেওঁ ২০০৭ চনৰ জানুৱাৰীৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ লৈকে ৰাষ্ট্ৰসংঘৰ অষ্টম মহাসচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
বিদ্যা দেৱী ভাণ্ডাৰী
বিদ্যা দেৱী ভাণ্ডাৰী (विद्या देवी भण्डारी; জন্ম: ১৯ জুন ১৯৬১) এগৰাকী ৰাজনীতিবিদ তথা নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। ২০১৫ চনত তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ নেপালৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি।
-
মমতাজ বেগম
মমতাজ বেগম (Momtaz Begum; জন্ম: ৫ মে' ১৯৭৪) হৈছে এগৰাকী বাংলাদেশী কণ্ঠশিল্পী আৰু ২০১৪ চনৰ পৰা বৰ্তমানলৈ মাণিকগঞ্জ-২ সমষ্টিৰ পৰা বাংলাদেশৰ জাতীয় সংসদলৈ নিৰ্বাচিত সাংসদ। তেখেতক 'দ্য মিউজিক কুইন' উপাধিৰে উল্লেখ কৰা হয়। তেওঁৰ চাৰি দশকৰ কেৰিয়াৰত প্ৰায় ৭০০টা এলবাম ৰেকৰ্ড কৰিছে।
-
মানৱ ডেকা
মানৱ ডেকা ( Manab Deka) ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ হৈ লখিমপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা অসম বিধানসভাৰ সদস্য৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ড° জয় প্ৰকাশ দাসক পৰাস্ত কৰি তেওঁ ৭০,৩৮৭টা ভোটত জয়লাভ কৰিছিল।
-
মাৰ্গেৰিটা হেক
মাৰ্গেৰিটা হেক (Margherita Hack,, ১২ জুন ১৯২২ – ২৯ জুন ২০১৩) এগৰাকী ইটালীৰ জ্যোতিৰ্বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখিকা আছিল। ১৯৯৫ চনত আৱিষ্কৃত গ্ৰহাণু ৮৫৫৮ হেকৰ নাম তেওঁৰ সন্মানত ৰখা হৈছিল।
-
শ্বিঞ্জ’ আবে
শ্বিঞ্জ’ আবে (২১ ছেপ্টেম্বৰ ১৯৫৪ – ৮ জুলাই ২০২২) জাপানৰ এগৰাকী ৰাজনীতিবিদ আছিল, যিয়ে ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে, পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈকে জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি (এল ডি পি)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
হেলেন কেলাৰ
হেলেন কেলাৰ (Helen Keller) এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া,আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায়।
-
ৰণগৌৰা নাৰ্জাৰী
ৰণগৌৰা নাৰ্জাৰী (Rwngwra Narzary) বিজেপি মিত্ৰজোঁটৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ।২০২০ চনৰ পৰা তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল(ইউপিপিএল)ৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। লগতে তেওঁ কাজলগাওঁ পৌৰসভাৰ পৌৰপতিৰ পদটো আছে।