অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্কাছ টুলিয়াছ চিচেৰো

মাৰ্কাছ টুলিয়াছ চিচেৰো (খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী – ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত, দাৰ্শনিক আৰু বাগ্মী আছিল। ৰোমান সাম্ৰাজ্য স্থাপনৰ ৰাজনৈতিক সংকটৰ সময়ত তেওঁ সৰ্বোত্তম নীতিবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

মাৰ্কাছ টুলিয়াছ চিচেৰো (খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী – ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত, দাৰ্শনিক আৰু বাগ্মী আছিল। ৰোমান সাম্ৰাজ্য স্থাপনৰ ৰাজনৈতিক সংকটৰ সময়ত তেওঁ সৰ্বোত্তম নীতিবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ বিস্তৃত লেখাসমূহৰ ভিতৰত তেওঁৰ বক্তব্য, দৰ্শন আৰু ৰাজনীতিৰ ওপৰত ৰচিত গ্ৰন্থসমূহ পোৱা যায়। তেওঁক ৰোমৰ অন্যতম লেটিন ভাষাৰ শ্ৰেষ্ঠ বাগ্মী আৰু প্ৰবন্ধ ৰচয়িতা আখ্যা দিয়া হয়। তেওঁ ৰোমৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।

সম্পৰ্কিত শ্ৰেণী

দাৰ্শনিকৰাজনীতিবিদইটালীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্কাছ টুলিয়াছ চিচেৰো” প্ৰবন্ধৰ সংশোধন ৩১০৫২১ (৯ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।