ৰণগৌৰা নাৰ্জাৰী (Rwngwra Narzary) বিজেপি মিত্ৰজোঁটৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ।১২০২০ চনৰ পৰা তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল(ইউপিপিএল)ৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২ লগতে তেওঁ কাজলগাওঁ পৌৰসভাৰ পৌৰপতিৰ পদটো আছে।৩
তথ্যসূত্ৰ
- ↑ Rwngwra Narzary (Criminal & Asset Declaration). My Neta.com
- ↑ Rwngwra Narzary becomes new working president of UPPL. Sentinel Assam
- ↑ UPPL fields Rwngwra Narzary for Rajya Sabha polls. North East News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰণগৌৰা নাৰ্জাৰী” প্ৰবন্ধৰ সংশোধন ৫৬২৪৫৭ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।