অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বিঞ্জ’ আবে

শ্বিঞ্জ’ আবে (২১ ছেপ্টেম্বৰ ১৯৫৪ – ৮ জুলাই ২০২২) জাপানৰ এগৰাকী ৰাজনীতিবিদ আছিল, যিয়ে ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে, পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈকে জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি (এল ডি পি)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২২ জুলাই ২০২৫ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

শ্বিঞ্জ’ আবে (২১ ছেপ্টেম্বৰ ১৯৫৪ – ৮ জুলাই ২০২২) জাপানৰ এগৰাকী ৰাজনীতিবিদ আছিল, যিয়ে ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে, পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈকে জাপানৰ প্ৰধানমন্ত্ৰী আৰু লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি (এল ডি পি)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আছিল জাপানৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী।১২ ২০০৫ চনৰ পৰা ২০০৬ চনলৈকে জুনিচিৰ’ কইজুমিৰ অধীনত মুখ্য কেবিনেট সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০১২ চনত বিৰোধীৰ নেতা আছিল।

তথ্যসূত্ৰ

  1. ↑ Sposato, William. Shinzo Abe Can't Afford to Rest on His Laurels
  2. ↑ (28 August 2020). Japanese PM Shinzo Abe resigns for health reasons. BBC News

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদজাপানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিঞ্জ’ আবে” প্ৰবন্ধৰ সংশোধন ৫২৫৯২৪ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।