ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
পূজা শৰ্মা
পূজা শৰ্মা (Pooja Sharma) এগৰাকী ভাৰতীয় টেলিভিচনৰ অভিনেত্ৰী আৰু মডেল যিয়ে ষ্টাৰপ্লাছৰ 'মহাভাৰত'ত দ্ৰৌপদীৰ চৰিত্ৰত আৰু কালাৰ্চ টিভিৰ 'মহাকালী - অন্ত হী আৰম্ভ হ্যে'ত মহাকালী/পাৰ্ৱতীৰ চৰিত্ৰত অভিনয়ৰ বাবে জনাজাত।
-
প্ৰাচী দেশাই
প্ৰাচী দেশাই (Prachi Desai; জন্ম-১২ ছেপ্টেম্বৰ ১৯৮৮) প্ৰাচী লাক্স লায়ৰাৰ এগৰাকী ব্ৰেণ্ড এম্বাছাদৰ।
-
প্ৰিয়ংকা মোহন
প্ৰিয়ংকা অৰুল মোহন (Priyanka Arul Mohan; জন্ম: ২০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কন্নড় ছবি অন্ধ কাথে হেল্লা (২০১৯)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়।
-
প্ৰীতিকা ৰাও
প্ৰীতিকা ৰাও (Preetika Rao ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু চলচ্চিত্ৰ-স্তম্ভলেখক যিয়ে মূলতঃ হিন্দী টেলিভিছন আৰু বিজ্ঞাপন চলচ্চিত্ৰত কাম কৰে। তেখেতে (২০১০) তামিল ছবি চিক্কু বুক্কুৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
ফ্ৰিডা পিণ্টো
ফ্ৰিডা ছেলেনা পিণ্টো (Freida Selena Pinto, জন্ম: ১৮ অক্টোবৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। ফ্ৰিডাক সাধাৰণতে আমেৰিকান আৰু ব্ৰিটিছ ছবিত দেখা যায়। মুম্বাইতে লালিত-পালিত হোৱা ফ্ৰিডাই খুব কম বয়সতে অভিনয়ৰ লগত ঘনিষ্ঠতা স্থাপন কৰি লৈছিল আৰু ভৱিষ্যতে এগৰাকী অভিনেত্ৰী হ'বলৈ সংকল্পবদ্ধ হৈছিল।
-
বাণী ভজন
বাণী ভজন (Vani Bhojan) হৈছে তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম (চমুকৈ উটি)-ত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ফেশ্বন মডেল।
-
বিদুষী দাস বাৰ্দে
বিদুষী দাস বাৰ্দে (ওড়িয়া: ବିଦୂଷୀ ଦାସ ବାର୍ଦେ; ইংৰাজী: Bidushi Dash Barde; অনুমাণিক ১৯৮৯ – অক্টোবৰ ২০১২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মুম্বাইস্থিত মডেল আছিল। তেওঁ ২০০৬ চনৰ "মিছ চেন্নাই" সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্ছ-আপ আছিল।
-
বৃন্দা আচাৰ্য
বৃন্দা আচাৰ্য (Brinda Acharya; জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০২১ চনত প্ৰেমম পূজ্যম নামৰ কন্নড় চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত খোজ দিয়ে। ইয়াৰ পিছত, ২০২৩ চনত তেওঁ কৌশল্যা সুপ্ৰজা ৰামা নামৰ ছবিখনত অভিনয় কৰিছিল।
-
বৈষ্ণৱী মহন্ত
বৈষ্ণৱী মহন্ত (Vaishnavi Mahant) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী গৰাকী মুকেশ খান্নাৰ দূৰদৰ্শনত প্ৰচাৰিত টেলিভিচন ধাৰাবাহিক 'শক্তিমান'ত গীতা বিশ্বাসৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত।
-
মনোৰমা (অভিনেত্ৰী)
মনোৰমা (Manorama; (১৬ আগষ্ট ১৯২৬ – ১৫ ফেব্ৰুৱাৰী ২০০৮) বলীউডৰ এগৰাকী চৰিত্ৰাভিনেত্ৰী আছিল যিয়ে সীতা ঔৰ গীতা (১৯৭২), এক ফুল দো মালি (১৯৬৯) আৰু দো কলিয়াঁ (১৯৬৮) আদি ছবিত কৌতুকপূৰ্ণ অত্যাচাৰী খুৰীয়েকৰ চৰিত্ৰত অভিনয় কৰি সুপৰিচিত হৈছিল।
-
মমতা মোহনদাস
মমতা মোহনদাস (ইংৰাজী: Mamta Mohandas; জন্ম: ১৪ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু নেপথ্য গায়িকা। তেওঁ মূলতঃ মালয়ালম, তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। মমতাই এটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু দুটাকৈ ফিল্মফেয়াৰ বঁটা (দক্ষিণ) আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
মমতী চাৰী
মমতী চাৰী (ইংৰাজী: Mamathi Chari; জন্ম ২১ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ৰেডিঅ' জকী, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে। তেওঁ টেলিভিছন অনুষ্ঠান ৱানাক্কাম তামিঝাৰ আঁত ধৰিছিল আৰু ধাৰাবাহিক বাণী ৰাণীত অভিনেত্ৰী হিচাপে কাম কৰিছিল।
-
মল্লিকা শ্বেৰাৱত
ৰীমা লাম্বা (জন্ম ২৪ অক্টোবৰ ১৯৭৬), যিগৰাকী তেওঁৰ মঞ্চনাম মল্লিকা শ্বেৰাৱত নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰে।
-
মানুষী ছিল্লাৰ
মানুষী ছিল্লাৰ (Manushi Chhillar; জন্ম ১৪ মে' ১৯৯৭) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখল কৰে। তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল। আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা মিছ ৱৰ্ল্ড বিজয়ী মানুষী ষষ্ঠ গৰাকী ভাৰতীয় মহিলা।
-
মুগ্ধা গডছে
মুগ্ধা বীৰা গডছে (জন্ম: ২৬ জুলাই ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মুখ্যত হিন্দী ছবিত কাম কৰে। এগৰাকী প্ৰাক্তন মডেল গডছে ২০০৪ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট আছিল। তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ ২০০৮ চনৰ ছবি ফেশ্বনৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়।
-
মুনমুন দত্ত
মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে। হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
মেধা শংকৰ
মেধা শংকৰ (Medha Shankr; জন্ম: ১ আগষ্ট ১৯৯৭)
-
মেধা ৰঘুনাথ
মেধা ৰঘুনাথ (ইংৰাজী: Medha Raghunath) চেন্নাইৰ এগৰাকী প্ৰাক্তন ভাৰতীয় মডেল, ভিডিঅ’ জকী আৰু চচিয়েল গৰাকী। তেওঁ সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু মডেল হিচাপে কাম কৰাৰ আগতে তামিল টেলিভিছন অনুষ্ঠানৰ আঁত ধৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
মোনা সিং
মোনা সিং (ইংৰাজী: Mona Singh; জন্ম: ৮ অক্টোবৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। সিঙে বিশেষকৈ ধাৰাবাহিক জছী জৈছী কোই নহীঁ (২০০৩–২০০৬)-ত কৰা অভিনয়ৰ বাবে পৰিচিতি লাভ কৰিছে।
-
যোগিতা বিহানী
যোগিতা বিহানী (জন্ম ৭ আগষ্ট ১৯৯৫) এজন ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত কাৰ্য্য কৰে। বিহানীয়ে প্ৰথমবাৰৰ বাবে অভিনয় আৰম্ভ কৰে টেলিভিছন চ’প অপেৰাৰ দিল হি তো হ্যায় (২০১৮–২০২০)ত।
-
লক্ষ্মী (অভিনেত্ৰী)
য়াৰাগুডিপাড়ি ভেঙ্কট মহালক্ষ্মী ( Yaragudipadi Venkata Mahalakshmi; জন্ম ১৩ ডিচেম্বৰ ১৯৫২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বৃত্তিগত নাম লক্ষ্মী। তামিল চলচ্চিত্ৰ ‘শ্ৰী ভাল্লি’ৰে (১৯৬১) তেওঁৰ চলচ্চিত্ৰত অভিষেক ঘটে। মুখ্য অভিনেত্ৰী হিচাপে তেওঁ প্ৰথম চলচ্চিত্ৰ ‘জীৱনামসম’ (১৯৬৮)।
-
শতাব্দী ৰয়
শতাব্দী ৰায় (Satabdi Roy; জন্ম: ৫ অক্টোবৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক আৰু ৰাজনীতিবিদ। অভিনেত্ৰী হিচাপে তেওঁ বাংলা চিনেমালৈ আগবঢ়োৱা কামৰ বাবে পৰিচিত। দুবাৰৰ বাবে তেওঁ বিএফজেএ বঁটা লাভ কৰিছে।
-
শ্বীবা চাদ্ধা
শ্বীবা চাদ্ধা ( Sheeba Chaddha) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছন অভিনেত্ৰী। ২০২২ চনত বধাই দো আৰু ডক্টৰ জি ছবিত তেওঁ অভিনয় কৰে আৰু বধাই দোৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।
-
শ্বেতা আগৰৱালা
শ্বেতা আগৰৱালা ঝা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ৰাঘবেন্দ্ৰ (২০০৩), তন্দুৰী লাভ (২০০৮), আৰু শাপিত (২০১০) আদি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ টেলিভিছন উপস্থাপক, সহ অভিনেতা তথা বলীউডৰ গায়ক আদিত্য নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।
-
শ্বেতা বাসু প্ৰসাদ
শ্বেতা বাসু প্ৰসাদ (Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে।
-
শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ, ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
শ্ৰীলীলা
শ্ৰীলীলা (জন্ম: ১৪ জুন, ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ শিশু শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০১৯ চনৰ ছবি কিছৰ জৰিয়তে মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
সঞ্জনা সাংঘী
সঞ্জনা সাংঘী (Sanjana Sanghi; জন্ম: ২ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনৰ ৰকষ্টাৰ ছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
সন্ধ্যা শান্তাৰাম
সন্ধ্যা শান্তাৰাম (জন্ম নাম: বিজয়া দেশমুখ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। স্বামী ভি শান্তাৰামৰ দ্বাৰা পৰিচালিত ১৯৫০-১৯৬০ৰ দশকৰ বিভিন্ন হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বেছিকৈ পৰিচিত; যিবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল ঝনক ঝনক পায়েল বাজে (১৯৫৫), দো আঁখে বাৰ হাথ (১৯৫৮), নৱৰং (১৯৫৯)…
-
সাধনা শিৱদাসানী
সাধনা শিৱদাসানী(Sadhana Shivdasani; জন্ম: ২ ছেপ্টেম্বৰ ১৯৪১ – মৃত্যু: ২৫ ডিচেম্বৰ ২০১৫), যি কেৱল সাধনা নামেৰে জনাজাত, হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।