অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাণী ভজন

বাণী ভজন (Vani Bhojan) হৈছে তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম (চমুকৈ উটি)-ত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ফেশ্বন মডেল।

হালনাগাদ: ২১ মে’ ২০২৪ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

বাণী ভজন (Vani Bhojan) হৈছে তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম (চমুকৈ উটি)-ত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ফেশ্বন মডেল।১ তেওঁ মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। টেলিভিচনৰ 'দৈৱমঙ্গল' ধাৰাবাহিকৰ সত্যা চৰিত্ৰৰ অভিনয় কৰাত তেওঁ অধিক জনাজাত হয়, যাৰ ফলত বাণী ভজনে ২০১৮ চনত 'চান কুদুমবাম ভীৰুথুগাল ফ’ৰ বেষ্ট এক্ট্ৰেচ্‌' বঁটা লাভ কৰিবলৈ সক্ষম হয়।২

জন্ম পৰিচয়

বাণী ভজন ১৯৮৮ চনৰ ৭ ডিচেম্বৰত তামিলনাডুৰ নীলগিৰি জিলাৰ উদগমণ্ডলম (চমুকৈ উটি) -ত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এগৰাকী ৱাইল লাইফ ফটোগ্ৰাফাৰ।৩২

কেৰিয়াৰ

টেলিভিচন

২০১২ চনত জয়া টিভিৰ ধাৰাবাহিক মায়াত অভিনয় কৰাৰ সময়ত তেওঁ মডেল হিচাপে পৰিৱেশন কৰে। পিছত তেওঁ বিজয় টিভিত প্ৰচাৰিত ধাৰাবাহিক 'আশা'ত মুখ্য ভূমিকা পালন কৰে।৪ আশাৰ পৰিসমাপ্তিৰ পিছত তেওঁ চান টিভিৰ ধাৰাবাহিক দৈৱমাঙ্গলৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁক জি তামিলৰ 'লক্ষ্মী ভানদাসু'টো দেখা গৈছিল।

চলচ্চিত্ৰ

'''Vani Bhojan'''
Vani Bhojanছবি: PuthuYugam · CC BY 3.0

২০১৯ চনত বাণী ভজনে তেলুগু ছবি 'মেকু মাথ্ৰামে চেপ্‌থা'ত আত্মপ্ৰকাশ কৰে।৫ ২০২০ চনত তেওঁ অশোক চেলভানৰ সৈতে তামিল ছবি 'অঃ মাই কাডাভুলে'ত অভিনয় কৰে,৬ লগতে তেওঁ বৈভৱ ৰেড্ডীৰ সৈতে 'ল’ক আপ' চলচ্চিত্ৰত কাম কৰে।

টেলিভিচন

বৰ্ষশিৰোনামচৰিত্ৰভাষাচেনেলবিৱৰণ
২০১২মায়ামায়াতামিলজয়া টিভিলীড
২০১২আশাস্ৰুতীতামিলষ্টাৰ বিজয়লীড
২০১৩–২০১৮দৈৱমঙ্গলসত্যা প্ৰিয়াতামিলচান টিভিলীড৭
২০১৫–২০১৬লক্ষ্মী ভানদাসুনন্দিনী, লক্ষ্মী, ঝাঞ্চিতামিলজি তামিললীড৮
২০১৬কমেডী জংচননিজেতামিলচান টিভিস্পেচিয়েল এপিয়াৰেঞ্চ
২০১৭আশাথল চুট্টিচ্‌ এণ্ড খিল্লাটী কিডচ্‌নিজেতামিল আৰু কন্নড়চান টিভি আৰু উদয় টিভিবিচাৰক
২০১৮দৈৱমঙ্গল কুদুমবাম ভিঝানিজেতামিলচান টিভিঅতিথি
২০১৮চুপাৰ চেলেঞ্জনিজেতামিলচান টিভিঅতিথি
২০১৮কিংচ্‌ অফ কমেডী জুনিয়ৰনিজেতামিলষ্টাৰ বিজয়অতিথি
২০১৮চাভালে চামেলীনিজেতামিলচান টিভিঅতিথি
২০২০জেঞ্চনিজেতামিলজি টিভিঅতিথি
২০২০স্পীড গেট চেট গ’নিজেতামিলষ্টাৰ বিজয়অতিথি

ফিল্ম’গ্ৰাফী

+টোকাএতিয়াও মুক্তি লাভ কৰা নাই
বৰ্ষশিৰোনামচৰিত্ৰপৰিচালকভাষানোট
২০১০অৰ্ৰ ইৰাভূহেভান্থিকা (ডেইজী)হৰি শঙ্কৰ হৰিশ নাৰায়ণ কৃৃৃৃষ্ণ শেখৰতামিল
২০১২আধিগাৰাম ৭৯ডা° পূজাবিনোদ ভিৰাতামিল
২০১৯মেকু মাথ্ৰামে চেপ্‌থাষ্টেফিসমীৰ চুলটানতেলুগু
২০২০অঃ মাই কাডাভুলেমীৰাআস্বাথ মাৰিমুথিতামিল
২০২০ল’ক আপমীনাএচ.জি. চাৰ্লেচ্‌তামিলজী৫ ফিল্ম৯
২০২০ইউনাইটেড আধাভ কান্নাধাচান ফিল্মতামিলপ’ষ্ট-প্ৰডাকচন১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vani Bhojan Biography
  2. ↑ Vani Bhojan Wiki (Actress) Age, Height, Husband, Biography, Family & Facts. Dreshare.com
  3. ↑ Vani Bhojan (Deivamagal Sathya). Behindtalkies.com
  4. ↑ Rangarajan, Malathi. (5 May 2012). Straddling screens. The Hindu
  5. ↑ Chowdhary, Y. sunita. (16 November 2019). Vani Bhojan makes a smooth transition from TV to cinema. The Hindu
  6. ↑ Ashok Selvan & Ritika come together for fun romcom - Times of India. The Times of India
  7. ↑ Deivamagal come to an end. Times of India
  8. ↑ Lakshmi Vanthachu is the new mega serial in town. Times of India
  9. ↑ (12 November 2019). The upcoming investigative drama starring Vaibhav, Venkat Prabhu and Vani Bhojan is bankrolled by Nitinsathyaa. Behindwoods
  10. ↑ (10 February 2020). VANI BHOJAN ON A ROLL! AFTER ATHARVAA, HER NEXT WITH ANOTHER LEADING HERO COMPLETES!. Behindwoods

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণী ভজন” প্ৰবন্ধৰ সংশোধন ৪২১৪৭৫ (২১ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।