শ্বেতা আগৰৱালা ঝা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ৰাঘবেন্দ্ৰ (২০০৩), তন্দুৰী লাভ (২০০৮), আৰু শাপিত (২০১০) আদি চলচ্চিত্ৰত অভিনয় কৰিছে।১২ তেওঁ টেলিভিছন উপস্থাপক, সহ অভিনেতা তথা বলীউডৰ গায়ক আদিত্য নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।৩৪
চলচ্চিত্ৰৰ তালিকা
| বছৰ | চলচ্চিত্ৰ | ভূমিকা | মন্তব্য |
|---|---|---|---|
| ২০০২ | আল্লাৰী | আপ্পু | তেওঁ অভিনয় কৰা প্ৰথম ছবি তেলুগু চলচ্চিত্ৰ |
| ২০০২ | কিচ্চা | সুমা | কন্নড় চলচ্চিত্ৰ |
| ২০০৩ | চি আই ডি মুছা | "জেমছ বণ্ড ডেটো" গীতটোত বিশেষ উপস্থিতি | তেওঁৰ প্ৰথম মালয়ালম চলচ্চিত্ৰ |
| ২০০৩ | ৰাঘবেন্দ্ৰ | মহালক্ষ্মী | তেলুগু চিনেমা |
| ২০০৮ | তন্দুৰী প্ৰেম | প্ৰিয়া | চুইজাৰলেণ্ডৰ কমেডী ছবি |
| ২০০৮ | গামিয়াম | মান্ধাৰম | তেলুগু চলচ্চিত্ৰ "হাত্তেৰী চিন্তামণি" গীতত বিশেষ উপস্থিতি |
| ২০১০ | শাপিত | কয়া শ্বেখাৱত | বলীউডৰ ভৌতিক চলচ্চিত্ৰ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (9 January 2021). Aditya Narayan on marrying Shweta: In spite of being together for so long it feels new. The Indian Express
- ↑ (8 January 2021). Aditya Narayan reveals Shweta Agarwal rejected him multiple times, his mother Deepa played Cupid. Hindustan Times
- ↑ (5 January 2021). Shweta Agarwal joins hubby Aditya Narayan on Indian Idol 12 sets. India today
- ↑ (12 October 2020). Who is Shweta Agarwal? Aditya Narayan is set to marry her soon. India today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেতা আগৰৱালা” প্ৰবন্ধৰ সংশোধন ৪৮৭৩৪৯ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।