অসমীয়া চলচ্চিত্ৰ
২৮০ প্ৰবন্ধ
-
গ্ৰহণ (চলচ্চিত্ৰ)
গ্ৰহণ (Grahan) হৈছে ২০১৪ চনৰ ২৭ জুনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি এম চি মেডিয়া প্ৰডাক্চনৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰে এম চৌধুৰীয়ে আৰু পৰিচালনা কৰে তিলক শৰ্মাই। বিলকিচ মজুমদাৰৰ কাহিনীৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে দিগন্ত হাজৰিকা, ফাৰহিন চৌধুৰী আদিয়ে।
-
চুমা পৰশতে
চুমা পৰশতে হৈছে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমীয়া চলচ্চিত্ৰ। 'নিৰি প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু কাহিনী জোনমণি দেৱী খাউণ্ডৰ। অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জী আদিয়ে।
-
জিয়া (চলচ্চিত্ৰ)
জিয়া (ইংৰাজী: Jiya) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা কেনি বসুমতাৰীৰ দ্বাৰা পৰিচালিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। কাহিনীকাৰ-প্ৰযোজক শৰ্মিষ্ঠা চক্ৰৱৰ্তীকে প্ৰমুখ্য কৰি ঈপ্সিতা হাজৰিকা, ৰিকি শৰ্মা, কৌশিক ভৰদ্বাজ, মনোজ বৰকটকী, উদয়ন দুৱৰা, শিশুশিল্পী আৰাধ্যা মহন্ত আদিয়ে ছবিখনত অভিনয়…
-
জেতুকী (চলচ্চিত্ৰ)
জেতুকী (Jetuki ১৯৮৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। চন্দ্ৰজ্যোতি চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজক আৰু পৰিচালক চন্দ্ৰ তালুকদাৰ। কাহিনী আৰু চিত্ৰনাট্যও পৰিচালকজনে ৰচনা কৰিছে। সংগীত আৰু চিত্ৰগ্ৰহণ সুজিত সিংহৰ। এইখনে শেষ অসমীয়া ক’লা-বগা ছবি।
-
তৰা'ছ হাছবেণ্ড
তৰা'ছ হাছবেণ্ড (Tora's Husband) হৈছে অসমৰ চলচ্চিত্ৰ-নিৰ্মাতা ৰীমা দাসৰ চতুৰ্থখন ছবি৷ তেখেত ছবিখনৰ প্ৰযোজনা, পৰিচালনা, সম্পাদনা, দৃশ্যগ্ৰহণৰ লগত জড়িত৷ ২০২২ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে টৰণ্টো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়৷ ইয়াৰ পিছত একেটা বছৰতে বুছান আন্ত:ৰাষ্ট্ৰীয়…
-
দেৱদাস (১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ)
দেৱদাস ১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ, যিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। প্ৰমথেশ বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ছবিখনত দেৱদাসৰ চৰিত্ৰত ফণী শৰ্মা, চন্দ্ৰমুখীৰ চৰিত্ৰত মোহিনী, আৰু পাৰোৰ চৰিত্ৰত জুবেইদাই অভিনয় কৰিছিল। গীত সমূহ আছিল শমশাদ বেগম আৰু ভূপেন হাজৰিকাৰ।
-
দ্য ফে'চ (অসমীয়া চলচ্চিত্ৰ)
দা ফে'চ (The Face) হৈছে ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন এক্ছনধৰ্মী আৰু ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। 'সন্তোষী মা প্ৰডাক্ছন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে বৰ্ণালী হাজৰিকাই। পৰিচালক ৰাজীৱ দত্ত আৰু সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ।
-
নীলকণ্ঠ (চলচ্চিত্ৰ)
নীলকণ্ঠ (Neelkantha) ২০০৭ চনত মুক্তিপ্ৰাপ্ত ৰজনী বৰ্মণ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যা ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে। অসমৰ লোককলা শিল্পী বৰঢুলীয়াসকলৰ সংগ্ৰামপূৰ্ণ জীৱনক চিত্ৰায়িত কৰা এই ছবিখনৰ কাহিনী লিখিছে প্ৰকাশ মেধিয়ে।
-
বিউটিফুল লাইভ্জ (চলচ্চিত্ৰ)
বিউটিফুল লাইভছ হৈছে ২০১৭ চনৰ ১৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। কংকন ডেকাৰ কাহিনী আৰু পৰিচালনাৰে এই ছবিখনে ২০০৮ চনৰ ৩০ অক্টোবৰত হোৱা বোমা বিষ্ফোৰণৰ ফলত এটা পৰিয়ালে সন্মুখীন হ'ব লগীয়া পৰিস্থিতিসমূহৰ কথা বৰ্ণনা কৰে।
-
বুলু ফিল্ম
বুলু ফিল্ম (Bulu Film) ২০২২ চনত মুক্তি পোৱা, গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰত নিৰ্মিত এখন অসমীয়া হাস্য-ব্যংগ কথাছবি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা এইখন চতুৰ্থ ছবি। পৰিচালকগৰাকীয়ে ছবিখনৰ এটা মুখ্য ভূমিকাতো অভিনয় কৰিছে।
-
যখিনী (চুটি ছবি)
যখিনী (Jokhini) অসমীয়া ভাষাৰ এখন চুটি ছবি। ইয়াত বিংশ শতিকাৰ এগৰাকী গৰ্ভৱতী মহিলা আৰু অসমীয়া লোক-কথাত জনপ্ৰিয় যখিনী নামৰ এগৰাকী দানৱসদৃশ জীৱৰ সৈতে তেওঁৰ মুখামুখি হোৱাকে দূশ্যায়ন কৰা হৈছে।
-
লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)
লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ।
-
হৰি ওঁম
হৰি ওঁম হৈছে ২০১৬ বৰ্ষত মুক্তি প্ৰাপ্ত এখন ৰোমাণ্টিক একশ্বনধৰ্মী অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে অৰূপ জ্যোতি ৰাভাই। মূখ্য অভিনয়ত আছে ভাষ্কৰ ৰঞ্জন,প্ৰিন্স,তৃষ্ণা কুৰ্মী আৰু দেৱাশ্ৰী গগৈ। চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিবেশন ব্ৰহ্মপুত্ৰ বয়জ এণ্টাৰটেইনমেণ্টৰ।
-
১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত
১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত:৭৮ বছৰীয়া ইতিহাসৰ এক ৰেঙণি (Exo Oxomiya Chalachitrar Kahini aru Geet: Athsottor Bosoriya Itihaasar Ek Rengoni) অসমীয়া চিত্ৰ সাংবাদিক অৰুণলোচন দাসৰ অসমীয়া চলচ্চিত্ৰ বিষয়ক এখন গৱেষণামূলক গ্ৰন্থ।
-
১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা মুক্তিপ্ৰাপ্ত অসমীয়া ছবি জাহ্নু বৰুৱা ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
-
ৰঙাটাপু ১৯৮৩
ৰঙাটাপু ১৯৮৩ (Laletapu 1983) হৈছে বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ৰ প্ৰযোজনা তথা আদিত্যম শইকীয়াৰ পৰিচালনাত নিৰ্মিত এখন অসমীয়া বোলছবি।
-
ৰিয়াজ (চলচ্চিত্ৰ)
ৰিয়াজ হ’ল এখন ২০২১ বৰ্ষত ডিজিটেল প্লেটফৰ্ম ৰীলড্ৰামাত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা মৃগাংক বৰাৰ। ৰিয়াজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সৌমৰ জ্যোতি বৰা আৰু স্বাগতা ভৰালীয়ে৷
-
ৰূপকাৰ
ৰূপকাৰ আছিল অসমীয়া চিনেমা, ভ্ৰাম্যমাণ নাটক আৰু সংস্কৃতি ভিত্তিক প্ৰথম অসমীয়া ভাষাৰ টেবলয়ড আকাৰৰ আলোচনী। ১৯৭৫ চনত প্ৰতিষ্ঠা হোৱা এই আলোচনীখনৰ প্ৰতিষ্ঠা আৰু সম্পাদনা কৰিছিল সাংবাদিক তথা হাস্যৰসৰ লেখক পবিত্ৰ কুমাৰ ডেকাই।
-
অৱতৰণ
অৱতৰণ (Avataran) হৈছে আগন্তুক অসমীয়া ভাষাৰ এখন কল্পবিজ্ঞান চলচ্চিত্ৰ। ছবিখন টিডি ফিল্ম ষ্টুডিঅ’ প্ৰডাকশ্যন্সৰ বেনাৰত, পৰিচালক তৰুনাভ দত্তৰ পৰিচালনা আৰু প্ৰযোজনাত নিৰ্মাণাধীন হৈ আছে।
-
আদ্ভিত্য (চলচ্চিত্ৰ)
আদ্ভিত্য (Advitya) হৈছে অৰিন্দম শৰ্মাৰ দ্বাৰা ৰচিত, পৰিচালিত আৰু কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচন্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ বেনাৰত ব্ৰজেন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা প্ৰযোজিত অসমীয়া ছবিজগতৰ ইতিহাসৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কল্পবিজ্ঞানৰ ভিত্তিত নিৰ্মাণ হোৱা ছুপাৰহিৰো অসমীয়া চলচ্চিত্ৰ।
-
ককাদেউতা নাতি আৰু হাতী ২
ককাদেউতা নাতি আৰু হাতী ২ (Koka Deuta Nati Aru Hati 2) হৈছে বিশ্বজিৎ বৰা পৰিচালিত, ২০২৬ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰৰ অধীনত ৰিণিকি ভূঞা শৰ্মাই এই ছবিখনৰ প্ৰযোজনা কৰিছে।
-
গোলাই চোৰ (চলচ্চিত্ৰ)
গোলাই চোৰ (Gulai Soor) হৈছে ২০২৫ চনত মুক্তি লাভ কৰা অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু ঝেং এণ্টাৰটেইনমেণ্টৰ যৌথ প্ৰযোজনাত নিৰ্মিত আৰু ৰক্তিম কমল বৰুৱাৰ দ্বাৰা নিৰ্দেশিত এখন বিদ্ৰুোপাত্মক কালভিত্তিক ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ৷ ছবিখনে ২০২৬ চনত ঘোষিত হোৱা…