এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ভাৰতীয় চলচ্চিত্ৰলৈ জীৱনজোৰা কৃতিত্ব আৰু অৱদানক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বাৰ্ষিক বঁটা।১ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অভিনেতা তথা প্ৰাক্তন ৰাজনীতিবিদ এন. টি. ৰামা ৰাও নামেৰে এই বঁটাৰ নামকৰণ কৰা হৈছে। এই বঁটাটোত নগদ ৫০০,০০০ টকাৰ পুৰস্কাৰ আৰু এটা স্মাৰক আছে।২৩
বঁটা প্ৰাপক
বঁটা প্ৰাপকসকল তলত উল্লেখ কৰা হ'লঃ ১


- ১৯৯৬: আক্কিনেনি নাগেশ্বৰ ৰাও
- ১৯৯৭: দিলীপ কুমাৰ
- ১৯৯৮: শিৱাজী গণেশন
- ১৯৯৯: লতা মংগেশকাৰ
- ২০০০: ভানুমতী ৰামকৃষ্ণ
- ২০০১: হৃষিকেশ মুখাৰ্জী
- ২০০২: ড0 ৰাজকুমাৰ
- ২০০৩: ঘট্টমানেনী কৃষ্ণ ৪
- ২০০৪: ইলায়াৰাজা ৪
- ২০০৫: অম্বৰীশ ৪
- ২০০৬: ৱাহিদা ৰহমান
- ২০০৭: দাসাৰী নাৰায়ণ ৰাওদাসৰী নাৰায়ণ ৰাও
- ২০০৮: যমুনা
- ২০০৯: বি. সৰোজা দেৱী
- ২০১০: শৰদা
- ২০১১: অমিতাভ বচ্চন
- ২০১২: এছ. পি. বালাসুব্ৰমনিয়াম
- ২০১৩: হেমা মালিনী ভি. ৰবিন্দ্ৰন ৫
- ২০১৪: কমাল হাছানকমল হাছান
- ২০১৫: কে. ৰাঘবেন্দ্ৰ ৰাও
- ২০১৬: ৰজনীকান্ত
- ২০২৪: নন্দমুৰি বালা কৃষ্ণনন্দমুৰি বাল কৃষ্ণ
- ২০২৫: চিৰঞ্জীৱী
তথ্যসূত্ৰ
- ↑ N.T.R. NATIONAL FILM AWARDEES. APSFTVTDC
- ↑ (2010-02-11). Governor gives away NTR awards. দ্য হিন্দু
- ↑ (15 January 2017). http://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Amitabh-Bachchan-receives-NTR-National-film-award/articleshow/19506663.cms
- ↑ (30 Aug 2007). Ilayaraja, Ambarish, Krishna get NTR award. The Hindu, Business Line
- ↑ (5 April 2017). S.P. Balasubrahmanyam, Hema Malini bag NTR awards. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা” প্ৰবন্ধৰ সংশোধন ৬৩৮৩৪৬ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।