অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফলৰ তালিকা

উদ্ভিদবিজ্ঞানৰ সংজ্ঞা অনুসৰি বীজ বহন কৰা উদ্ভিদৰ বিশেষ মঙহাল বা মঙহহীন অংশকে ফল বুলি কোৱা হয়। এই ফলৰ বিকাশ হয় স্ত্ৰীকেশৰৰ গৰ্ভাশয় নাম অংশটোৰ পৰা। সকলো গুপ্তবীজী উদ্ভিদৰ ফল গঠন হয়।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উদ্ভিদবিজ্ঞানৰ সংজ্ঞা অনুসৰি বীজ বহন কৰা উদ্ভিদৰ বিশেষ মঙহাল বা মঙহহীন অংশকে ফল বুলি কোৱা হয়। এই ফলৰ বিকাশ হয় স্ত্ৰীকেশৰৰ গৰ্ভাশয় নাম অংশটোৰ পৰা। সকলো গুপ্তবীজী উদ্ভিদৰ ফল গঠন হয়। অসমৰ থলুৱা ফলৰ ভিতৰত লেটেকু, পনিয়ল, থেৰেজু, অমৰা, মিৰিকাটেঙা, বনপিঠা, নগাটেঙা, ডালিম, মধুৰিআম, বিভিন্ন প্ৰকাৰৰ জামু, আম, নাচপতি, আতলচ, মাটিকঁঠাল, কঁঠাল, তেঁতেলী, লিচু, আহোমবগৰী, নৰাবগৰী, থেকেৰা, কল, কৰ্দ্দৈ, ৰহদৈ, বেল আদি প্ৰধান।১

অসমীয়া নামইংৰাজী নামবৈজ্ঞানিক নামচিত্ৰ
ডালিমPomegranatePunica granatum
নৰা বগৰীPlumPrunus domesticaBihu bogori.jpg
নগা টেঙাRhus semialataNoga tenga.JPG
বেত গুটিCane fruitCalamus flagellumBet guti.JPG
লতা বেলPassion fruitPassiflora edulis3 species of passionfruit.jpg
কঁঠালJack FruitArtocarpus heterophyllusYoung Jackfruit.JPG
আমMangoMangifera indicaMangifera indica fruit in India.jpg
অমিতাPapayaCarica papayaAamita.JPG
চপেটা/চিকুsapodillaManilkara zapotaSopeata.JPG
ষ্ট্ৰবেৰী/বাৰীখিছGarden strawberryFragaria × ananassa
ৰবাব টেঙাPomeloCitrus maxima
আহোম বগৰীPeachPrunus persica
সুমথিৰা টেঙা/সুমথিৰা টেঙাOrangeCitrus reticulata
আটলাচCustard AppleAnnona squamosa
আমলখিIndian gooseberryPhyllanthus emblica
বগৰীIndian JujubeZiziphus mauritiana
মধুৰিআমGuavaPsidium guajava
অনাৰস/মাটি-কঁঠালPineappleAnanas comosus
আপেলAppleMalus domestica
ক'লা জামুJava plum Black plumSyzygium cumini
অমৰাAmbarellaSpondias dulcis
ভোমোৰাBastard myrobalanTerminalia bellirica
বকুলBullet woodMimusops elengi
বহঁ‌তMonkey JackArtocarpus lakoocha
কৰ্জা টেঙাKaronda FruitCarissa carandas
কুজি থেকেৰাGarcinia cowa
কৰ্দ্দৈStarfruitAverrhoa carambola
কাজিনেমুLemonCitrus aurantiifolia
কুঁহিয়াৰSugarcaneSaccharum spontaneum
শিলিখাBlack MyrobalanTerminalia chebula
ঔ টেঙাElephant appleDillenia indica
জলফাইCeylon-oliveElaeocarpus serratus
তেঁতেলীTamarindTamarindus indica

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ ’থলুৱা ফলৰ আদৰ আৰু অনাদৰ’-ড॰ অন্নজ্যোতি গগৈ; প্ৰান্তিক, ১৬ জানুৱাৰি, ২০১২

সম্পৰ্কিত শ্ৰেণী

ফলতালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬২৬০৪৭ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।