বহঁত (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Artocarpus lacucha) বা ডেৱা Moraceae পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ উদ্ভিদ। ইয়াক ইংৰাজীত monkey fruit বা monkey jack বোলা হয়। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এচিয়াজুৰি এই উদ্ভিদবিধ বিস্তৃত১ গছজোপাৰ কাঠ মূল্যৱান আৰু ইয়াৰ ফলসমূহ খোৱাৰ উপযোগী। ফলসমূহৰ ঔষধি গুণ আছে বুলি বিশ্বাস কৰা হয়।২ উত্তৰ-পূব থাইলেণ্ডত ইয়াৰ কাঠ পং লেং নামৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়।৩
বহঁতৰ কাঠৰ মধ্যাংশৰ পৰা oxyresveratrol নামৰ যৌগ আহৰণ কৰিব পাৰি।৪৫৬
কৌটিল্যৰ অৰ্থশাস্ত্ৰত বহঁতৰ উল্লেখ পোৱা যায়।৭
তথ্যসূত্ৰ
- ↑ Pankaj Oudhia, Robert E. Paull. Monkey Jack Artocarpus lakoocha Roxb., Moraceae p485-487.Encyclopedia of Fruit and Nuts - 2008, J. Janick and R. E. Paull - editors, CABI, Wallingford, United Kingdom
- ↑ Lakoocha: A Multipurpose Tree of Warm Climate
- ↑ Cruz-Garcia, Gisella S.; Price, Lisa L. (2011). Ethnobotanical investigation of 'wild' food plants used by rice farmers in Kalasin, Northeast Thailand. Journal of Ethnobiology and Ethnomedicine. পৃ. 33
- ↑ Maneechai, S; Likhitwitayawuid, K; Sritularak, B. (2009). Quantitative analysis of oxyresveratrol content in Artocarpus lakoocha and 'Puag-Haad'. Medical Principles and Practice. পৃ. 223–7
- ↑ Wongsawad, C; Wongsawad, P; Luangphai, P. (2005). In vitro effects of aqueous extract from Artocarpus takoocha Roxb on tegumental surface of Haplorchis taichui. The Southeast Asian Journal of Tropical Medicine and Public Health. পৃ. 112–6
- ↑ Charoenlarp, P; Radomyos, P; Bunnag, D. (1989). The optimum dose of Puag-Haad in the treatment of taeniasis. Journal of the Medical Association of Thailand = Chotmaihet Thangphaet. পৃ. 71–3
- ↑ Arthashastra/Book XIII
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহঁত” প্ৰবন্ধৰ সংশোধন ৫৪০৯১৬ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।