অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফল

উদ্ভিদবিজ্ঞানৰ মতে ফল হৈছে সপুষ্পক উদ্ভিদৰ ফুল ফুলাৰ পিছত গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা বীজ-বহনকাৰী গঠন। সপুষ্পক উদ্ভিদে ফলৰ দ্বাৰা বীজৰ বিস্তাৰ কৰে। খোৱা ফলসমূহৰ বাবে মানুহ আৰু অন্য জীৱ-জন্তু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। বিশ্বৰ বিভিন্ন প্ৰান্তত বহুল ভিত্তিক ফলৰ খেতি কৰা হয়।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৩ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উদ্ভিদবিজ্ঞানৰ মতে ফল হৈছে সপুষ্পক উদ্ভিদৰ ফুল ফুলাৰ পিছত গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা বীজ-বহনকাৰী গঠন।

সপুষ্পক উদ্ভিদে ফলৰ দ্বাৰা বীজৰ বিস্তাৰ কৰে। খোৱা ফলসমূহৰ বাবে মানুহ আৰু অন্য জীৱ-জন্তু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।১ বিশ্বৰ বিভিন্ন প্ৰান্তত বহুল ভিত্তিক ফলৰ খেতি কৰা হয়। কিছুমান ফলৰ সাংস্কৃতিক আৰু সাংকতিক মূল্য উল্লেখনীয়।

সাধাৰণ ভাষাত, "ফল" বুলিলে উদ্ভিদৰ বীজ-যুক্ত মিঠা বা টেঙা আৰু কেঁচাকৈ খাব পৰা গঠনক বুজায়, যেনে আপেল, কল, আঙুৰ, নেমু, কমলা, আৰু মাটিকঁঠাল আদি। আনহাতে, উদ্ভিদবিদ্যাৰ মত, "ফল" বুলিলে সাধাৰণতে ফলৰ ভিতৰত নধৰা, যেনে বিন, ধান, আলু, আৰু গম আদিকো বুজায়।২৩ ভেঁকুৰৰ ৰেণু সৃষ্টি কৰা অংগকো উদ্ভিদবিদ্যাত ফলৰ ভিতৰত ধৰা হয়।৪

বীজহীন ফল

কিছুমান বীজহীন ফল
কিছুমান বীজহীন ফলছবি: Petar Milošević · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ Lewis. (2002). CRC Dictionary of Agricultural Sciences. CRC Press. ISBN 978-0-8493-2327-0
  2. ↑ Schlegel. (2003). Encyclopedic Dictionary of Plant Breeding and Related Subjects. Haworth Press. পৃ. 177. ISBN 978-1-56022-950-6
  3. ↑ Mauseth. (2003). Botany: An Introduction to Plant Biology. Jones and Bartlett. পৃ. 271–72. ISBN 978-0-7637-2134-3
  4. ↑ Sporophore from Encyclopædia Britannica

সম্পৰ্কিত শ্ৰেণী

ফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফল” প্ৰবন্ধৰ সংশোধন ৩৯৪৩৯৪ (১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।