কেলামাছ ফ্লেগেল্লাম (Calamus flagellum) হৈছে এৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত বেত গছৰ এটা এছীয় প্ৰজাতি।১ ভিয়েটনামীত ইয়াক মে চং আৰু অসমীয়াত চুলি বেত বুলি কয়।
চিত্ৰ সম্ভাৰ
তথ্যসূত্ৰ
- ↑ Roskov Y., Kunze T., Orrell T., Abucay L., Paglinawan L., Culham A., Bailly N., Kirk P., Bourgoin T., Baillargeon G., Decock W., De Wever A., Didžiulis V. (ed). (2014). Species 2000 & ITIS Catalogue of Life: 2014 Annual Checklist.. Species 2000: Reading, UK
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেলামাছ ফ্লেগেল্লাম” প্ৰবন্ধৰ সংশোধন ১৮৯৭৪৫ (২ ফেব্ৰুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।