অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কৃষ্ণ (ধাৰাবাহিক)

কৃষ্ণ (Krishna, कृष्णा) ১৯৯৩ চনৰ ১৯ জুলাইৰ পৰা ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক; যাক শ্ৰীকৃষ্ণ নামেৰেও জনা যায়। ৰামানন্দ সাগৰ আছিল এই ধাৰাবাহিকখনৰ পৰিচালক আৰু প্ৰযোজক।

হালনাগাদ: ২৩ ডিচেম্বৰ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

কৃষ্ণ (Krishna, कृष्णा) ১৯৯৩ চনৰ ১৯ জুলাইৰ পৰা ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক; যাক শ্ৰীকৃষ্ণ নামেৰেও জনা যায়। ৰামানন্দ সাগৰ আছিল এই ধাৰাবাহিকখনৰ পৰিচালক আৰু প্ৰযোজক। দূৰদৰ্শনৰ পৰ্দাত সাপ্তাহিকভাৱে সম্প্ৰচাৰ কৰা এই পৌৰাণিক ধাৰাবাহিকখন শ্ৰীকৃষ্ণৰ জীৱনৰ লগত সম্বন্ধীয় কাহিনীৰ লগতে পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, হৰিবংশ, বিষ্ণু পুৰাণ, গৰ্গ সংহিতা, পদ্ম পুৰাণ, ভাগৱত গীতা, মহাভাৰত আদিৰ ওপৰত আধাৰিত আছিল।

প্ৰডাকচন

এই পৌৰাণিক ধাৰাবাহিকখনৰ প্ৰযোজক আছিল ৰামানন্দ সাগৰ, প্ৰেম সাগৰ, আৰু সুভাষ সাগৰ লগতে পৰিচালক আছিল ৰামানন্দ সাগৰ, আনন্দ সাগৰ আৰু মোতি সাগৰ। কৃষ্ণ, বিষ্ণু, নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিছে 'সৰ্বদামান দি. বেনাৰ্জী' আৰু শিশু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে 'স্বপ্নীল যোশী'য়ে।১২ ধাৰাবাহিকখনৰ সংগীত পৰিচালক আছিল ৰবীন্দ্ৰ জৈন।

পুনঃসম্প্ৰচাৰ

মহামাৰী ক’ৰণা ভাইৰাছৰ (Covid-19) পৰিপ্ৰেক্ষিতত হোৱা তলাবন্ধা (Lockdown)-ৰ সময়ছোৱাত দূৰদৰ্শনে ২০২০ চনৰ ৩ মে’ তাৰিখৰ পৰা ৰাতি ৯ বজাত এই পৌৰাণিক ধাৰাবাহিকখন পুনঃসম্প্ৰচাৰ কৰে।৩

অভিনয়ত

ক্ৰমিক নংঅভিনয়তঅভিনয়
১সৰ্বদামান দি. বেনাৰ্জীকৃষ্ণ (প্ৰাপ্তবয়স্ক)বিষ্ণুনাৰায়ণ
২স্বপ্নীল যোশীকৃষ্ণ (কিশোৰ)
৩অশোক কুমাৰ বালকৃষ্ণকৃষ্ণ (শিশু)
৪দীপক দেউলাকাৰবলোৰাম (প্ৰাপ্তবয়স্ক)
৫সঞ্জীৱ শৰ্মাবলোৰাম (কিশোৰ)
৬পিংকী পাৰিখৰুক্মিণীযমুনা নদীলক্ষ্মীদুৰ্গা
৭ৰেশ্মা মোদীৰাধা
৮সবিতা ৰাস্তগীৰাধা (কিশোৰ)
৯পৌলমী মুখাৰ্জীদৈৱকী
১০সুনীল পাণ্ডেবসুদেৱ
১১ডামিনী কাঁৱালযশোদা
১২সুলক্ষণা খাত্ৰীৰোহিনী দেৱী
১৩ছাহনাৱাজ প্ৰধাননন্দ বাবাসুৰসেনচানুৰ
১৪বিলাশ ৰাজকংস
১৫সন্দীপ মোহনঅৰ্জুননৰ
১৬মনা পৰেখজাম্বৱতী
১৭শশী শৰ্মাসত্যভামা
১৮অমিত পাচৰীশিৱ
১৯দীপক দেৱ আৰু সাগৰ চাইনীনাৰদ
২০বিজয় কাবিশউগ্ৰসেনশিৱ
২১প্ৰমোদ কাপুৰকলি যুগঅক্ৰুৰ
২২মহেন্দ্ৰ ঘুলেভীমহনুমান
২৩ৰামন খাত্ৰীযুধিষ্ঠিৰ
২৪গোবিন্দ খাত্ৰীকৰ্ণ
২৫ফালগুনী পাৰিখদ্ৰৌপদী
২৬প্ৰেম চান্দ শৰ্মাপাণ্ডুনকুল
২৭যতীন দেৱইন্দ্ৰ
২৮ঝৰ্ণা দেৱীভানুমতীহিড়িম্বী
২৯ৰাধাকৃষ্ণ দত্তমহৰ্ষি উত্তানপাদদেৱ শিল্পী বিশ্বকৰ্মাজৰাসন্ধ
৩০মুকুল নাগসুদামাঅশ্বত্থামাব্ৰাহ্মণ
৩১শিৱা চাদ্ধাবসুন্ধৰা
৩২তাৰাকেশ চৌহানধৃতৰাষ্ট্ৰ
৩৩ৰাজ প্ৰেমীশিশুপাল
৩৪সনীয়া কাপুৰযোগমায়াসুভদ্ৰা
৩৫কুমাৰ হেগ্দদুৰ্য্যোধন
৩৬মোহিনী অৱতাৰ
৩৭দীনেশ আনন্দ/দীপক জেথীদুশাসন
৩৮গৌতম চতুৰ্বেদীবাসুদেৱ
৩৯অনুজ শৰ্মাঅভিমন্যু
৪০অৰুণ মাথুৰসমবৰা
৪১লতা হায়াকুন্তী
৪২বাসীৰ খানভামাসুৰ
৪৩শক্তি সিংবানাসুৰ
৪৪অৰবিন্দ ৰাওচাৰায়াকুম্ভকেটু
৪৫জে.পি. শৰ্মাশকুনি
৪৬কানু পাটেলদ্ৰোণাচাৰ্য
৪৭গিৰিশ পাৰদেশীকালযৱনকামদেৱপ্ৰদ্যুম্ন
৪৮দ্বিপাঞ্জলী পাৰদেশীৰতি দেৱী
৪৯এন. জীতেন্দ্ৰশল্যকাশীৰাজকৃপাচাৰ্য
৫০অশোক সিংমায়াসুৰদ্বিবিদ
৫১ভক্তি নাৰুলাতাৰা
৫২নীলকমলৰাজগুৰু
৫৩নীহাৰিকা ভাতমায়াৱতী
৫৪লীলা পাটেলগান্ধাৰী
৫৫বিজয় শৰ্মাবিদুৰ
৫৬সুনীল নাগৰভীষ্ম
৫৭স্বতী আনন্দৰেৱতীচিত্ৰলেখা
৫৮ভৈৰৱী ৰায়চুৰগোৱাল
৫৯ৰাজু পণ্ডিত
৬০প্ৰীতি পণ্ডিত
৬১আস্লাম খানবিভিন্ন চৰিত্ৰত

খণ্ড

খণ্ডৰ সংখ্যাতাৰিখ
কৃষ্ণৰ উত্তৰাধিকাৰ১৮ জুলাই ১৯৯৩
অভিশপ্ত ৰজা পৰীক্ষিত২৫ জুলাই ১৯৯৩
বসুদেৱে প্ৰতিশ্ৰুতি দিয়ে১ আগষ্ট ১৯৯৩
কংসৰ দ্বাৰা বসুদেৱ আৰু দৈৱকীক কাৰাগাৰত বন্দীকৰণ৮ আগষ্ট ১৯৯৩
মথুৰাৰ ৰজা কংস১৫ আগষ্ট ১৯৯৩
কংস আৰু তেওঁৰ অত্যাচাৰ২২ আগষ্ট ১৯৯৩
ৰোহিনীৰ গৰ্ভত ঐশ্বৰিক জীৱন (Divine Life)২৯ আগষ্ট ১৯৯৩
গৰ্ভৱতী দৈৱকী৫ চেপ্তেম্বৰ ১৯৯৩
ভগৱান বিষ্ণুৰ কৃষ্ণ ৰূপে অৱতৰণ১২ চেপ্তেম্বৰ ১৯৯৩
কংসৰ দিগভ্ৰম১৯ চেপ্তেম্বৰ ১৯৯৩
কংসৰ আদেশ২৬ চেপ্তেম্বৰ ১৯৯৩
১২৩ অক্টোবৰ ১৯৯৩
১৩১০ অক্টোবৰ ১৯৯৩
১৪১৭ অক্টোবৰ ১৯৯৩
১৫২৪ অক্টোবৰ ১৯৯৩
১৬৩১ অক্টোবৰ ১৯৯৩
১৭৭ নৱেম্বৰ ১৯৯৩
১৮১৪ নৱেম্বৰ ১৯৯৩
১৯২১ নৱেম্বৰ ১৯৯৩
২০২৮ নৱেম্বৰ ১৯৯৩
২১৫ ডিচেম্বৰ ১৯৯৩
২২১২ ডিচেম্বৰ ১৯৯৩
২৩১৯ ডিচেম্বৰ ১৯৯৩
২৪২৬ ডিচেম্বৰ ১৯৯৩
২৫২ জানুৱাৰী ১৯৯৪
২৬৯ জানুৱাৰী ১৯৯৪
২৭১৬ জানুৱাৰী ১৯৯৪
২৮২৩ জানুৱাৰী ১৯৯৪
২৯৩০ জানুৱাৰী ১৯৯৪
৩০৬ ফেব্ৰুৱাৰী ১৯৯৪
৩১১৩ ফেব্ৰুৱাৰী ১৯৯৪
৩২২০ ফেব্ৰুৱাৰী ১৯৯৪
৩৩২৭ ফেব্ৰুৱাৰী ১৯৯৪
৩৪৬ মাৰ্চ ১৯৯৪
৩৫১৩ মাৰ্চ ১৯৯৪
৩৬২০ মাৰ্চ ১৯৯৪
৩৭২৭ মাৰ্চ ১৯৯৪
৩৮৩ এপ্ৰিল ১৯৯৪
৩৯১০ এপ্ৰিল ১৯৯৪
৪০১৭ এপ্ৰিল ১৯৯৪
৪১২৪ এপ্ৰিল ১৯৯৪
৪২১ মে’ ১৯৯৪
৪৩৮ মে’ ১৯৯৪
৪৪১৫ মে’ ১৯৯৪
৪৫২২ মে’ ১৯৯৪
৪৬২৯ মে’ ১৯৯৪
৪৭৫ জুন ১৯৯৪
৪৮১২ জুন ১৯৯৪
৪৯১৯ জুন ১৯৯৪
৫০২৬ জুন ১৯৯৪
৫১৩ জুলাই ১৯৯৪
৫২১০ জুলাই ১৯৯৪
৫৩১৭ জুলাই ১৯৯৪
৫৪২৪ জুলাই ১৯৯৪
৫৫৩১ জুলাই ১৯৯৪
৫৬৭ আগষ্ট ১৯৯৪
৫৭১৪ আগষ্ট ১৯৯৪
৫৮২১ আগষ্ট ১৯৯৪
৫৯২৮ আগষ্ট ১৯৯৪
৬০৪ চেপ্তেম্বৰ ১৯৯৪
৬১১১ চেপ্তেম্বৰ ১৯৯৪
৬২১৮ চেপ্তেম্বৰ ১৯৯৪
৬৩২৫ চেপ্তেম্বৰ ১৯৯৪
৬৪২ অক্টোবৰ ১৯৯৪
৬৫৯ অক্টোবৰ ১৯৯৪
৬৬১৬ অক্টোবৰ ১৯৯৪
৬৭২৩ অক্টোবৰ ১৯৯৪
৬৮৩০ অক্টোবৰ ১৯৯৪
৬৯৬ নৱেম্বৰ ১৯৯৪
৭০১৩ নৱেম্বৰ ১৯৯৪
৭১২০ নৱেম্বৰ ১৯৯৪
৭২২৭ নৱেম্বৰ ১৯৯৪
৭৩৪ ডিচেম্বৰ ১৯৯৪
৭৪১১ ডিচেম্বৰ ১৯৯৪
৭৫১৮ ডিচেম্বৰ ১৯৯৪
৭৬২৫ ডিচেম্বৰ ১৯৯৪
৭৭১ জানুৱাৰী ১৯৯৫
৭৮৮ জানুৱাৰী ১৯৯৫
৭৯১৫ জানুৱাৰী ১৯৯৫
৮০২২ জানুৱাৰী ১৯৯৫
৮১২৯ জানুৱাৰী ১৯৯৫
৮২৫ ফেব্ৰুৱাৰী ১৯৯৫
৮৩১২ ফেব্ৰুৱাৰী ১৯৯৫
৮৪১৯ ফেব্ৰুৱাৰী ১৯৯৫
৮৫২৬ ফেব্ৰুৱাৰী ১৯৯৫
৮৬৫ মাৰ্চ ১৯৯৫
৮৭১২ মাৰ্চ ১৯৯৫
৮৮১৯ মাৰ্চ ১৯৯৫
৮৯২৬ মাৰ্চ ১৯৯৫
৯০২ এপ্ৰিল ১৯৯৫
৯১৯ এপ্ৰিল ১৯৯৫
৯২১৬ এপ্ৰিল ১৯৯৫
৯৩২৩ এপ্ৰিল ১৯৯৫
৯৪৩০ এপ্ৰিল ১৯৯৫
৯৫৭ মে’ ১৯৯৫
৯৬১৪ মে’ ১৯৯৫
৯৭২১ মে’ ১৯৯৫
৯৮২৮ মে’ ১৯৯৫
৯৯৪ জুন ১৯৯৫
১০০১১ জুন ১৯৯৫
১০১১৮ জুন ১৯৯৫
১০২২৫ জুন ১৯৯৫
১০৩২ জুলাই ১৯৯৫
১০৪৯ জুলাই ১৯৯৫
১০৫১৬ জুলাই ১৯৯৫
১০৬২৩ জুলাই ১৯৯৫
১০৭৩০ জুলাই ১৯৯৫
১০৮৬ আগষ্ট ১৯৯৫
১০৯১৩ আগষ্ট ১৯৯৫
১১০২০ আগষ্ট ১৯৯৫
১১১২৭ আগষ্ট ১৯৯৫
১১২৩ চেপ্তেম্বৰ ১৯৯৫
১১৩১০ চেপ্তেম্বৰ ১৯৯৫
১১৪১৭ চেপ্তেম্বৰ ১৯৯৫
১১৫২৪ চেপ্তেম্বৰ ১৯৯৫
১১৬১ অক্টোবৰ ১৯৯৫
১১৭৮ অক্টোবৰ ১৯৯৫
১১৮১৫ অক্টোবৰ ১৯৯৫
১১৯২২ অক্টোবৰ ১৯৯৫
১২০২৯ অক্টোবৰ ১৯৯৫
১২১৫ নৱেম্বৰ ১৯৯৫
১২২১২ নৱেম্বৰ ১৯৯৫
১২৩১৯ নৱেম্বৰ ১৯৯৫
১২৪২৬ নৱেম্বৰ ১৯৯৫
১২৫৩ ডিচেম্বৰ ১৯৯৫
১২৬১০ ডিচেম্বৰ ১৯৯৫
১২৭১৭ ডিচেম্বৰ ১৯৯৫
১২৮২৪ ডিচেম্বৰ ১৯৯৫
১২৯৩১ ডিচেম্বৰ ১৯৯৫
১৩০৭ জানুৱাৰী ১৯৯৬
১৩১১৪ জানুৱাৰী ১৯৯৬
১৩২২১ জানুৱাৰী ১৯৯৬
১৩৩২৮ জানুৱাৰী ১৯৯৬
১৩৪৪ ফেব্ৰুৱাৰী ১৯৯৬
১৩৫১১ ফেব্ৰুৱাৰী ১৯৯৬
১৩৬১৮ ফেব্ৰুৱাৰী ১৯৯৬
১৩৭২৫ ফেব্ৰুৱাৰী ১৯৯৬
১৩৮৩ মাৰ্চ ১৯৯৬
১৩৯১০ মাৰ্চ ১৯৯৬
১৪০১৭ মাৰ্চ ১৯৯৬
১৪১২৪ মাৰ্চ ১৯৯৬
১৪২৩১ মাৰ্চ ১৯৯৬
১৪৩৭ এপ্ৰিল ১৯৯৬
১৪৪১৪ এপ্ৰিল ১৯৯৬
১৪৫২১ এপ্ৰিল ১৯৯৬
১৪৬২৮ এপ্ৰিল ১৯৯৬
১৪৭৫ মে’ ১৯৯৬
১৪৮১২ মে’ ১৯৯৬
১৪৯১৯ মে’ ১৯৯৬
১৫০২৬ মে’ ১৯৯৬
১৫১২ জুন ১৯৯৬
১৫২৯ জুন ১৯৯৬
১৫৩১৬ জুন ১৯৯৬
১৫৪২৩ জুন ১৯৯৬
১৫৫৩০ জুন ১৯৯৬
১৫৬৭ জুলাই ১৯৯৬
১৫৭১৪ জুলাই ১৯৯৬
১৫৮২১ জুলাই ১৯৯৬
১৫৯২৮ জুলাই ১৯৯৬
১৬০৪ আগষ্ট ১৯৯৬
১৬১১১ আগষ্ট ১৯৯৬
১৬২১৮ আগষ্ট ১৯৯৬
১৬৩২৫ আগষ্ট ১৯৯৬
১৬৪১ চেপ্তেম্বৰ ১৯৯৬
১৬৫৮ চেপ্তেম্বৰ ১৯৯৬
১৬৬১৫ চেপ্তেম্বৰ ১৯৯৬
১৬৭২২ চেপ্তেম্বৰ ১৯৯৬
১৬৮২৯ চেপ্তেম্বৰ ১৯৯৬
১৬৯৬ অক্টোবৰ ১৯৯৬
১৭০১৩ অক্টোবৰ ১৯৯৬
১৭১২০ অক্টোবৰ ১৯৯৬
১৭২২৭ অক্টোবৰ ১৯৯৬
১৭৩৩ নৱেম্বৰ ১৯৯৬
১৭৪১০ নৱেম্বৰ ১৯৯৬
১৭৫১৭ নৱেম্বৰ ১৯৯৬
১৭৬২৪ নৱেম্বৰ ১৯৯৬
১৭৭১ ডিচেম্বৰ ১৯৯৬
১৭৮৮ ডিচেম্বৰ ১৯৯৬
১৭৯১৫ ডিচেম্বৰ ১৯৯৬
১৮০২২ ডিচেম্বৰ ১৯৯৬
১৮১২৯ ডিচেম্বৰ ১৯৯৬
১৮২৫ জানুৱাৰী ১৯৯৭
১৮৩১২ জানুৱাৰী ১৯৯৭
১৮৪১৯ জানুৱাৰী ১৯৯৭
১৮৫২৬ জানুৱাৰী ১৯৯৭
১৮৬২ ফেব্ৰুৱাৰী ১৯৯৭
১৮৭৯ ফেব্ৰুৱাৰী ১৯৯৭
১৮৮১৬ ফেব্ৰুৱাৰী ১৯৯৭
১৮৯২৩ ফেব্ৰুৱাৰী ১৯৯৭
১৯০২ মাৰ্চ ১৯৯৭
১৯১৯ মাৰ্চ ১৯৯৭
১৯২১৬ মাৰ্চ ১৯৯৭
১৯৩২৩ মাৰ্চ ১৯৯৭
১৯৪৩০ মাৰ্চ ১৯৯৭
১৯৫৬ এপ্ৰিল ১৯৯৭
১৯৬১৩ এপ্ৰিল ১৯৯৭
১৯৭২০ এপ্ৰিল ১৯৯৭
১৯৮২৭ এপ্ৰিল ১৯৯৭
১৯৯৪ মে’ ১৯৯৭
২০০১১ মে’ ১৯৯৭
২০১১৮ মে’ ১৯৯৭
২০২২৫ মে’ ১৯৯৭
২০৩১ জুন ১৯৯৭
২০৪৮ জুন ১৯৯৭
২০৫১৫ জুন ১৯৯৭
২০৬২২ জুন ১৯৯৭
২০৭২৯ জুন ১৯৯৭
২০৮৬ জুলাই ১৯৯৭
২০৯১৩ জুলাই ১৯৯৭
২১০২০ জুলাই ১৯৯৭
২১১২৭ জুলাই ১৯৯৭
২১২৩ আগষ্ট ১৯৯৭
২১৩১০ আগষ্ট ১৯৯৭
২১৪১৭ আগষ্ট ১৯৯৭
২১৫২৪ আগষ্ট ১৯৯৭
২১৬৩১ আগষ্ট ১৯৯৭
২১৭৭ চেপ্তেম্বৰ ১৯৯৭
২১৮১৪ চেপ্তেম্বৰ ১৯৯৭
২১৯২১ চেপ্তেম্বৰ ১৯৯৭
২২০২৮ চেপ্তেম্বৰ ১৯৯৭
২২১৫ অক্টোবৰ ১৯৯৭

তথ্যসূত্ৰ

  1. ↑ Krishna
  2. ↑ Sri krishna tv series. krishnastore.com
  3. ↑ Shri Krishna Serial started again on DD National Channel. www.ddfreedish.website

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৫৬৫৮৭৩ (২৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।