অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ভীম

ভীম (भीम) মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত (যাক পাণ্ডৱ বুলি জনা যায়) দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।

হালনাগাদ: ২৯ জুলাই ২০২৫ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভীম (भीम) মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত (যাক পাণ্ডৱ বুলি জনা যায়) দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।

পিতৃ-মাতৃ

পাণ্ডু আৰু কুন্তী ভীমৰ পিতৃ মাতৃ।

অন্য নাম

ভীম শব্দৰ সংস্কৃত অৰ্থ হৈছে ভয়ংকৰ। তেওঁৰ প্ৰকাণ্ড শৰীৰৰ বাবে তেওঁৰ এই নাম আছিল। তেওঁৰ অন্যান্য নামসমূহ হ’ল- ভীমসেন, বৃকোদৰ, গদাধৰ, জৰাসন্ধজিত, হিৰিম্বাভিদ, কীচকজিত, জিহ্মায়াধীন, বল্লভ।

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীম” প্ৰবন্ধৰ সংশোধন ৫২৮৫১০ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।