অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আদালত (ধাৰাবাহিক)

আদালত হ'ল দূৰদৰ্শন চ'নী নাট্য ছেৰিজ। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত পৰাজয় হোৱা নহয়। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয়।

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

আদালত হ'ল দূৰদৰ্শন চ'নী নাট্য ছেৰিজ। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত পৰাজয় হোৱা নহয়। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয়। চ'নী টিভিত আদালত সপ্তাহত দুদিনকৈ শনিবাৰ আৰু দেওবাৰে সন্ধা আঠ বজাত সম্প্ৰচাৰ হয়।

অভিনয়ত

  • কে.ডি. পাঠকৰ চৰিত্ৰত ৰণিত ৰয়
  • বৰুণৰ চৰিত্ৰত ৰমিত ৰাজ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

হিন্দী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদালত (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৪৪৩৯৬৭ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।